ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
13 নং শাৰী:
 
==ধ্বংসলীলা==
ছুনামিৰ পিছতেই বিপৰ্যস্ত দেশবোৰত খাদ্য,খোৱাপানী,আশ্ৰয় আদিৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছিল৷ এই ছুনামিত [[ভাৰত]]ৰ ক্ষতি হয় প্ৰায় ৫ হাজাৰ কোটি টকা৷ ৰাষ্টীয় ঘাইপথৰ ১৬২ কিল'মিটাৰ ৰাজ্য আৰু জিলা পথৰ ৪৬২ কিল'মিটাৰ,৭খন দলং,৩৪টা পুল সম্পূৰ্ণৰূপে ধ্বংস হয়৷ এই ছুনামিটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল৷ মৃতকৰ ভিতৰত শিশুৰ সংখ্যাই সৰ্বাধিক৷ ইউনিচেফৰ এটা সমীক্ষাত দেশৰ ভিতৰত [[ইণ্ডোনেছিয়া]],[[ভাৰত]] আৰু [[শ্ৰীলংকা]]তে ধন-জন হানি আতাইতকৈ বেছি৷
 
[[ভাৰত]]ৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - [[উৰিষ্যা]],[[পশ্চিমবংগ]],[[অন্ধ্ৰপ্ৰদেশ]],[[তামিলনাডু]],[[পণ্ডিচেৰী]],[[কেৰালা]] আৰু [[আন্দামান-নিকোবৰ দ্বীপপুঞ্জ]]৷ তাৰ ভিতৰত [[তামিলনাডু]] আৰু [[আন্দামান-নিকোবৰ]]তে ক্ষয়-ক্ষতি সৰ্বাধিক৷
 
 
"https://as.wikipedia.org/wiki/ছুনামি"ৰ পৰা অনা হৈছে