নল গাহৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:স্তন্যপায়ী প্ৰাণী যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
2 নং শাৰী:
{{Taxobox
| image =PorculaSalvaniaAdultWolf.jpg
| name = Pygmyনল hogগাহৰি
| status = CRঘোৰ-সংকটগ্ৰস্থ
| status_system = iucn3.1
| status_ref = <ref name=iucn>{{IUCN2008|assessors=Narayan, G., Deka, P. & Oliver, W.|year=2008|id=21172|title=Porcula salvania|downloaded=5 April 2009}} Database entry includes a brief justification of why this species is of critically endangered.</ref>
19 নং শাৰী:
| synonyms = <center>''Sus salvanius''
}}
'''নল গাহৰি''' ({{Lang-en|Pygmy hog}} বৈ়জ্ঞানিক নাম: Porcula salvania) পৃথিবীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই গাহৰি [[উত্তৰ প্ৰদেশ]], [[নেপাল]], উত্তৰবংগ আৰু [[অসম]] জুৰি [[হিমালয়]]ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত নল গাহৰি পোৱা গৈছিল । লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগৰ ঘাঁহনিত নল গাহৰি বিলুপ্ত হৈ যোৱাত এই আপুৰুগীয়া গাহৰিৰ প্ৰজাতিটো বিলুপ্ত হোৱা বুলি ধৰি লোৱা হৈছিলে যদিও পিছলৈ কেৱল অসমৰ [[মানাহ ৰাষ্টীয়ৰাষ্ট্ৰীয় উদ্যান]]ত পুনৰ ইয়াক দেখা পোৱা যায় । ঘোৰ-সংকটগ্ৰস্থ (Critically Endangered) তালিকা ভূক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে পৃথিবীৰ আন কতো নাই আৰু [[এশিঙীয়া গঁড়|ভাৰতীয় গঁড়]]তকৈ বৰ্তমানত জীয়াই থকা নল গাহৰিৰ সংখ্যা কেইবাগুণে কম। গোটেই পৃথিবীতে সম্ভৱতঃ ৫০০টাতকৈও কম নল গাহৰি বৰ্তমান কেৱল অসমৰ হাবিত জীয়াই আছে।
==বিৱৰণ==
অতি বিৰল এই বনৰীয়া গাহৰিৰ বৈজ্ঞানিক নাম Porcula sulvania (পৰকুলা ছালভানিয়া)<ref name="iucn" /> আৰু [[ভাৰত]]ৰ হাবিত দেখাপোৱা বনৰীয়া গাহৰিতকৈ ই পৃথক আৰু আকাৰতো প্ৰায় ৪ গুণ মান সৰু । অসমীয়াত ইয়াক নল গাহৰিৰ উপৰি টাকুৰি বৰা বুলিও কোৱা হয়। [[বড়ো ভাষা]]ত ইয়াৰ নাম ওমা ঠাখ্ৰি, [[নেপালী ভাষা]]ত ইয়াৰ নাম পুডেক বঁদেল। নল গাহৰি দীঘলে মাত্ৰ ৬০ ছে.মি. আৰু ওখই প্ৰায় ২৫ ছে.মি. মান হয়। এটা প্ৰাপ্তবয়স্ক মতাৰ ওজন ৮ পৰা ৯ কিলোগ্ৰাম মান হয়। মাইকী গাহৰিবোৰ মতাতকৈ কিছু সৰু।
"https://as.wikipedia.org/wiki/নল_গাহৰি"ৰ পৰা অনা হৈছে