১৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ==জন্ম == # ১৮৬০ চনৰ আজিৰ দিনটোতে আধুনিক কৰ্ণাটকৰ অন্যতম প্ৰতিষ্...
(কোনো পাৰ্থক্য নাই)

08:02, 15 September 2014ৰ সংস্কৰণ

জন্ম

  1. ১৮৬০ চনৰ আজিৰ দিনটোতে আধুনিক কৰ্ণাটকৰ অন্যতম প্ৰতিষ্ঠাতা স্থপতি এম বিশ্বেশ্বায়ৰৰ জন্ম হয় ।
  2. ১৮৭৬ চনৰ আজিৰ দিনটোতে বাংলা সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হয় ।
  3. ১৯১৬ চনৰ আজিৰ দিনটোতে শাস্ত্ৰীয় সংগীতৰ প্ৰসিদ্ধ শিল্পী এম এছ শুভলক্ষ্মীৰ জন্ম হয় ।
  4. ১৮৯০ চনৰ আজিৰ দিনটোতে ৰহস্য সাহিত্যৰ কিংবদন্তি লেখিকা আগাথা ক্ৰিষ্টিৰ জন্ম হয় ।

অনান্য

  1. ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয় ।
  2. ১৯৮৯ চনৰ আজিৰ দিনটোতে ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০লাখ কিঃমিঃ দূৰত অৱস্থান কৰে ।
  3. ২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা কৰে ।
  4. ১৮৩০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা কৰা হয় । সেইদিনাই জৰ্জ ষ্টিফেনচনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয় আৰু পথ পৰিবহনৰ ইতিহাসত এটা নতুন যুগৰ সূচনা হয়।

দিৱস

  1. আজি অভিযন্তা দিৱস ।
  2. আজি সঞ্চয়িকা দিৱস ।
  3. আজি ৰাছিয়াৰ গণতন্ত্ৰ দিৱস ৷