নাজিৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

59 নং শাৰী:
'''নাজিৰা''' (IPA: nəˈzɪərə) ({{Lang-en|Nazira}}) [[অসম]]ৰ [[শিৱসাগৰ জিলা]]ত অৱস্থিত এখন ঐতিহাসিক ঠাই৷
==ইতিহাস==
নাজিৰা আহোমৰ ৰাজত্ব কালত ৰাজধানী গড়গাওঁৰ দাঁতিকাষৰীয়া অঞ্চলৰূপে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল৷ জনশ্ৰুতি অনুসৰি নাজিৰাৰ নামটো 'নাও-জিৰা' ৰ পৰা আহিছে৷ ইতিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ মত অনুসৰি নাজিৰা নামৰ উৎস তাই ভাষাৰ শব্দৰ পৰাহে য'ত, না-ৰ অৰ্থ মাটি, জি-হেলনীয়া আৰু ৰা- যথেষ্ট৷ গতিকে নাজিৰাৰ অৰ্থ বৃহৎ হেলনীয়া মাটি বা অঞ্চল (a much inclined land)৷ <ref>Late Rajkumar Sarbananda, Etihase Suaura Chashata Bacharor,Page 272,First Edition December 2000,ISBN-81-7339-308-7 Banalata,New Bazar Dibrugarh-1</ref>
Nazira was an important place during the regime of Ahom Kingdom. Nearby Gargaon was the capital of Ahom Kingdom over a long period. According to legends Nazira got its name from 'Now-Jeera', which in [[অসম]]ese literally means resting place of boats. The historian Sarbananda Rajkumar states that 'Nazira' is a Tai(Ahom) word: Na means Land,Zi-Inclined & Ra-Much. So, Nazira means a much inclined land.<ref>Late Rajkumar Sarbananda, Etihase Suaura Chashata Bacharor,Page 272,First Edition December 2000,ISBN-81-7339-308-7 Banalata,New Bazar Dibrugarh-1</ref> He also writes that once the important places of Nazira were ''Ganak Village'' and ''Nazirahat''.
 
==ভৌগোলিক বিৱৰণ==
"https://as.wikipedia.org/wiki/নাজিৰা"ৰ পৰা অনা হৈছে