যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ref (edited with ProveIt) |
Anshuman.jrt (আলোচনা | বৰঙণি) No edit summary |
||
26 নং শাৰী:
}}
'''যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ''' ({{lang-en|Jorhat Science Centre cum Planetarium}}) হৈছে [[যোৰহাট]] নগৰৰ মাজমজিয়াতে ঐতিহাসিক [[ৰাজমাও পুখুৰী]]ৰ পাৰত অৱস্থিত।<ref name="jorhat.nic.in">{{cite web | url=http://jorhat.nic.in/jorhat-planetarium-in-jorhat.html | title=Jorhat Science Center and Planetarium | publisher=District Administration, Jorhat. | accessdate=13 ফেব্ৰুৱাৰী 2014}}</ref> পাঁচ কোটি টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটো মুঠ ১৫০০ বৰ্গ মিটাৰ জুৰি
২০১৩ চনৰ ৬ জুলাইৰ দিনা অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে। একে বৰ্ষৰে ১১ জুলাইৰ পৰা এই কেন্দ্ৰটো দৰশনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰতিষ্ঠা হোৱাৰ প্ৰথম মাহটোতে, অৰ্থাৎ ২০১৩ চনৰ ৬ জুলাইৰ পৰা ৫ আগষ্টৰ ভিতৰত এই বিজ্ঞান কেন্দ্ৰটোলৈ ২৭,০০০ জন লোকৰ আগমন হয়। ইয়াৰ পৰা ৩.৮৭ লাখ টকাৰ ৰাজহ লাভ কৰা হয়।<ref name="itimes.com" />
|