ৰক্তচাপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ৰক্ত[[ সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকে...
 
No edit summary
1 নং শাৰী:
[[ৰক্ত[[]] সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকেই ৰক্তচাপ বোলা হয়। শিৰাবোৰে হৃদয়ৰ পৰা পাম্প কৰা বা ঠেলি পঠিওঁৱা তেজবোৰ টিছু আৰু আন অংগলৈ কঢ়িয়াই নিয়ে। হৃদয়ে শিৰাবোৰেৰে তেজ ঠেলি পঠিয়াওঁতে শিৰাবোৰে তেজ প্ৰবহন কৰাৰ প্ৰতিক্ৰিয়াৰ ফলতে ৰক্তচাপৰ সৃষ্টি হয়।
 
এজন ব্যক্তিৰ ৰক্তচাপ চিছটলিক/ডিছট’লিক ৰক্তচাপৰ হিচাপত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে, ১২০/৮০। চিছটলিক ৰক্তচাপে (উচ্চতম সংখ্যা) হৃদয়ে তেজ পাম্প কৰি পঠিয়াওঁতে শিৰাৰ ওপৰত পৰা চাপ বুজায়। ডিছট’লিক ৰক্তচাপে (নিম্নতম সংখ্যা) দুবাৰ পাম্প কৰাৰ মাজৰ সময়খিনিত শিৰাৰ ওপৰত থকা চাপৰ পৰিমাণ বুজায়। হৃদয়ে তেজ পাম্প কৰাৰ সময়ত ৰক্তচাপ সদায় বেছি থাকে।
"https://as.wikipedia.org/wiki/ৰক্তচাপ"ৰ পৰা অনা হৈছে