প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:পৰিবেশ অধ্যয়ন যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
3 নং শাৰী:
 
== প্ৰকাৰভেদ ==
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে৷পাৰে।
 
* '''[[বায়ু প্ৰদূষণ]]''' : বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্ৰভাব পেলাব পৰা ক্ষতিকাৰী পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিত বায়ু প্ৰদূষন হোৱা বুলি কোৱা যায়। এনে প্ৰদূষণ সৃষ্টিকাৰী গেছীয় পদাৰ্থৰ ভিতৰত প্ৰধান হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰফ্লৰকাৰ্বন,নাইত্ৰজেন ডাইঅক্সাইড ইত্যাদি। এনে প্ৰদূষকবোৰ সাধাৰণতে উদ্যোগিক আবৰ্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যবহৃত বাহনৰ পৰা নিৰ্গত হয়।
 
* '''[[জল প্ৰদূষণ]]''' : খোৱা পানী বা সমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থিতিত পানী প্ৰদূষন হোৱা বুলি কোৱা যায়। জল প্ৰদূষণ সৃষ্টি কৰা প্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ ,উদ্যোগসমুহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আদি।
 
* '''শব্দ প্ৰদূষণ''' : কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ উপৰত বিৰুপ প্ৰভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্ৰদূষণ হোৱা বুলি কও।কওঁ।
 
* '''স্থল প্ৰদূষণ''' : ক্ৰুটিপুৰ্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱৰ্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা মাটিভাগৰ গুণগত মাণদণ্ডৰ ব্যাপক হাৰত অৱনতি ঘটাকে আমি সাধাৰনতে স্থল প্ৰদূষণ বুলি কও। কৃষিকাৰ্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্ৰয়োগ তথা আবৰ্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
 
* '''বায়ু প্ৰদূষণ'''
বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্ৰভাব পেলাব পৰা ক্ষতিকাৰী পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিত বায়ু প্ৰদূষন হোৱা বুলি কোৱা যায়। এনে প্ৰদূষণ সৃষ্টিকাৰী গেছীয় পদাৰ্থৰ ভিতৰত প্ৰধান হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰফ্লৰকাৰ্বন,নাইত্ৰজেন ডাইঅক্সাইড ইত্যাদি। এনে প্ৰদূষকবোৰ সাধাৰণতে উদ্যোগিক আবৰ্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যবহৃত বাহনৰ পৰা নিৰ্গত হয়।
* '''পানী (জল) প্ৰদূষণ'''
খোৱা পানী বা সমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থিতিত পানী প্ৰদূষন হোৱা বুলি কোৱা যায়। জল প্ৰদূষণ সৃষ্টি কৰা প্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ ,উদ্যোগসমুহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আদি।
* '''শব্দ প্ৰদূষণ'''
কেতিয়াবা বতাহত ভাহি অহা কিছুমান অবাঞ্চিত শব্দই মানুহ বা আন জীৱকূলৰ উপৰত বিৰুপ প্ৰভাৱ পেলাই। তেনে পৰিস্থিতিতেই আমি শব্দ প্ৰদূষণ হোৱা বুলি কও।
* '''স্থল প্ৰদূষণ'''
ক্ৰুটিপুৰ্ন কৃষি পদ্ধতি ,বেহিচাপী ভূতলৰ খনন,উদ্যোগ তথা চহৰ নগৰৰ আৱৰ্জনা নিষ্কাসনৰ সঠিক পদ্ধতিৰ অভাৱৰ বাবে পৃথিৱীৰ উপৰিভাগত থকা মাটিভাগৰ গুণগত মাণদণ্ডৰ ব্যাপক হাৰত অৱনতি ঘটাকে আমি সাধাৰনতে স্থল প্ৰদূষণ বুলি কও। কৃষিকাৰ্যত ব্যবহাৰ হোৱা ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যাপক প্ৰয়োগ তথা আবৰ্জনা নিষ্কাষনৰ বিজ্ঞানসন্মত উপায়ৰ অভাবো ইয়াৰ অন্যতম কাৰক।
* '''তেজস্ক্ৰীয় প্ৰদূষণ'''
 
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে