বাৰাক অ'বামা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

43 নং শাৰী:
 
==বাল্যকাল আৰু শিক্ষা==
বাৰাক অ’বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিাক যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ’বামা (জ্যেষ্ঠ) কেমিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে, মাতৃ এন ডানহাম হ’ল কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ’বামাৰ জন্ম হৈছিল, [[কেনিয়া]]ৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেঁও হাৱাইত পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহাকডাৰহামক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ু বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ’বামাৰ জন্ম হয়। <ref name = “বায়”></ref>অ’বামাৰ জন্মৰ ২ বচৰৰবছৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে ইণ্ডোনেচিয়াৰ ছাত্ৰ ল’ল’ ছ’ৱেট’ৰ’ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল [[জাকাৰ্টা]]লৈ যায়গৈ।তাতে অ’বামাৰ সতীয়া ভগ্নী মায়া ছ’ৱেট’ৰ’ৰ জন্ম হয়। <ref name = “বায়”></ref>। বাৰাক অ’বামাই সতীয়া পিতৃ আৰু ভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়। <ref name ="মিলাৰ"></ref>
অ’বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুণৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেও হাৱাইৰ বিখ্যাত ‘পুণাহু’ স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল।<ref name ="মিলাৰ"></ref>এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ’বামাৰ ওচৰলৈ গুচি আহে। <ref name = “বায়”></ref> তাৰ পাছত তেও লছ এঞ্জেলছৰ অক্সিডেন্টেল কলেজত মান ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিস্ববিদ্যলয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদিশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেও চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত ‘কমিউনিটি অৰ্গেনাইজাৰ’ হিচাপে কৰ্মৰত হয়। <ref name ="মিলাৰ"></ref>
১৯৯০ চনত অ’বামা “হাৰ্ভাৰ্ড ল’ ৰিভিউ” সম্পাদনা কৰা প্ৰথম আফ্ৰিকামূলীয় আমেৰিকান ৰূপে পৰিগণিত হয়। ১৯৯১ চনত তেও হাৰ্ভাৰ্ডৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। <ref name = “বায়”></ref>