৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q5756539 (translate me)
No edit summary
22 নং শাৰী:
 
== পথ ==
[[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ৰপৰা [[৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ]] নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই [[গোৱালপাৰা]]ত [[ব্ৰহ্মপুত্ৰ|ব্ৰহ্মপুত্ৰ নদী]] পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বৃস্তিতবিস্তৃত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো [[গুৱাহাটী]] (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[শ্বিলং]]লৈ গৈছে), [[নগাঁও]] (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[ডিমাপুৰ]]লৈ গৈছে), [[যোৰহাট]], [[শিৱসাগৰ]], [[ডিব্ৰুগড়]] আৰু [[তিনিচুকীয়া]] মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও [[অসম]]ৰ [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]ৰ মাজেদি পাৰ হৈ গৈছে।
 
==তথ্য সংগ্ৰহ==