ৰঞ্জন ৰশ্মি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{expand article}}
[[File:X-ray_applications_as.svg.png|thumb|500px300px|ৰঞ্জন ৰশ্মি হৈছে বিদ্যুত চুম্বকীয় বিকিৰণৰ এটা অংশ, [[দৃশ্যমান পোহৰ]]তকৈ ৰঞ্জন ৰশ্মিৰ তৰংগদৈৰ্ঘ কম, ৰঞ্জন ৰশ্মি বিকিৰণৰ বিভিন্ন অংশ বিভিন্ন কামত ব্যৱহৃত হয়।]]
[[চিত্ৰ:First medical X-ray by Wilhelm Röntgen of his wife Anna Bertha Ludwig's hand - 18951222.gif|thumb|''Hand mit Ringen'': ৰণ্টজেনে তোলা প্ৰথম মানবদেহৰ এক্স-ৰে চিত্ৰ। ৰণ্টজেনে ১৮৯৫ এ ২২ ডিচেম্বৰত তেখেতৰ স্ত্ৰী আনা বাৰ্থা ৰণ্টজেনৰ হাতৰ ছবি তোলে।<ref>{{cite book | last= Kevles | first=Bettyann Holtzmann | title=Naked to the Bone Medical Imaging in the Twentieth Century | publisher=Rutgers University Press | date=1996 | location=Camden, NJ | pages=19–22 | isbn=0813523583}}</ref><ref>{{cite web | last=Sample | first=Sharron | authorlink= | coauthors= | title=X-rays | work=The electromagnetic spectrum | publisher=NASA | date=[[2007-03-27]] | url=http://science.hq.nasa.gov/kids/imagers/ems/xrays.html | accessdate=2007-12-03}}</ref>]]
 
[[চিত্ৰ:X-ray by Wilhelm Röntgen of Albert von Kölliker's hand - 18960123-02.jpg|thumb|right|এক্স-ৰে ছবি(ৰেডিঅ’গ্ৰাফ), taken by [[উইলিয়াম ৰণ্টজেন]], of Albert von Kölliker's hand.]]
'''ৰঞ্জন ৰশ্মি''' ক্ষুদ্ৰ [[তৰঙ্গ]] বিশিষ্ট এক ধৰণৰ [[ত্বৰিক চৌম্বিক বিকিৰণ]]। ইয়াৰ আন এক নাম এক্স-ৰে (X-ray)। ৰঞ্জনৰশ্মিৰ [[তৰঙ্গ দৈৰ্ঘ্য]] (সাধাৰণতে ১০-০.০১ [[ন্যানোমিটাৰ]]) সাধাৰণ পোহৰতকৈ অনেক কম কাৰণে ইয়াক খালি চকুৰে দেখা নাযায় । [[১৮৯৫]] চনত [[উইলিয়াম ৰন্টগেনে]] এই ৰশ্মিৰ আবিস্কাৰ কৰে। তৰঙ্গদৈৰ্ঘ্য যিমানেই চুটি হয় পদাৰ্থ ভেদ কৰাৰ ক্ষমতা সিমানেই বেছি হয়। চিকিৎসাক্ষেত্ৰত ৰোগনিৰ্ণয়ত যুগান্তকাৰী পৰিবৰ্তন আনিছে ৰঞ্জনৰশ্মিয়ে।
[[চিত্ৰ:First medical X-ray by Wilhelm Röntgen of his wife Anna Bertha Ludwig's hand - 18951222.gif|thumb|''Hand mit Ringen'': ৰণ্টজেনে তোলা প্ৰথম মানবদেহৰ এক্স-ৰে চিত্ৰ। ৰণ্টজেনে ১৮৯৫ এ ২২ ডিচেম্বৰত তেখেতৰ স্ত্ৰী আনা বাৰ্থা ৰণ্টজেনৰ হাতৰ ছবি তোলে।<ref>{{cite book | last= Kevles | first=Bettyann Holtzmann | title=Naked to the Bone Medical Imaging in the Twentieth Century | publisher=Rutgers University Press | date=1996 | location=Camden, NJ | pages=19–22 | isbn=0813523583}}</ref><ref>{{cite web | last=Sample | first=Sharron | authorlink= | coauthors= | title=X-rays | work=The electromagnetic spectrum | publisher=NASA | date=[[2007-03-27]] | url=http://science.hq.nasa.gov/kids/imagers/ems/xrays.html | accessdate=2007-12-03}}</ref>]]
 
== বৈশিষ্ট্য ==
[[চিত্ৰ:X-ray by Wilhelm Röntgen of Albert von Kölliker's hand - 18960123-02.jpg|thumb|right|এক্স-ৰে ছবি(ৰেডিঅ’গ্ৰাফ), taken by [[উইলিয়াম ৰণ্টজেন]], of Albert von Kölliker's hand.]]
এক্সৰে আৰু সাধাৰণ পোহৰৰ মাজত প্ৰধান পাৰ্থক্য হল ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য। সাধাৰণ পোহৰৰ তৰঙ্গ দৈৰ্ঘ্য 7x10^-7m ৰ পৰা 4x10^-7m পৰ্যন্ত। এক্সৰেৰ তৰঙ্গ দৈৰ্ঘ্য 10^-8m ৰ পৰা 10^-13m পৰ্যন্ত। সাধাৰণ পোহৰ দৃশ্যমান আৰু বিভিন্ন ৰঙত বিভক্ত হয়। কিন্তু এক্সৰে দৃশ্যমান নহয়। এক্সৰে উচ্চ ভেদন ক্ষমতাসম্পন্ন। এক্সৰেই আয়ন সৃষ্টিকাৰী বিকিৰণ গেচৰ মাজেদি সৰকি যোৱাৰ সময়ত গেচক আয়নিত কৰে, কিন্তু সাধাৰণ পোহৰে সেইটো নকৰে।
 
Line 49 ⟶ 51:
* কাঠৰ বক্স বা চামৰাৰৰ মোনাত বিস্ফোৰক লুকুৱাই ৰাখিলে তাক বিচাৰি উলিওৱাত ব্যৱহাৰ কৰা হয়।
* কাষ্টম কৰ্মকৰ্তাসকলে চোৰাং মালৰ অনুসন্ধান কৰাত ব্যৱহাৰ কৰে।
 
 
 
 
{{অসম্পূৰ্ণ}}
 
 
 
 
 
== তথ্য সংগ্ৰহ ==
{{reflist}}
 
 
==বাহ্যিক সংযোগ==