যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

43 নং শাৰী:
 
==উদ্বোধন==
২০১৩ চনৰ ৬ জুলাই তাৰিখে অসমৰ মুখ্যমন্ত্ৰী [[তৰুণ গগৈ]]য়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে। উদ্বোধনী সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সাংস্কৃতিক মন্ত্ৰী চন্দ্ৰেশ কুমাৰী কাৰ্টোছে উপস্থিত আছিল।<ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/detailsnew.asp?id=jul0613/state07 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=2013-07-06 |accessdate=2013-09-01}}</ref> ১১সভাত জুলাইযোৰহাট তাৰিখেজিলাৰ সকলোৰেউপায়ুক্ত বাবেতথা মুকলিযোৰহাট কৰিবিজ্ঞান দিয়াকেন্দ্ৰ হয়।আৰু তাৰকাগৃহৰ কাৰ্যকৰী সভাপতি চ'লাংকী বিশাল বসন্তই আদৰণী ভাষণ দিয়ে। সভাত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিচালনা সমিতিৰ অধ্যক্ষ আৰ চি চবতি, কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰাণালয়ৰ যুটীয়া সচিব ড° বেণি ডি, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক জি এছ ৰৌটালা, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ আয়ুক্ত সচিব পৱন কুমাৰ বৰঠাকুৰ, কেন্দ্ৰীয় গৱেষণা আৰু প্ৰশিক্ষণ পৰীক্ষাগাৰৰ সঞ্চালক এছ চৌধুৰী। অসম বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক হৰেশ চন্দ্ৰ দত্ত আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উদ্বোধনী সভাত তৰুণ গগৈয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহই উঠি অহা চামৰ বাবে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই যোৱাত বৰঙণি যোগাব বুলি তেওঁ আশা কৰিছে। যোৰহাটৰ বিধায়ক ৰাণা গোস্বামীয়ে কয় যে, এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে সমগ্ৰ উজনি অসমৰ ছা্ত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায় কৰিব।<ref>{{cite web|url=http://www.amarasom.glpublications.in/Details.aspx?id=14119&boxid=115914968 |title=Amar Asom Online |publisher=amarasom.glpublications.in |date=2013-07-06 |accessdate=2013-09-01}}</ref> ১১ জুলাই তাৰিখে এই কেন্দ্ৰটো দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়।
 
==তথ্য সংগ্ৰহ==