১২ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তাৰিখ
Content deleted Content added
নতুন পৃষ্ঠা: ১/ ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠা...
(কোনো পাৰ্থক্য নাই)

10:29, 17 October 2014ৰ সংস্কৰণ

১/ ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয় ।

২/ ১৯৬৭ চনৰ আজিৰ দিনটোতে সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ মৃত্যু হয় ।

৩/ ১৯৯৭ চনৰ আজিৰ দিনটোতে দুৰ্লভ প্ৰজাতিৰ প্ৰাণী চিকাৰৰ অভিযোগত হিন্দী চলচ্চিত্র অভিনেতা ছলমান খানক গ্লেপ্তাৰ কৰা হয় ।

৪/ ১৯৯৮ চনৰ আজিৰ দিনটোতে সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ।

৫/ ১৯৮৬ চনৰ আজিৰ দিনটোতে মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয় ।

৬/ ১৯৯০ চনৰ আজিৰ দিনটোতে বিশ্বৰ কণিষ্ঠতম্ পৰ্বতাৰোহী ফ্ৰান্সৰ বেট্ৰাণ্ড ৰোছে এভাৰেষ্ট শৃংগ আৰোহণ কৰে ।

৭/ ১৯৯৯ চনৰ আজিৰ দিনটোতে পাকিস্তানত সামৰিক শাসন আৰম্ভ হয় । পাৰভেজ মুছৰফৰ ক্ষমতা দখল । নৱাব শ্বৰীফ গৃহবন্দী হয় ।

৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি পৃথিৱীৰ জনসংখ্যা ৬০০ কোটি বুলি ঘোষণা কৰে ।