ফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ফেডেৰিক’ গাৰ্থিয়া লৰ্কাৰ স্পেইনৰ এজন প্ৰসিদ্ধ কবি আছিল। লৰ...
 
No edit summary
1 নং শাৰী:
{{Infobox person
| name = ফ্ৰেডেৰিক গ’ৰ্ছিয়া ল’ৰ্কা
| image = Lorca (1914).jpg
| imagesize =
| alt =
| caption = ১৯১৪ চনত ল’ৰ্কা
| pseudonym =
| birth_name = ফ্ৰেডেৰিক’ ডেল ক’ৰাজ’ন ডে’ গ’ৰ্ছিয়া ল’ৰ্কা
| birth_date = {{Birth date|df=yes|1898|6|5}}
| birth_place = ফুৱেণ্টে ভোকেৰ’, গ্ৰানাডা, এণ্ডালুচিয়াণ, স্পেইন
| death_date = {{death date and age|df=yes|1936|8|19|1898|6|5}}
| death_place = অলফাকৰ দাতিঁকাষৰীয়া অঞ্চল, গ্ৰানাডা, স্পেইন
| occupation = নাট্যাকাৰ, কবি, নাট পৰিচালক
| nationality = স্পেইনীয়
| period = [[Modernism]]
| genre =
|parents =ফ্ৰেডেৰিক’ গ’ৰ্ছিয়া ৰ’ড্ৰিগুৱেজ<br/>ভিচেণ্টা ল’ৰ্কা ৰ’মেৰ’
| movement = জেনেৰচন অৱ ’২৭
| notableworks =
| awards =
| signature =Federico García Lorca signature.svg
| website =
| portaldisp =
}}
 
ফেডেৰিক’ গাৰ্থিয়া লৰ্কাৰ স্পেইনৰ এজন প্ৰসিদ্ধ কবি আছিল। লৰ্কাৰ ১৮৯৯ত গ্রানাডাৰ দাঁতিকাষৰীয়া এখন সৰু গাঁৱত এটি কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল আৰু সেয়ে পৰিয়াল প্রদত্ত হিচাপে পাইছিল মাটিৰ মাহাত্ম্যক উপলব্ধি কৰিব পৰা, চঁহা জীৱনত নিজকে প্রতিবিম্বিত কৰিব পৰা এখন নিখূট হৃদয়। লৰ্কাৰ জীৱন বসন্তবোৰ পাৰ হৈছিল প্রকৃতিৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত। আনহাতে একে প্রকৃতিৰ বুকুতে সকলো স্তৰৰ মানুহৰ নিধন যজ্ঞ চলাইছিল অত্যাচাৰী শাসকীয় ফ্রাংক’ বাহিনীয়ে। সেয়ে লৰ্কাৰ কবিতাত যিদৰে প্রকৃতিৰ বিনন্দীয়া উপাদানে ৰহণ চৰায় ঠিক সেইদৰে আনফালে বিষাদৰ ৰং সানে নিপীড়িত সকলৰ অসময়ত বৈ অহা তেজৰ বন্যাৰ শোক, যন্ত্রণাৰ আস্ফালনে। লৰ্কাৰ কবিতাৰ এক প্রধান উৎস হৈছে মানব প্রীতি। কিন্ত এই প্রীতিয়ে সাম্যবাদী ৰাজনৈতিক পোছাক পিন্ধা নাছিল। লৰ্কাৰ সৰলতাই লৰ্কাৰ শক্তি আছিল। এই শক্তিৰ আধাৰতে লৰ্কায়ে সপোন দেখিছিল ফ্রাংক’ বাহিনী মুক্ত এখন স্পেইনৰ য’ত থাকিব কেৱল মানুহৰ শৌৰ্য্য । লৰ্কাৰ মাটিৰে সুৱাসিত সহজ সৰল কবিতাবোৰে স্পেইনৰ কৃষক- বনুৱা, সহজ সৰল চহালোকসকলৰ হৃদয় সহজতে চুব পাৰিছিল কাৰণ তাত প্রতিফলিত হৈছিল তেওঁলোকৰেই জীৱনগাঁথা। লৰ্কা হৈছিল খেতিয়ক ৰাইজৰ মৰমৰ ফেডেৰিক’।