২৯ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: # আজি বিশ্ব হৃদয় দিৱস । # জংগম উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ প...
(কোনো পাৰ্থক্য নাই)

11:59, 30 September 2014ৰ সংস্কৰণ

  1. আজি বিশ্ব হৃদয় দিৱস ।
  2. জংগম উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা লাভ কৰা দেৱেন্দ্ৰনাথ আচাৰ্যৰ মৃত্যু হয় ১৯৮১ বৰ্ষৰ আজিৰ তাৰিখতে ।
  3. ভাৰতৰ প্ৰথমটো তৰাঘৰ ‘‘বিৰলা তৰাঘৰ’’ মুকলি হয় ১৯৬২ চনৰ আজিৰ দিনটোতে, কলিকতাত ।
  4. আজিৰ দিনটোতে ১৯৭৭ চনত গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয় ।
  5. প্ৰথম এছিয় মহিলা সাঁতোৰবিদৰূপে আৰতি সাহাই ইংলিছ চেনেল পাৰ হয় ১৯৫৯ বৰ্ষৰ আজিৰ দিনটোতে ৷
  6. দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হয় ২০০২ বৰ্ষৰ আজিৰ দিনটোতে ৷
  7. বিশ্বৰ ঐশ্বৰ্যশালী ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডৰ সভাপতিৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হয় ২০০৪ বৰ্ষৰ আজিৰ দিনটোতে ৷
  8. ইংৰাজ সৈনিক পিছলৈ ব্ৰিটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইবৰ জন্ম হয় ১৭২৫ চনৰ আজিৰ দিনটোতে ।
  9. ১৫৪৭ চনৰ আজিৰ দিনটোতে স্পেইন ঔপন্যাসিক ছাভেয়া মিগুৱেল ডি কাৰ্ভেণ্টিছৰ জন্ম হয় ।
  10. আজিৰ দিনটোতে ১৭৫৮ চনত নৌ সেনাধ্যক্ষ হোৰেচিঅ নেলছনৰ জন্ম হয় ।
  11. জাৰ্মান অভিযন্তা ৰুডলফ ডিজেলৰ মৃত্যু হয় ১৯১৩ চনৰ আজিৰ দিনটোতে । তেওঁ ডিজেল ইঞ্জিন আৱিষ্কাৰ কৰিছিল ।