এৰিষ্ট'টল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

87 নং শাৰী:
এৰিষ্ট'টলে ধাৰণা কৰিছিল যে ৰসবোধ কম (slow-witted) থকা লোকৰ স্মৃতি শক্তি তুলনামূলকভাৱে বেছি ভাল হ'ব কাৰণ, তেনে লোকৰ মগজুত থকা জুলীয়া পদাৰ্থবোৰে স্মৃতিশক্তিৰ লগত জড়িত অংগৰ মুদ্ৰন ক্ষমতা নোহোৱা নকৰে৷ তেওঁ বিশ্বাস কৰিছিল যে শিশু আৰু বৃদ্ব লোকে ভালদৰে অভিজ্ঞতাসমূহ মুদ্ৰণ কৰিব নোৱাৰে৷ শিশুৰ দেহৰ বৃদ্বিৰ লগে লগে মগজুৰো ঘনাই পৰিৱৰ্ত্তন হয়৷ তেনেদৰে বৃদ্ধ লোকৰ অংগসমূহৰ কাৰ্য্যক্ষমতাও বয়সৰ লগে লগে কমি আহে৷ যিহেতু বৌদ্ধিক কাৰ্য্য (intellectual functions) স্মৃতিৰ সৈতে জড়িত নহয়, সেয়ে সময়বোধ থকা কিছুমান জীৱ-জন্তুৰো স্মৃতি থকা দেখা যায়৷
 
===Recollectionস্মৰণ ===
 
Sinceএৰিষ্টট'লে Aristotleধাৰণা believesকৰিছিল peopleযে receiveযিহেতু allমানুহে kindsসকলোধৰণৰ of senseঅনুভূতিৰ perceptionsপৰা andমানসিক peopleচিত্ৰ perceiveবা themমুদ্ৰণ asগ্ৰহণ imagesকৰিব orপাৰে “imprints”,গতিকে peopleমানুহৰ areমনত continuallyনিৰন্তৰভাৱে weavingনতুন togetherনতুন newঅভিজ্ঞতাৰ “imprints”পৰা of things theyমুদ্ৰিত experience.স্মৃতি Inসৃষ্টি orderহয়৷ toএই searchমানসিক forচিত্ৰৰ theseসন্ধান “imprints”,কৰোতে peopleমানুহে searchপ্ৰকৃততে theস্মৃতিৰেই memoryসন্ধান itself.কৰে৷<ref>{{cite book |last=Warren |first=Howard |url=http://books.google.com/books?hl=en&lr=&id=D4IXAAAAYAAJ&oi=fnd&pg=PA3&dq=The+history+of+the+association+of+psychology&ots=YfWh-rerz2&sig=1U6rgT1pNbwy18xC50m9kopXVXw#v=onepage&q=The%20history%20of%20the%20association%20of%20psychology&f=false |title=A History of the Association Psychology |year=1921 |page=30}}</ref> Withinএনেদৰে theসন্ধান memory,কৰোঁতে ifএটাৰ oneপিছত [[experience]]আনটোকৈ isঅভিজ্ঞতাসমূহ offeredআহিলে instead of a specific memory, that person will reject this experience until they find what they are looking for.স্মৰণ ([[Recall|Recollection]]) occursপ্ৰক্ৰিয়াৰ whenসৃষ্টি oneহয়৷ experience naturallyযেতিয়া followsমানুহে another.কোনো Ifবিশেষ theঅভিজ্ঞতা chainমনত of "images" is neededপেলায়, oneতেতিয়া memoryমানুহৰ willমগজুৱে stimulateপূৰ্বৰ theকিছুমান other.অভিজ্ঞতাৰ Ifমুদ্ৰিত theৰূপটোৰ chainসন্ধান ofকৰে "images"আৰু isএইসমূহে notসেই needed,বিশেষ butঅভিজ্ঞতাটো expected,মনত thenপেলোৱাত itসহায় willকৰে৷ only stimulate the other memory in most instances. When people recall experiences, they stimulate certain previous experiences until they have stimulated the one that was needed .{{sfn|Warren|1921|p=25}}
 
গতিকে মনত পেলোৱা (Recollection) হ'ল স্মৃতিত থকা কোনো মুদ্ৰণ কিছু সময়ৰ পিছত উলিয়াই অনা প্ৰক্ৰিয়া৷ এনেদৰে সাঁচি থোৱা কোনো তথ্যৰ পুনৰ উলিয়াই অনাৰ প্ৰক্ৰিয়া নিৰ্ভৰ কৰে মানুহৰ 'mnemonic' ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে৷ {{sfn|Carruthers|2007|p=19}} কেৱল মানুহেহে বৌদ্ধিক কাৰ্য্যৰ মুদ্ৰণসমূহ যেনে সংখ্যা বা শব্দ আদি মনত ৰাখিবলৈ সক্ষম৷ অৱশ্যে সময়বোধ থকা অন্য প্ৰণিসমূহেও পূৰ্বৰ অভিজ্ঞতাসমূহ মনত পেলাব পাৰে৷ কোনো এটা মুদ্ৰণ মনত পেলালে ইয়াৰ লগত কোনো প্ৰকাৰে জড়িত থকা অন্য বহুতু মুদ্ৰণ স্মৃতি হৈ মনলৈ আহিব পাৰে৷ {{sfn|Warren|1921|p=296}}
Recollection is the self-directed activity of retrieving the information stored in a memory "imprint" after some time has passed. Retrieval of stored information is dependent on the scope of mnemonic capabilities of a being ([[human]] or [[animal]]) and the abilities the human or animal possesses .{{sfn|Carruthers|2007|p=19}} Only humans will remember "imprints" of intellectual activity, such as numbers and words. Animals that have perception of time will be able to retrieve memories of their past observations. Remembering involves only perception of the things remembered and of the time passed. Recollection of an "imprint" is when the present experiences a person remembers are similar with elements corresponding in character and arrangement of past sensory experiences. When an "imprint" is recalled, it may bring forth a large group of related "imprints" .{{sfn|Warren|1921|p=296}}
 
এৰিষ্টটলে বিশ্বাস কৰিছিল যে কিছুমান চিন্তাৰ সমষ্টিৰে মনলৈ আনি দিয়া বিশেষ মুদ্ৰণবোৰ তিনিধৰণৰ সম্পৰ্কেৰে ইটো-সিটোৰ সৈতে সংযোজিত হৈ থাকে৷ এইবোৰ হৈছে-মিল (similarity),অমিল (contrast) আৰু সংস্পৰ্শ (contiguity)৷ এই তিনিটাই তেওঁৰ 'Laws of Association' ৰ মূল উপাদান৷ এৰিষ্ট'টলে ধাৰণা কৰিছিল যে অতীতৰ অভিজ্ঞতাসমূহ মানুহৰ মনতে লুকাই থাকে৷ এটা শক্তিয়ে প্ৰকৃতি অভিজ্ঞতাটো এই পূৰ্বৰ অভিজ্ঞতাসমূহ জাগ্ৰত কৰি উলিয়াই আনে৷ তেওঁৰ মতে সংযোগ (association) হৈছে মানসিক সত্ত্বাত লুকাই থকা এক শক্তি৷ ই পুৰ্বৰ অভিজ্ঞতাৰ অপ্ৰকাশিক অংশক জাগ্ৰত কৰি তোলে আৰু মনত পেলোৱাত সহায় কৰে৷ {{sfn|Warren|1921|p=259}}
Aristotle believed the chain of thought, which ends in recollection of certain “imprints”, was connected systematically in three sorts of relationships: similarity, contrast, and contiguity. These three laws make up his [[Laws of Association]]. Aristotle believed that past experiences are hidden within our mind. A force operates to awaken the hidden material to bring up the actual experience. According to Aristotle, association is the power innate in a mental state, which operates upon the unexpressed remains of former experiences, allowing them to rise and be recalled .{{sfn|Warren|1921|p=259}}
 
==Thought==
"https://as.wikipedia.org/wiki/এৰিষ্ট%27টল"ৰ পৰা অনা হৈছে