বাবুল ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
 
1 নং শাৰী:
বাবুল ফুকন অসমৰ এগৰাকী প্ৰখ্যাত ফুটবল খেলুৱৈ৷
==জীৱন==
১৯৬৮ চনৰ ১ মেত চাবুৱাৰ জেৰাই চকলীভৰীয়া গাঁৱত জন্মগ্ৰহণ কৰে৷<ref>http://www.assamtribune.com/scripts/displaypage.asp?id=dec1513,6,84,111,1335,2052</ref> তেওঁ পানীতোলা হাইস্কুল আৰু চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে৷<ref>http://amarasom.glpublications.in/Details.aspx?id=16010&boxid=1109859</ref> তেওঁ অৰুণাচলৰ নাহৰলগুণ শাখাৰ ষ্টেট বেংকত কৰ্মৰত হৈ আছিল৷ দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত অসুস্থ হৈ থকাৰ পিছত ২০১৩ চনৰ ১৮১৪ ডিচেম্বৰত ৪৯ বছৰ বয়সত বাবুল ফুকনৰ দেহাৱসান ঘটে৷
 
==ফুটবল কেৰিয়াৰ==