ৱিকি নিউজ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Bot: Migrating 1 interwiki links, now provided by Wikidata on d:q964 (translate me)
fixing dead links
16 নং শাৰী:
}}
 
'''ৱিকি নিউজ''' বা '''ৱিকি সংবাদ''' ({{lang-en|Wikinews}}) হৈছে ৱিকিৰ মুক্ত সংবাদৰ উৎস আৰু [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন]]ৰ ভগ্নীপ্ৰকল্প। এই ছাইটটো সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলোৰ সহযোগত পৰিচালিত হয়। ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক [[জিম্মী ৱেলছ]]-এ ৱিকি নিউজ আৰু ৱিকিপিডিয়াৰ বিষয়ে কৈছে যে, "on Wikinews, each story is to be written as a news story as opposed to an encyclopedia article."<ref>{{cite news | author = Joanna Glasner | title = Wikipedia Creators Move Into News | url = http://www.wired.com/culture/lifestyle/news/2004/11/65819 | publisher = WIRED | date = 29 November 2004 | accessdate = 2007-04-21|archiveurl=https://archive.is/xDOH|archivedate=2012-09-17}}</ref> ৱিকি নিউজৰ নিৰপেক্ষ নীতিসমূহে ইয়াক অন্যান্য সংবাদ মাধ্যম সমূহৰ পৰা পৃথক কৰিছে<ref>{{cite news | author = Aaron Weiss | title = The Unassociated Press | url = http://www.nytimes.com/2005/02/10/technology/circuits/10wiki.html?ex=1177300800&en=024e251d2c696137&ei=5070 | publisher = The New York Times | date = 10 February 2005 | accessdate = 2007-04-21}}</ref>। ৱিকি নিউজত মূল সংবাদ আৰু সাক্ষাৎকাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। ই [[ৱিকিমিডিয়া ফাউণ্ডেশ্যন]]ৰ আন আন ভগ্নীপ্ৰকল্প সমূহৰ পৰা ৱিকি নিউজক পৃথক কৰিছে।<ref name="OR">[[n:Wikinews:Original reporting|Wikinews:Original reporting]].</ref> Thelwall et al.ৰ মতে, বিভিন্ন উল্লেখযোগ্য খবৰ পৰিৱেশন কৰি ৱিকি নিউজ সফল হৈছে। [[:en:Hurricane Katrina|হাৰিকেন কাট্ৰিনা]] আৰু [[:en:Virginia Tech Shootings|ভাৰ্জিনিয়া টেক শ্বুটিঙ]]ৰ দৰে সংবাদো ইয়াত যুগুত কৰা হৈছে।<ref>{{citation|author=Thelwall, Mike and Stuart, David|title=RUOK? Blogging Communication Technologies During Crises|publisher=Journal of Computer-Mediated Communication|year=2007|pages=523–548|url=http://jcmc.indiana.edu/vol12/issue2/thelwall.html}}</ref>
 
== প্ৰাৰম্ভিক কাল==
"https://as.wikipedia.org/wiki/ৱিকি_নিউজ"ৰ পৰা অনা হৈছে