ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
[[File:HRIV Impact.gif|thumb|right|9P/Tempel collides with ''Deep Impact's'' impactor]]
'''ধূমকেতু''' ({{lang-en|Comet}}) হ'ল [[বৰফ]] আৰু ধূলিৰে গঠিত [[জোতিষ্ক]]৷ ধূমকেতুবোৰক প্ৰায়ে লেতেৰা [[বৰফ]]ৰ বল বুলি কোৱা হয়৷ ধূমকেতুৰ ধূলি [[বৰফ]],[[কাৰ্বন-ডাইাক্সাইড]],[[কাৰ্বন-মন'অক্সাইড]],[[এম'নিয়া]],[[মিথেন]] আদিৰে গঠিত৷ বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে [[পৃথিৱী]]লৈ [[পানী]] আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ [[পৃথিৱী]]ত [[জীৱ]] সৃষ্টিত সহায় কৰিলে৷ ধূমকেতুৱে আন আন [[সৌৰজগত]]ৰ সদস্যৰ দৰেই [[সূৰ্য্য]]ক প্ৰদক্ষিণ কৰে৷ ধূমকেতুবোৰ উৰ্ট ডাৱৰৰ অঞ্চলত বসবাস কৰে৷ [[প্লুটু]]ৰ পৰাও দূৰত উৰ্ট [[ডাৱৰ]] অৱস্থিত৷ কেতিয়াবা কোনোটো ধূমকেতু উৰ্ট [[ডাৱৰ]] এৰি [[সৌৰজগত]]ৰ ভিতৰ অঞ্চলত প্ৰৱেশ কৰে৷ কিছুমানে নিয়মিয়াকৈ এনেদৰে প্ৰৱেশ কৰে৷ বহুতে বহু বছৰৰ মূৰত এবাৰ প্ৰৱেশ কৰে৷ <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= ধূমকেতুএই কিশতিকাৰ ধূমকেতু,আইছন |author=ড° মানৱজ্যোতি বৰদলৈ | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিচেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা -১৩}}</ref>
 
==গঠনপ্ৰণালী==
[[File:Comet Wild2 .jpg|thumb|Comet Wild 2]]
ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷ কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ [[নিউক্লিয়াছ]] অৱস্থিত৷ [[নিউক্লিয়াছ]] প্ৰধানকৈ [[বৰফ]] আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷ [[বৰফ]]ৰ অংশত [[পানী]]ৰ [[বৰফ]]ৰ লগতে গোটা অৱস্থাৰ [[এম'নিয়া]],[[কাৰ্বন-মন'অক্সাইড]],[[কাৰ্বন-ডাই অক্সাইড]] আৰু [[মিথেন]] থাকিব পাৰে৷ [[নিউক্লিয়াছ]]ত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷ [[সূৰ্য্য]]ৰ ওচৰ চপাৰ লগে লগে নিউক্লিয়াছৰ পৃষ্ঠভাগৰ বৰফ বাষ্পীভূত হ'বলৈ ধৰে৷ এনেদৰে বাষ্পীভূত হোৱা গেছে নিউক্লিয়াছৰ চাৰিওফালে ডাৱৰৰ সৃষ্টি কৰে৷ সৰহভাগ ধূমকেতুৰ নিউক্লিয়াছৰ ব্যাস বা দৈৰ্ঘ্য ১৫ কিলোমিটাৰ বা তাতোকৈ কম হয়৷ ধূমকেতুৰ নেজৰ দৈৰ্ঘ্য ১৬ কোটি কিলোমিটাৰ পৰ্য্যন্ত হ'ব পাৰে৷ <ref name="গ্ৰন্থ ১" />
==নামাকৰণ==
[[File:Iss030e015472 Edit.jpg|thumb|[[C/2011 W3 (Lovejoy)|Comet Lovejoy]] (<small>C/2011 W3</small>) from orbit]]
19 নং শাৰী:
#'''বিয়েলাৰ ধূমকেতু''' - এই ধূমকেতুটো প্ৰথম মনটেইন আৰু মেডিয়াৰে ১৭৭২ চনত দেখা পাইছিল৷ উইলহেল্ম বিয়েলাৰে ইয়াৰ সবিশেষ ১৮২৬ চনত নিৰ্ণয় কৰিছিল বাবে ইয়াৰ নাম বিয়লাৰ ধূমকেতু৷ ১৮৪৬ চনৰ ফেব্ৰুৱাৰিত ইয়াৰ কেন্দ্ৰভাগ দুভাগ হোৱা দেখা গৈছিল৷ ইয়াৰ পাছত ইয়াক ১৮৫৯,১৮৬৫ আৰু ১৮৭২ চনত পৰ্য্যাব ক্ৰমে দেখা পাব লগা আছিল;কিন্তু দেখা পোৱা নগ'ল৷ ইয়াৰ সলনি ১৮৭২ চনৰ ২৭ নৱেম্বৰত এক প্ৰচণ্ড উজ্জ্বল উল্কাপাত হোৱা দেখা গৈছিল৷ ঘণ্টাত ৩০০০ ৰ অধিক উল্কাপাত ধূমকেতুটোৰ [[আকাশ]]ৰ সম্ভাব্য স্থানৰ দিশৰ পৰা হোৱা দেখা গৈছিল৷ ইয়াৰ পাছতো ১৯ শতিকাতো পৰ্য্যায়ক্ৰমে উল্কাপাত হৈছিল৷
#'''টেম্পেল -১ ধূমকেতু''' - এই ধূমকেতুটো ১৮৬৭ চনত ইউহেল্ম টেম্পেলে আৱিষ্কাৰ কৰিছিল৷ ই [[সূৰ্য্য]]ৰ চাৰিওফালে পাঁচ বছৰ ছমাহত এবাৰ প্ৰদক্ষিণ কৰে৷ গভীৰ মহাকাশৰ সংঘৰ্ষৰ বাবে পঠিওৱা ডিপ ইম্পেক্ট মহাকাশযানৰপৰা এটা প্ৰ'বে ইয়াক খুন্দিয়াইছিল৷
#'''মেকনট ধূমকেতু''' - ই হ'ল যোৱা শতিকাৰ উজ্জ্বলতম ধূমকেতু৷ ইয়াক ২০০৭ চনৰ বৃহৎ ধূমকেতু বুলি আখ্যা দিয়া হৈছিল৷ ই শুক্ৰ গ্ৰহতকৈ উজ্জ্বল হৈছিল৷ [[পৃথিৱী]]ৰ কোটি কোটি মানুহে ইয়াক দেখা পাইছিল৷ ইয়াৰ কক্ষপথ অতি দীঘলীয়া৷ ই ৯২,৬০০ বছৰৰ পাছত [[পৃথিৱী]]লৈ ঘূৰি আহিব৷
#'''মেকনট ধূমকেতু''' -
#'''হেল-বপ ধূমকেতু''' - ১৯৯৫ চনত এলান হেল আৰু থমাছ বৰ্পে এই ধূমকেতুটো আৱিষ্কাৰ কৰিছিল৷ কুৰি শতিকাৰ ই আছিল আটাইতকৈ বেছি পৰ্য্যবেক্ষণ কৰা ধূমকেতু৷ ১৯৯৭ চনত ইয়াক উত্তৰ [[আকাশ]]ত গোটেই নিশা জুৰি দেখা পোৱা গৈছিল৷
#'''হেল-বপ ধূমকেতু''' -
#'''হেলিৰ ধূমকেতু''' - হেলিৰ ধূমকেতু হ'ল এতিয়ালৈকে দেখা পোৱা আটাইতকৈ বিখ্যাত ধূমকেতু৷ প্ৰতি ৭৬ বছৰৰ মূৰে মূৰে ইয়াক দেখা পোৱা যায়৷ যেতিয়া ই [[সূৰ্য্য]]ৰ ওচৰ চাপে ইয়াক খালী চকুৰেও দেখা পোৱা যায়৷ ১৯৮৬ চনত ইয়াক শেষবাৰৰ বাবে দেখা গৈছিল,যেতিয়া ই [[পৃথিৱী]]ৰ ওচৰ চাপিছিল৷ ইয়াৰ নিউক্লিয়াছটো আছিল আকাৰত [[আলু]]ৰ দৰে ১৫ কিলোমিটাৰ দীঘল আৰু ই [[বৰফ]] আৰু ধূলিৰ কণাৰে গঠিত৷ ইয়াৰ [[বৰফ]]ৰ ৮০ শতাংশ [[পানী]] আৰু বাকীখিনি [[কাৰ্বন-মন'অক্সাইড]]৷ বিজ্ঞানীসকলৰ মতে,বাকী ধূমকেতুবোৰো হেলিৰ ধূমকেতুৰ দৰে৷ হেলিৰ ধূমকেতু আকৌ [[পৃথিৱী]]ৰ ওচৰ চাপিব ২০৫২ চনত৷ খ্ৰীষ্টপূৰ্ব ২৪০ চনৰ পৰা মানুহে এই ধূমকেতুটো দেখি আহিছে৷
#'''হেলিৰ ধূমকেতু''' -
#'''শ্বুমেকাৰ-লেভী ধূমকেতু''' - এই ধূমকেতুটোৱে ১৯৯৪ চনত [[বৃহস্পতি গ্ৰহ]]ক খুন্দা মাৰিছিল আৰু ২১ টা দৃশ্যমান সংঘৰ্ষ দেখা পোৱা গৈছিল৷ বৃহৎ খুন্দাটোৱে সৃষ্টি কৰা [[জুই]]ৰ বল [[বৃহস্পতি গ্ৰহ]]ৰ ডাৱৰৰ ওপৰত ৩০০০ কিলোমিটাৰ উচ্চতালৈকে সৃষ্টি কৰিছিল৷ এই সংঘৰ্ষৰ বিস্ফোৰণৰ শক্তি ৬ লাখ কোটি টিএনটি বিস্ফোৰণৰ সমান আছিল৷<ref name="গ্ৰন্থ ১" />
#'''শ্বুমেকাৰ-লেভী ধূমকেতু''' -<ref name="গ্ৰন্থ ১" />
 
==ধূমকেতু [[সূৰ্য্য]]ত জাহ গৈছিলযায়==
[[সূৰ্য্য]]ৰ কাষেদি যাওঁতে কেতিয়াবা [[সূৰ্য্য]]ৰ প্ৰচণ্ড মহাকৰ্ষণে ধূমকেতু গ্ৰাহ কৰে৷ এনে ঘটনা ঘটিছিল ১৯৭৯ চনৰ ৩০ আৰু ৩১ আগষ্টত৷
 
==[[পৃথিৱী]]ৰ সৈতে সংঘৰ্ষ==
১৯০৮ চনৰ ৩০ জুনত [[ছাইবেৰিয়া]]ৰ টুংগুস্কা নামৰ নদীখনৰ পাৰত [[জুই]]ৰ বল এটা পৰা দেখিছিল৷ লগে লগে প্ৰচণ্ড [[ভূমিকম্প]] সংঘটিত হৈছিল৷
==ধূমকেতু [[সূৰ্য্য]]ত জাহ গৈছিল==
 
==শ্ৰেণী বিভাজন==
পৰিভ্ৰমণকাল অনুসৰি ধূমকেতুৰ শ্ৰেণী বিভাজন কৰা হয়৷ চুটি পৰ্য্যায়কালৰ ধূমকেতুৰ [[সূৰ্য্য]]ৰ চাৰিওফালে প্ৰদক্ষিণ কৰোঁতে দুশ বছৰ মান লাগে৷ ইয়াৰ অধিক হ'লে দীৰ্ঘম্যাদী ধূমকেতু বোলা হয়৷
==তথ্য সংগ্ৰহ==
{{Reflist}}
==বাহ্যিক সংযোগ==
 
 
[[শ্ৰেণী:ভূগোল]]
"https://as.wikipedia.org/wiki/ধূমকেতু"ৰ পৰা অনা হৈছে