২৮ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ১৯২৮ চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচি...
 
No edit summary
1 নং শাৰী:
# ১৯২৮ চনৰ আজিৰ দিনটোতে বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে ।
# ১৮৩৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ধৰ্মগুৰু ছাইবাবাৰ জন্ম হয় ।
# ১৯৮২ চনৰ আজিৰ দিনটোতে অভিনৱ সিং বিন্দ্ৰাৰ জন্ম হয় ।
# ১৯২৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে নাইটিংগেল লতা মংগেশকাৰৰ জন্ম হয় ।
# ২০০৪ চনৰ আজিৰ দিনটোতে ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ মৃত্য হয় ।
# ১৮৩৮ চনৰ আজিৰ দিনটোতে ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহে মোগল সিংহাসন আৰোহণ কৰে । উল্লেখ্য যে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহে চিপাহী বিদ্ৰোহত অভিযুক্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয় ।
# ১১০৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ হয়। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰীকৰণ হয়।
# প্ৰখ্যাত ফৰাচী ঔপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম হয় ১৮০৩ আজিৰ দিনটোতে। কলম্বো আৰু কাৰমেন তেওঁৰ দুখন অনবদ্য উপন্যাস।
# ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু হয় ১৮৯৫ চনৰ আজিৰ দিনটোতে।
# প্ৰথম বিশ্বযুদ্ধত ছাৰ্বিয়ানৰ হাতত বুলগেৰিয়াৰ সীমান্তত পৰাজয়ৰ পাছত বুলগেৰিয়াই ১৯১৮ বৰ্ষৰ আজিৰ তাৰিখতে আত্মসমৰ্পন কৰে ।