বেক্টেৰিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'বেক্টেৰিয়া' ({{lang-en|Bacteria}}) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ [[এককোষী জীৱ]]৷ '''এণ্টন ফন লিউৱেনহ'ক'''(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়৷ বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828) এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে৷ পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী '''লুই পাস্তৰ''' (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী '''ৰবাৰ্ট কক''' (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া৷ ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে৷ <ref name="> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৫০ ৷</ref>৷
 
 
[[File:Antoni van Leeuwenhoek.png|thumb|right|[[Antonie van Leeuwenhoek]], the first [[microbiologist]] and the first person to observe bacteria using a [[microscope]].]]
 
 
[[File:E.-coli-growth.gif|thumb|left|A colony of ''[[Escherichia coli]]''<ref>{{cite journal|author=Stewart EJ, Madden R, Paul G, Taddei F |title=Aging and death in an organism that reproduces by morphologically symmetric division |journal=PLoS Biol. |volume=3 |issue=2 |pages=e45 |year=2005 |pmid=15685293 |doi=10.1371/journal.pbio.0030045|pmc=546039}}</ref>]]
[[File:Streptococcus mutans Gram.jpg|right|thumb|''Streptococcus mutans'' visualized with a Gram stain]]
 
 
==বেক্টেৰিয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ==
Line 20 ⟶ 15:
#বেক্টেৰিয়াৰ দেহত শ্বসন প্ৰক্ৰিয়া ঘটে৷
#বেক্টেৰিয়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত অংশগ্ৰহন কৰে৷ যেনে - বেক্টেৰিয়া ৰাইয'বিয়াম(Rhizobium)৷
#বেক্টেৰিয়াৰপৰা প্ৰতিজৈৱিক(antibiotic) উৎপন্ন হয়৷
#বেক্টেৰিয়াৰপৰা প্ৰতিজৈৱিক(antibiotic) উৎপন্ন হয়৷<ref name="> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং : ২৫১ ৷</ref>৷
 
 
 
==বাসস্থান==
[[File:Bacterial infections and involved species.png|thumb|left|380px|Overview of bacterial infections and main species involved.<ref name=Microbiology33>{{cite book |author=Fisher, Bruce; Harvey, Richard P.; Champe, Pamela C. |title=Lippincott's Illustrated Reviews: Microbiology (Lippincott's Illustrated Reviews Series) |publisher=Lippincott Williams & Wilkins |location=Hagerstwon, MD |year= 2007|pages=Chapter 33, pages 367–392 |isbn=0-7817-8215-5 }}</ref><ref>[http://www.lef.org/protocols/infections/bacterial_infection_01.htm LEF.org > Bacterial Infections] Updated: 01/19/2006. Retrieved on April 11, 2009</ref>]]
 
বেক্টেৰিয়াই [[মাটি]],[[পানী]],[[বতাহ]],[[মহাকাশ]] সকলো ঠাইতে বাস কৰে৷ তাৰোপৰি বিভিন্ন [[খাদ্যবস্তু]],[[ফল-মূল]],[[বস্ত্ৰ]],[[উদ্ভিদ]] আৰু [[প্ৰানীদেহ]],[[মানুহৰ মুখগহ্বৰ]],[[অন্ত্ৰ]],[[জনন অংগ]] আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়৷ বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে৷ কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে ,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে৷ অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি৷
 
[[File:Bacterial infections and involved species.png|thumb|left|380px|Overview of bacterial infections and main species involved.<ref name=Microbiology33>{{cite book |author=Fisher, Bruce; Harvey, Richard P.; Champe, Pamela C. |title=Lippincott's Illustrated Reviews: Microbiology (Lippincott's Illustrated Reviews Series) |publisher=Lippincott Williams & Wilkins |location=Hagerstwon, MD |year= 2007|pages=Chapter 33, pages 367–392 |isbn=0-7817-8215-5 }}</ref><ref>[http://www.lef.org/protocols/infections/bacterial_infection_01.htm LEF.org > Bacterial Infections] Updated: 01/19/2006. Retrieved on April 11, 2009</ref>]]
 
==আকৃতি==
Line 59 ⟶ 51:
 
[[File:Bacterial morphology diagram.svg|right|thumb|360px|Bacteria display many cell [[morphology (biology)|morphologies]] and arrangements]]
 
 
==আকাৰ==
 
[[কোষী]]য়(cellular) [[জীৱ]]ৰ ভিতৰত বেক্টেৰিয়াই আটাইতকৈ ক্ষুদ্ৰতম [[জীৱ]]৷ সাধাৰণতে বেক্টেৰিয়াৰ আকাৰ ০.৫-১.০×২.০-৫.০μm আৰু বহলে ২-৩μm ৷ আটাইতকৈ ক্ষুদ্ৰতম বেক্টেৰিয়াটো হ'ল '''ডায়ালিষ্টাৰ নিউম'ছিণ্টছ(Dialister pneumosintes)''',যি দীঘলে প্ৰায় ০.১৫μm হয়৷ আনহাতে বৃহৎ বেক্টেৰিয়াটো হ'ল ''' বেচিলাছ বুটছচিল্লী(Bacillus butshilli)''',যি দীঘলে প্ৰায় ৮০μm ৷
[[File:Average prokaryote cell- en.svg|thumb|right|Structure and contents of a typical [[Gram positive]] bacterial cell]]
 
==প্ৰজনন==
 
বেক্টেৰিয়াই অংগজ,অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে৷
 
'''অংগজ প্ৰজনন(Vegetative reproduction)'''
 
বেক্টেৰিয়াই ''দ্বি-বিভাজন''আৰু ''মুকুলোদগম'' পদ্ধতিৰদ্বাৰা অংগজ প্ৰজনন কৰে৷
 
*দ্বি-বিভাজনন(Binary fission): সকলো প্ৰকাৰ বেক্টেৰিয়া,বিশেষকৈ কক্কাছজাতীয় বেক্টেৰিয়াই প্ৰধানকৈ দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷ এই পদ্ধতিত প্ৰথমে বেক্টেৰিয়া [[কোষ]]ৰ [[নিউক্লিয়]] পদাৰ্থখিনি অৰ্থাৎ নগ্ন DNA সূত্ৰডাল বিভাজিত হৈ দুডাল সূত্ৰৰ সৃষ্টি কৰে৷ লগে লগে কোষটোৰ মাজত এখন প্ৰস্থবেৰৰ সৃষ্টি হৈ [[কোষ]]প্ৰৰসখিনি দুটা ভাগত ভাগ হৈ পৰে আৰু এটা সময়ত সম্পূৰ্ণ [[কোষ]]টো দুটা ভাগত বিভক্ত হয়৷ প্ৰতিটো ভাগেই একোডাল অপত্য [[DNA]] সূত্ৰ পায়৷ এনেদৰে এটা [[কোষ]]ৰপৰা দুটা অপত্য [[কোষ]]ৰ সৃষ্টি হয়৷ উৎপন্ন হোৱা অপত্য [[কোষ]]বোৰৰপৰা পুনৰায় দ্বি-বিভাজন পদ্ধতিৰে বিভাজিত হৈ অসংখ্য বেক্টেৰিয়া [[কোষ]]ৰ সৃষ্টি হয়৷
 
*মুকুলোদগম(Budding): কিছুমান বেক্টেৰিয়াই মুকুলোদগমৰ সহায়ত অংগজ প্ৰজনন কৰে৷ এই পদ্ধতিত [[কোষ]]টোৰ [[কোষ]]বেৰত এটা টেমুনাৰ দৰে মুকুলৰ সৃষ্টি হয়৷ মাতৃকোষটোৰ DNA ৰ এটা অংশ মুকুলটোত প্ৰবেশ কৰে৷ মুকুলটো ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু এটা সময়ত মাতৃকোষটোৰ পৰা পৃথক হৈ এটা অপত্য বেক্টেৰিয়া [[কোষ]]ৰ সৃষ্টি হয়৷
[[File:Average prokaryote cell- en.svg|thumb|right|Structure and contents of a typical [[Gram positive]] bacterial cell]]
 
 
'''অযৌন প্ৰজনন(Asexual reproduction)'''
 
প্ৰতিকূল পৰিবেশত কিছুমান বেক্টেৰিয়াই (যেনে-বেচিলাছ আৰু ক্লছট্ৰিডিয়াম) [[কোষ]]ত [[কোষ]]প্ৰৰসখিনি সংকুচিত হয় আৰু ইয়াৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়৷ ডাঠ আৱৰণেৰে সৈতে [[কোষ]]স্থ সংকুচিত [[কোষ]]প্ৰৰসখিনিক ''অন্ত:ৰেণু(endospore)'' বোলে৷ অনুকূল পৰিবেশত অন্ত:ৰেণু বেক্টেৰিয়া [[কোষ]]বেৰ ফাটি ওলাই আহে আৰু অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷
 
ইয়াৰ বাহিৰেও কিছুমান বেক্টেৰিয়া [[কোষ]]ৰ কোষপ্ৰৰসখিনি খণ্ডিত হৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ফ্লেজেলাযুক্ত অন্ত:ৰেণুৰ সৃষ্টি হয়৷ এই অন্ত:ৰেণুবোৰক ''গনিডিয়া(gonidia)''বোলে৷ গনিডিয়াবোৰ মাতৃ [[কোষ]]বেৰ ধ্বংস হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে৷ আনহাতে,সূত্ৰকাৰ বেক্টেৰিয়া টুকুৰা-টুকুৰ হৈ ''ৰেণু বা কনিডিয়া (conidia)'' গঠন কৰে৷ এইবিলাক অনুকুল পৰিবেশত অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি হয়৷
 
'''যৌন প্ৰজনন(Sexual reproduction)'''
 
বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) [[জীৱ]]তকৈ বেলেগ৷ এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় [[জীৱ]]ৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা [[কোষ]] দাতা(donor) ৰপৰা আন এটা [[কোষ]] গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়৷ ফলত
গ্ৰহীতা বেক্টেৰিয়া [[কোষ]]ৰ গুণগত পাৰ্থক্য দেখা যায়৷ এই প্ৰক্ৰিয়াটোক ''জিনগত পুনৰ সংযোজন(genetic recombination)'' বোলে৷ পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া [[কোষ]]টোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে৷
 
[[File:Gram Stain Anthrax.jpg|thumb|right|''[[Bacillus anthracis]]'' (stained purple) growing in [[cerebrospinal fluid]]]]
 
 
 
[[File:Bluegreen algae.jpg|thumb|right|Filaments of [[Photosynthesis|photosynthetic]] [[cyanobacteria]]]]
 
 
 
 
 
[[File:SalmonellaNIAID.jpg|thumb|right|Color-enhanced scanning electron micrograph showing ''[[Salmonella typhimurium]]'' (red) invading cultured human cells]]
Line 94 ⟶ 88:
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
 
==বাহ্যিক সংযোগ==
 
 
 
 
 
 
 
 
 
 
 
 
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}