স্কাৰলেট জ'হানছন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 90 interwiki links, now provided by Wikidata on d:q34436 (translate me)
fixing dead links
19 নং শাৰী:
২০১০ চনত আৰ্থাৰ মিলাৰৰ ''[[:en:A View From the Bridge|এ ভিউ ফ্ৰম দা ব্ৰিজ]]''ৰ ব্ৰ'ডৱে' প্ৰযোজনাত জ'হানছনৰ অভিনয় সমালোচকৰ দ্বাৰা উচ্চ প্ৰসংশিত হয়। ইয়াৰ বাবে তেওঁ নাটকত শ্ৰেষ্ঠ অভিনেত্ৰীৰ টনী বঁটা লাভ কৰে। ২০০৮ চনৰ ২০ মে'ত ''[[:en:Anywhere I Lay My Head|এনীৱে' আই লে' মাই হে'ড]]'' এলবামৰ জৰিয়তে জ'হানছনে কণ্ঠশিল্পী ৰূপেও আত্মপ্ৰকাশ কৰে।<ref>{{cite web |last=Kharas |first=Kev |title=David Bowie to guest on Scarlett Johansson's Tom Waits covers record |publisher=[[Drowned in Sound]] |date=February 14, 2008 |url=http://drownedinsound.com/news/2930510}}</ref><ref>{{cite web |title=Scarlett Johansson to Release Album in May|url=http://www.andpop.com/2008/01/09/scarlett-johansson-to-release-album-in-may/ |accessdate =April 22, 2008 |first=Max |last=Whiteside |date=January 9, 2008 |publisher=andPOP}}</ref> ইয়াত মূলতঃ [[টম ৱেইট্‌ছ]]ৰ গানৰ ক'ভাৰ সংস্কৰণ সন্নিবিষ্ট হৈছিল। পিট য়ৰ্নৰ সৈতে তেওঁৰ কণ্ঠৰ ''[[:en:Break Up (album)|ব্ৰেক আপ]]'' এলবামটো ২০০৯ চনৰ চেপ্টেম্বৰত মুক্তি লাভ কৰে।
 
২০১২ চনত [[হলীউড ৱাক অৱ ফে'ম]]ত জ'হানছনক এটা তৰাৰ বাবে নিৰ্বাচন কৰা হয়।<ref>{{cite news| url=http://www.cbsnews.com/8301-31749_162-20074043-10391698.html | work=CBS News | title=Jennifer Aniston, Vin Diesel among Hollywood Walk of Fame class of 2012|archiveurl=https://archive.is/x8CP|archivedate=2012-07-23}}</ref>