শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
16 নং শাৰী:
|state/province = [[অসম]]
|district = [[গোলাঘাট জিলা]]
|locale = ঘিলাধাৰী মৌজা
|primary_deity =
|important_festivals =
23 নং শাৰী:
|number_of_monuments =
|inscriptions =
|date_built = ১৬৮১ চন
|creator = [[গদাপানি]]
|temple_board =
29 নং শাৰী:
}}
'''শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ''' ({{lang-en|Athkheliya Namghar}}),
==নামকৰণ==
45 নং শাৰী:
সন্তজনৰ কোনো সম্ভেদ নাপাই গদাপাণিয়ে সন্ত লোকৰ নিবাস স্থলৰ ক্ষেত্ৰভাগিৰ উন্নতিৰ হকে ভিন্ন বৃত্তিধাৰী, ভিন্ন সম্প্ৰদায়ৰ ৮ পাইকৰ গোটৰ ওপৰতেই আশ্ৰমখনৰ ৰক্ষণাবেক্ষণ আৰু প্ৰতি পালনৰ দায়িত্ব অৰ্পণ কৰিছিল।<ref name=" পৰ্যালোচনা "/> শিৱ মন্দিৰলৈ বা ক্ষেত্ৰলৈ পাইক আদি ঊচ্ছৰ্গা কৰা উদাহৰণো তেওঁৰ ৰাজত্ব কালৰ কাৰ্যাৱলীত উল্লেখ আছে।<ref> শিৱ; ড০ নিৰ্মল প্ৰভা বৰদলৈ; পৃষ্ঠা:১৫০ </ref> সেই আঠটা পৰিয়াল সমাজবদ্ধ হৈ একো-একোটা কুৰি (চুবুৰীত) পৰিণিত হয়গৈ। এনেদৰেই এখনি আশ্ৰমৰ পৰাই আঠটা পৰিয়ালৰ তত্বাৱধানত সমাজবদ্ধ হৈ, একেটা পৱিত্ৰ অনুষ্ঠানত জড়িত থাকি ধৰ্মীয় কাৰ্য পালন কৰি কালক্ৰমত আঠকুৰীয়া নামেৰে প্ৰখ্যাত হৈ পৰিল<ref name="ইতিহাস" /> আৰু সকলোৱে একে ধৰ্মৰ আচৰণ বিধি পালন কৰি সমাজপাতি খোৱা-লোৱা আদি সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। সেয়েহে এই আঠটা কুৰিৰ সমষ্টিয়েই আঠকুৰীয়া, পাছত আঠখেলীয়া নামেৰে জনাজাত হৈ পৰিল।<ref name=" বুৰঞ্জী প্ৰসিদ্ধ " />
সময়ৰ গতিত সেই মন্দিৰ বৰ্তমান নামঘৰ হিচাপে প্ৰখ্যাত হৈ পৰিল। বৰ্তমান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ সমগ্ৰ দেশৰ বৈষ্ণৱ পন্থাৰ লোকৰ তীৰ্থস্বৰূপ। এইয়া [[বৈষ্ণৱ ধৰ্ম]]ৰ প্ৰভাৱৰ ফলশ্ৰুতি। সময়ৰ লগত ক্ষেত্ৰ ভাগি বিকাশ আৰু উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় খেলৰ ৰাইজে ধৰ্মীয় পৰম্পৰা তথা বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি
==খেল বা কুৰিসমূহ==
95 নং শাৰী:
;স্থায়ীঘৰ নিৰ্মাণ
আঠখেলীয়াৰ বৰবাৰিকে ৰাইজে ১৯৫৬ চনৰ ৭ মে’ তাৰিখে ৰাইজৰ লগত আলোচনা কৰি এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল। সেই পৰিচালনা সমিতিয়ে পূৰ্বৰ খেৰীঘৰৰ আৰ্হিৰ মাজেত মন্দিৰৰ ব্যৱস্থা ৰাখি স্থায়ীঘৰ নিৰ্মাণৰ কাম হাতত ল’লে। আঠখেলীয়া ৰাইজৰ দান-বৰঙণিৰে মন্দিৰৰ ওপৰত কলচি দি বৈকুণ্ঠ পুৰীৰ অষ্টদিশত স্থিত অষ্টদ্বাৰৰ আৰ্হি প্ৰণালীৰে আঠখন দ্বাৰ (দুৱাৰ) ৰাখি সম্পূৰ্ণ বৰ্গক্ষেত্ৰ আকাৰত স্থায়ীঘৰ নিৰ্মাণৰ কাম ১৯৫৬ চনত সম্পূৰ্ণ কৰি তুলিলে। সেই বছৰতে পূৰ্বৰ ঠগাৰ পৰিৱৰ্তে ডাঙৰকৈ বেদী নিৰ্মাণ কৰাই পাঁচখলপীয়া সিংহাসন আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হৈছিল। পূৰ্বৰ কীৰ্তি চিহ্ন ত্ৰিশূল
;নামঘৰৰ পৰিসৰ বৃদ্ধি
143 নং শাৰী:
===বৰষা ভাওনা===
শ্ৰী শ্ৰী আঠখেলীয় নামঘৰত আকাঙ্খিত ভক্ত সকলে নিজা নিজা অভীষ্ট সিদ্ধিৰ কাৰণে বহু অতীতৰ পৰাই ব্যক্তিগত ভাৱেই ভাওনা প্ৰদৰ্শন কৰাই আহিছে। আনহাতে, আঠখেলীয়াৰ ৰাইজে বৰষা ভাওনা হিচাপে বছৰি এভাগিকৈ নাট্যাভিনয় কৰিবলৈ লৈছে ১৯৮০ চনৰ পৰাহে। সেই বছৰত বৰষুণৰ অভাৱত খেতিয়ক ৰাইজ চিন্তাত ব্যকুল হৈ পৰিছিল। বৰষুণৰ আশা লেশমানো নাছিল। ব’হাগ মাহৰ পৰা আৰম্ভ কৰি শাওণ মাহৰ মাজভাগলৈকে খৰাং বতৰৰ কাৰণে দশোদিশ মৰুভূমিত পৰিণত হৈ পৰিছিল। সকলো অঞ্চলতেই কৃষক ৰাইজেই বছৰ দিনৰ এমুঠি দিনৰ আশঅ-আকাঙ্খাৰে মহাপ্ৰভুৰ কৃপা ভিক্ষা বিচাৰিলে। এজন ভক্তৰ যোগেদি প্ৰভুৱে আজ্ঞা কৰালে এভাগি ভাওনা প্ৰদৰ্শনৰ কাৰণে। ৰাইজে অকুণ্ঠ মনোভাৱেৰে সেই বছৰৰ ভাদ মাহৰ ৮ তাৰিখে দিন ধাৰ্য কৰি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভাওনাৰ কৰ্মভাগি সুসম্পন্ন কৰিছিল। ভাওনা শেষ হোৱাৰ পাছতেই তিনিদিন ধৰি ধাৰাসাৰে বৰষিবলৈ ধৰাত ৰাইজে খেতিৰ কামত আগবাঢ়ি শেহতীয়াকৈ হ’লেও বছৰটোৰ বাবে অন্ন সংগ্ৰহ কৰিবলৈ সুবিধা লাভ কৰিছিল। তেতিয়াৰ পৰাই
==চিত্ৰ ভঁৰাল==
|