ৰাজা ৰবি বৰ্মা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{EngvarB|date=October 2013}} {{Use dmy dates|date=October 2013}} {{Infobox person | name = ৰাজা ৰবি বাৰ্মা | image = Raviv...
 
No edit summary
15 নং শাৰী:
| signature = Raja Ravi Varma signature.png
}}
'''ৰাজা ৰবি বাৰ্মা'''(২৯ এপ্ৰিল, ১৯৪৮-২ অক্টোবৰ, ১৯০৬) ভাৰতৰ ট্ৰেভানক'ৰ([[:en:TravencoreTravancoreTravencore|Travancore]]|) নামৰ দেশীয় ৰাজ্য([[:en:princely state|princely state]])(বৰ্তমান দক্ষিণ কেৰেলা আৰু তামিলনাডুৰ কিছু অংশ) এখনৰ এজন বিখ্যাত চিত্ৰশিল্পী আৰু কলাকাৰ আছিল। তেওৰ মহাভাৰত আৰু ৰামায়ণ মহাকাব্য দুখনকে ধৰি ভাৰতীয় সংস্কৃতি আৰু পৌৰাণিক কথা বোৰৰ বিষয়ৰ চিত্ৰকৰ্মবোৰৰ বাবে তেওঁ খ্যাতি লভিবলৈ সক্ষম হৈছিল। ভাৰতীয় কলাৰ ইতিহাসত তেওঁক এজন অন্যতম মহান চিত্ৰশিল্পী হিচাপে গণ্য কৰা হয়। তেওঁৰ চিত্ৰকৰ্মবোৰক ভাৰতীয় পৰম্পৰা আৰু ইউৰোপীয় একাডেমিক আৰ্টৰ([[:en:academic art|academic art]])ৰীতিৰ সংমিশ্ৰণৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে স্বীকৃতি দিয়া হয়। বৰ্মাৰ চিত্ৰকৰ্মবোৰত শাৰী পৰিহিত নাৰীক এক সৌষ্ঠৱপূৰ্ণ ৰূপত অংকিত কৰা হৈছিল আৰু ই সেইসময়ৰ এক ধাৰালৈ পৰিণত হৈছিল যিবোৰৰ প্ৰতিলিপি বহু ঘৰত দেখিবলৈ পোৱা যায়। <ref name="Mitter1994">{{cite book|last=Mitter|first=Partha|title=Art and nationalism in colonial India, 1850–1922: occidental orientations|url=http://books.google.com/books?id=9mRTtkri8E0C&pg=PA179|accessdate=12 December 2011|year=1994|publisher=Cambridge University Press|isbn=978-0-521-44354-8|pages=179–215|chapter=5 – The Artist as Charismatic Individual – Raja Ravi Varma}}</ref>
 
==তথ্যসূত্ৰ==