তৰ্ক (তৰ্কশাস্ত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{পোখালি}}
 
[[যুক্তিসূত্ৰ]] আৰু দৰ্শণত যুক্তিবাণ এনে এক বাক্যবাণ যাৰ প্ৰয়োগৰ দ্বাৰা কাৰোবাক বা কোনো প্ৰতিপক্ষক কোনো এক নিদিষ্ট সিদ্ধান্ত সত্য-সিদ্ধ-প্ৰমানিত বুলি [[যুক্তি]] সহকাৰে গ্ৰহন কৰোৱাই কিহবাৰ ওপৰত পতীয়ন নিয়াবলৈ চেষ্টা কৰিব পাৰি। প্ৰচলিত কোনো কথিত ভাষাৰে কোনো দাবী বা সিদ্ধান্তৰ সপক্ষে যুক্তিবাণ সাধাৰণতে বিচাৰোপস্থাপন, বক্তব্য বা উক্তি হিচাবে এৰিব কৰিব পাৰি। গনিত, যুক্তিসূত্ৰ আৰু [[কম্পিউটাৰ বিজ্ঞান|গন্ত্ৰ-বিজ্ঞান]]ত সাংকেতিক পৰিভাষাৰেও যুক্তিবাণ গঠন কৰি কোনো প্ৰশ্ন-প্ৰমেয় ,সত্যাসত্যৰ সমিধান, ভেদ-ভঙ্গ অথবা প্ৰমান কৰিব পাৰি।
প্ৰত্যায়িত যুক্তিবাণেৰে সিদ্ধান্তৰ সত্যতা-সিদ্ধতা-প্ৰামানিকতা অনিবাৰ্যভাৱে নিগমন কৰিবলৈ চেষ্টা কৰা হয় কিয়নো এনে বাণত পতীয়ন নিয়াব পৰাকৈ এক বা একাধিক নিদিষ্ট নিৰ্মোহ [[যুক্তি]] পূৰ্ব-সংলগ্ন কৰা থাকে। অন্যহাতে আৱেশিত যুক্তিবাণত পৰ্যায়ক্ৰমে ভিন্ন যুক্তি-আৱেশিত কৰিহে সিদ্ধান্তত উপনীত হবলৈ বা আগমন কৰিবলৈ চেষ্টা কৰা হয়।