অণুবীক্ষণ যন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
15 নং শাৰী:
যিবোৰ অণুবীক্ষণ যন্ত্ৰত সাধাৰণ পোহৰ ৰশ্মি ব্যৱহাৰ কৰি লক্ষ্যবস্তু পোহৰান্বিত (illuminate) কৰা হয় সেইবোৰক আলোক অণুবীক্ষণ যন্ত্ৰ বোলে৷ কেইটামান আলোক অণুবীক্ষণ যন্ত্ৰ -
 
*যৌগিক অণুবীক্ষণ যন্ত্ৰ (Compound microscope)- এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত তিনি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়৷ যেনে সংঘনক লেন্স (condenser lens),অভিলক্ষ্য লেন্স (objective lens) আৰু অভিনেত্ৰ লেন্স (ocular lans)৷
 
অণুবীক্ষণ যন্ত্ৰটোৰ তলফালেদি পোহৰ আহিবৰ বাবে এখন পোহৰ প্ৰতিফলন দাপোণ থাকে৷ সংঘনক লেন্সখন দাপোনৰ ওপৰফালে আৰু লক্ষ্যবস্তুৰ তলফালে অৱস্থিত৷ এই লেন্সখনে পোহৰ ৰশ্মি ঘনীভূত কৰি অণুবীক্ষণ যন্ত্ৰটোৰ ভিতৰলৈ পঠিয়াই দিয়ে৷ দ্বিতীয়খন লেন্স অৰ্থাৎ অভিলক্ষ্য লেন্সখন লক্ষ্য বস্তুৰ ওপৰৰফালে অৱস্থিত৷ এই লেন্সখন উত্তল আৰু অৱতল লেন্সৰ সমন্বয়ত গঠিত৷ এই লেন্সখনে লক্ষ্যবস্তুৰ বৰ্দ্ধিত আৰু আচল(real) প্ৰতিবিম্ব গঠন কৰে৷ বেছিভাগ যৌগিক অণুবীক্ষণ যন্ত্ৰতে তিনি ধৰণৰ অভিলক্ষ্য লেন্স থাকে - নিম্ন ক্ষমতাসম্পন অভিলক্ষ্য লেন্স (10X/16 মি.মি.),উচ্চ ক্ষমতাসম্পন অভিলক্ষ্য লেন্স (44X/4মি.মি.)আৰু অতি উচ্চ ক্ষমতাসম্পন বা তৈল নিমজিত (oil immersion) অভিলক্ষ্য লেন্স (95X/1.8 মি.মি.)৷ ইয়াৰে 10X,44X আৰু 95X -এ অভিলক্ষ্য লেন্সৰ বিবৰ্দ্ধন(magnification) ক্ষমতা বুজায় আৰু 16 মি.মি.,4 মি.মি. আৰু 1.8 মি.মি.- এ লেন্সৰ নাভি দূৰত্ব(focal lenght) বুজায়৷
 
*ফেজ কণ্ট্ৰাষ্ট অণুবীক্ষণ যন্ত্ৰ(Phase contrast microscope)
 
*ফেজ কণ্ট্ৰাষ্ট অণুবীক্ষণ যন্ত্ৰ(Phase contrast microscope)- ই এক প্ৰকাৰৰ আলোক যৌগিক অণুবীক্ষণ যন্ত্ৰ৷ [[কোষ]]ৰ ভিতৰত থকা বিভিন্ন অংগিকাসমূ্হ স্পষ্টকৈ চোৱাৰ বাবে এই অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়৷ [[কোষ]] অৰ্দ্ধজুলীয়া পদাৰ্থৰে গঠিত হ'লেও তাৰ ভিতৰত থকা বিভিন্ন অংগিকাসমূহৰ ঘমত্ব কম-বেছি আৰু সেয়েহে এই অংগিকাসমূহৰ [[পোহৰ]] প্ৰতিসৰণাংকও বেলেগ বেলেগ হয়৷ [[পোহৰ]] প্ৰতিসৰণাংক কম-বেছি হোৱা বাবে [[চকু]]ত পৰা [[পোহৰ]]ৰ উজ্জ্বলতাও কম-বেছি হয়৷ ফলত বিভিন্ন অংগিকাসমূহৰ মাজৰ প্ৰভেদখিনি ওলাই পৰে৷
 
*স্ফুৰদীপ্তি অণুবীক্ষণ যন্ত্ৰ(Fluorescence microscope)
 
*স্ফুৰদীপ্তি অণুবীক্ষণ যন্ত্ৰ(Fluorescence microscope)- এই ধৰণৰ অণুবীক্ষণ যন্ত্ৰত অতি বেঙুনীয়া ৰশ্মি (ultra violet) ব্যৱহাৰ কৰি লক্ষ্যবস্তু উদ্দীপ্ত কৰা হয়৷ লক্ষ্যবস্তু বিভিন্ন প্ৰকাৰৰ ফ্লুঅ'ৰিছেণ্ট(fluorescent) ৰঞ্জক পদাৰ্থ দি ৰঞ্জিত কৰা হয় আৰু পিছত অণুবীক্ষণ যন্ত্ৰৰ তলত ৰাখি তাৰ মাজেদি অতি বেঙুনীয়া ৰশ্মি পঠিয়ালে বিভিন্ন ধৰণৰ কম নাইবা বেছি তৰংগ দৈৰ্ঘ্যযুক্ত ৰশ্মি বিচ্ছুৰিত হয়৷ এই বিচ্ছুৰিত পোহৰ ৰশ্মি অধ্যয়ন কৰি [[কোষ]]ত থকা ৰাসায়নিক পদাৰ্থসমূহ, যেনে - [[পত্ৰহৰিৎ]],ফ্লেভিন,ডি.এন.এ.,আৰ.এন.এ. আদিৰ উপস্থিতি নিশ্চিত কৰিব পাৰি৷
 
 
*ডাৰ্ক ফিল্ড অণুবীক্ষণ যন্ত্ৰ (Dark field microscope)
*ডাৰ্ক ফিল্ড অণুবীক্ষণ যন্ত্ৰ (Dark field microscope)- এইধৰণৰ অণুবীক্ষণ যন্ত্ৰৰ সংঘনক (condenser) বিশেষভাৱে তৈয়াৰী৷ এই সংঘনকখনৰ সহায়ত [[পোহৰ]] অণুবীক্ষণীয় ক্ষেত্ৰৰ পৰা আঁতৰ কৰি কেৱলমাত্ৰ লক্ষ্যবস্তুত পেলোৱা হয়৷ ইয়াৰ ফলত লক্ষ্যবস্তুৰ বাহিৰে বাকী অণুবীক্ষণ ক্ষেত্ৰ এন্ধাৰ হৈ পৰে৷ [[কোষ]],[[কোষকেন্দ্ৰ]],[[মাইট'কণ্ড্ৰিয়া]],[[ভেকুঅ'ল]] আদিৰ পৰিসীমা চিনাক্ত কৰিবৰ বাবে এইবিধ অণুবীক্ষণ যন্ত্ৰ বিশেষভাৱে উপযোগী৷
 
 
Line 41 ⟶ 43:
 
[[চিত্র:Bacteria photomicrograph.jpg|right|thumb|আলোক অণুবীক্ষণযন্ত্রে দেখা ব্যাক্টেরিয়ার ছবি]]
 
 
 
==তথ্য সংগ্ৰহ==