মৰুভূমি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
মৰুভূমি হ’ল এক অতি শুকান বৃস্তিতবিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমান অতি কম। ইয়াত নামমাত্র হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয়। মৰুভূমিৰ অর্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু গেদীয়কৰনৰ ফলত বৰষুণ হিচাপে নামি আহে। মৰুভূমিৰ গছবোৰৰ মৰু অঞ্চলৰ অতি কম পানী থকা পৰিবেশৰ লগত খাপ খুৱাই চলিবলে কিছুমান বিশেষ গুণৰ প্রয়োজন।প্ৰয়োজন। মৰুভূমিত সাধাৰণতে বছৰি ২৫০ মিলিলিটাৰতকৈও(ইঞ্চি) কম বৰষুণ হয়।
{{stub}}
"https://as.wikipedia.org/wiki/মৰুভূমি"ৰ পৰা অনা হৈছে