মাইকেল ফেৰাডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
তথ্য উত্স সংযোগ
30 নং শাৰী:
}}
 
'''মাইকেল ফেৰাডে''' {{Lang-en|Michael Faraday}}) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত বৃটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
 
যদিও ফেৰাডেৰ আনুষ্ঠানিক শিক্ষা একেবাৰে কম আছিল, তেওঁ আটাইটকৈ প্ৰভাৱশালী বিজ্ঞানীবোৰৰ ভিতৰত এজন আছিল। একমূখী বিদ্যুত প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বক ক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই পদাৰ্থ বিজ্ঞানৰ বিদ্যুত চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেই চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল।<ref name="EncBrit">[http://www.1911encyclopedia.org/Michael_Faraday Michael Faraday] entry at the 1911 Encyclopaedia Britannica hosted by LovetoKnow Retrieved January 2007.</ref><ref name="IEEUK">[http://www.theiet.org/resources/library/archives/biographies/faraday.cfm "Archives Biographies: Michael Faraday", The Institution of Engineering and Technology.]</ref> তেওঁৰ বিদ্যুত চুম্বকত্বৰ তত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰ বিলাক চলি আছে।
 
ৰসায়নবিদ হিচাপে তেও বেঞ্জিন আৱিষ্কাৰ কৰিছিল, ক্লৰিণৰ ক্লেথ্ৰেট হাইড্ৰেট(clathrate hydrate) বিষয়ে অধ্যয়ণ কৰিছিল,প্ৰাৰম্ভিক অৱস্থাৰ বুনচেন বাৰ্ণাৰ আৰু অক্সিডেচন নম্বৰ ব্যৱস্থাটো উদ্ভাৱন কৰিছিল। শেষত ফেৰাডেই ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ ফুলেৰিয়ান প্ৰফেচাৰ অৱ কেমিষ্ট্ৰী আসনখন দখল কৰিবলৈ সক্ষম হৈছিল।
39 নং শাৰী:
 
ধাৰকত্ব(Capacitance) ৰ এছ আই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে।
 
==তথ্য উত্স==
{{reflist}}
 
[[শ্ৰেণী:ইংলেণ্ডৰ বিখ্যাত ব্যক্তি]]