৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: (১) ভাৰতৰ ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ...
(কোনো পাৰ্থক্য নাই)

13:06, 6 September 2014ৰ সংস্কৰণ

(১) ভাৰতৰ ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয় ১৮৮৮চনৰ আজিৰ দিনটোতে । শিক্ষকসকলৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু মৰম কৰিছিল ৰাধাকৃষ্ণণে । সেইবাবে তেওঁৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৯৬২ চনৰ আজিৰ দিনটোৰপৰাই তেখতৰ জন্মদিনটো শিক্ষক দিবস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয় ।

(২) কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম হয় ১৮৭৪ চনৰ আজিৰ দিনটোতে ৷

(৩) আজিৰ দিনটোতে ১৯৫৭ চনত সংসদত কৰ বিধেয়ক গৃহীত হয় ।

(৪) আজিৰ দিনটোতে ১৬১২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাৰিখন নৌ-বাহিনী গঠন কৰে ।

(৫) বিজ্ঞানী ছাৰ যোছেফ লিষ্টৰ জন্ম হয় ১৮২৭ চনৰ আজিৰ দিনটোতে ।

(৬) ২০০০ চনৰ আজিৰ দিনটোতে বিশিষ্ট পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় ।

(৭) আজি মহীয়সী মাদাৰ টেৰেছাৰ মৃত্যু দিৱস ৷