ৰং: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:আলোক বিজ্ঞান যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
7 নং শাৰী:
ৰঙৰ সৈতে জড়িত বিজ্ঞানক '''''ক্ৰ’মেটিকচ''''','''''ক্ৰ’মেট’গ্ৰাফী''''','''''ক’ল’ৰিমিটি''''', বা সাধাৰণভাৱে '''''ৰঙ বিজ্ঞান (ক’ল’ৰ চায়েন্স)''''' বুলি কোৱা হয়। এই বিজ্ঞানে মানুহৰ চকু আৰু মগজুৱে পাৰ্থক্য কৰিব পৰা ৰঙবোৰ, বিভিন্ন পদাৰ্থত পোহৰৰ উৎসমূহ, বিভিন্ন [[কলা]]ত ৰঙৰ তত্ব আৰু [[বিদ্যুতচুম্বকীয় বিকিৰণ]] সমূহৰ [[দৃশ্যমান বৰ্ণালী]]ৰ [[পদাৰ্থ বিজ্ঞান]] সম্পৰ্ক আলোচনা কৰে। (সাধাৰণ ভাষাত বিদ্যুতচুম্বক বিকিৰণ সমূহৰ দৃশ্যমান বৰ্ণালীকেই [[পোহৰ]] বোলা হয়।)
 
== পদাৰ্থ বিজ্ঞান ==
[[Image:Rendered Spectrum.png|thumb|400px| sRGB স্পেচত পোহৰৰ এক নিৰবিচ্ছিন্ন বৰ্ণালী]]
 
{|class=wikitable width=400 align="right" style="margin: 1em 0em 1em 1em; clear: right"
|+'''দৃশ্যমান পোহৰ বৰ্ণালীৰ ৰঙ'''<ref>{{cite book | title = Fundamentals of Atmospheric Radiation: An Introduction with 400 Problems | author = Craig F. Bohren | publisher = Wiley-VCH | year = 2006 | isbn = 3-527-40503-8 | url = http://books.google.com/?id=1oDOWr_yueIC&pg=PA214&lpg=PA214&dq=indigo+spectra+blue+violet+date:1990-2007 }}</ref>
|-
!style="text-align: left"|ৰঙ
! abbr="wavelength" | তৰংগদৈৰ্ঘ
! abbr="frequency" | কম্পনাংক
|-align="center" bgcolor="red" style="color:white;"
!style="text-align: left"|[[ৰঙা]]
|~ ৭০০&ndash;৬৩৫&nbsp;নে.মি.
|~ ৪৩০&ndash;৪৮০&nbsp;টেৰা হাৰ্জ
|-align="center" bgcolor="#FF8000" style="color:white;"
!style="text-align: left"|[[কমলা]]
|~ ৬৩৫&ndash;৫৯০&nbsp;নে.মি
|~ ৪৮০&ndash;৫১০&nbsp;টেৰা হাৰ্জ
|-align="center" bgcolor="#FFFF00" style="color:black;"
!style="text-align: left"|[[হালধীয়া]]
|~ ৫৯০&ndash;৫৬০&nbsp;নে.মি
|~ ৫১০&ndash;৫৪০&nbsp;টেৰা হাৰ্জ
|-align="center" bgcolor="#00FF00" style="color:black;"
!style="text-align: left"|[[সেউজীয়া]]
|~ ৫৬০&ndash;৪৯০&nbsp;নে.মি
|~ ৫৪০&ndash;৬১০&nbsp;টেৰা হাৰ্জ
|-align="center" bgcolor="#0000FF" style="color:white;"
!style="text-align: left"|[[নীলা]]
|~ ৪৯০&ndash;৪৫০&nbsp;নে.মি
|~ ৬১০&ndash;৬৭০&nbsp;টেৰা হাৰ্জ
|-align="center" bgcolor="#8000FF" style="color:white;"
!style="text-align: left"|[[বেঙুণীয়া]]
|~ ৪৫০&ndash;৪০০&nbsp;নে.মি.
|~ ৬৭০&ndash;৭৫০&nbsp;টেৰা হাৰ্জ
|}
{|class=wikitable width=400 align="right" style="margin: 1em 0em 1em 1em; clear:right;"
|+'''ৰঙ, তৰংগদৈৰ্ঘ, কম্পনাংক আৰু পোহৰৰ শক্তি'''
|-
!style="text-align: left"|ৰঙ
!<math>\lambda \,\!</math>
(nm)
!<math>\nu \,\!</math>
(THz)
!<math>\nu_b \,\!</math>
(μm<sup>&minus;1</sup>)
!<math>E \,\!</math>
(eV)
!<math>E \,\!</math>
(kJ mol<sup>&minus;1</sup>)
|-align="right"
!style="text-align: left"|[[অৱলোহিত]]
|>১০০০
|<৩০০
|<১.০০
|<১.২৪
|<১২০
|-align="right"
!style="text-align: left"|ৰঙা
|৭০০
|৪২৮
|১.৪৩
|১.৭৭
|১৭১
|-align="right"
!style="text-align: left"|কমলা
|৬২০
|৪৮৪
|১.৬১
|২.০০
|১৯৩
|-align="right"
!style="text-align: left"|হালধীয়া
|৫৮০
|৫১৭
|১.৭২
|২.১৪
|২০৬
|-align="right"
!style="text-align: left"|সেউজীয়া
|৫৩০
|৫৬৬
|১.৮৯
|২.৩৪
|২২৬
|-align="right"
!style="text-align: left"|নীলা
|৪৭০
|৬৩৮
|২.১৩
|২.৬৪
|২৫৪
|-align="right"
!style="text-align: left"|বেঙুণীয়া
|৪২০
|৭১৪
|২.৩৮
|২.৯৫
|২৮৫
|-align="right"
!style="text-align: left"|[[অতি বেঙুণীয়া]]
|৩০০
|১০০০
|৩.৩৩
|৪.১৫
|৪০০
|-align="right"
!style="text-align: left"|অতীব বেঙুণীয়া
|<২০০
|>১৫০০
|>৫.০০
|>৬.২০
|>৫৯৮
|}
<!--ইয়াত খালী শাৰী নাৰাখিব-->
[[বিদ্যুত চুম্বকীয় বিকিৰণ]] এটাৰ সাধাৰণ ধৰ্মসমূহ হৈছে [[তৰংগদৈৰ্ঘ্য]], [[কম্পনাংক]] আৰু ইয়াৰ [[দ্বীপন প্ৰাবল্য]]। যেতিয়া এনে বিকিৰণৰ তৰংগদৈৰ্ঘ্য দৃশ্যমান বৰ্ণালীৰ সীমাৰ ভিতৰত থাকে তেতিয়া মানৱ চকুৱে এই পোহৰক বিভিন্ন ৰঙ হিচাপে দেখা পায়। দৃশ্যমান বৰ্ণালীৰ সীমা প্ৰায় ৩৯০&nbsp;নেন’ মিটাৰৰ পৰা ৭০০&nbsp;নেন’মিটাৰলৈ, ইয়াক দৃশ্যমান পোহৰ বোলা হয়।
 
সৰহ ভাগ পোহৰৰ উৎস‍ই সাধাৰণতে একেলগে বিভিন্ন তৰংগদৈৰ্ঘ্যৰ পোহৰ নিৰ্গত কৰে, কোনো এটা ''উৎসৰ বৰ্ণালী''য়ে ইয়াৰ পৰা নিৰ্গত বিভিন্ন তৰংগদৈৰ্ঘ্যৰ পোহৰৰ প্ৰাবল্যৰ তথ্য দিয়ে।
 
==তথ্যসূত্ৰ==
{{Reflist}}
[[শ্ৰেণী:আলোক বিজ্ঞান]]
"https://as.wikipedia.org/wiki/ৰং"ৰ পৰা অনা হৈছে