উৰ্ট মেঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: ওৰ্ট মেঘ বা Oort Cloud হ’ল জ্যোৰ্তিবিজ্ঞানীসকলৰ অ্ৱধাৰণামতে সূৰ্য...
 
No edit summary
1 নং শাৰী:
== <big>ওৰ্ট মেঘ</big> ==
ওৰ্ট মেঘ বা Oort Cloud হ’ল জ্যোৰ্তিবিজ্ঞানীসকলৰ অ্ৱধাৰণামতে সূৰ্য্যৰ চাৰিওফালে, 1,00,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) দূৰত্বত সূ্ৰ্য্যক প্ৰদক্ষিন কৰি থকা গ্ৰহাণুপুন্জ আৰু ধুমকেতুৰ অঞ্চল বা পটী৷ জ্যোৰ্তিবিজ্ঞানীসকলে কৰা বিশ্বাসমতে সূৰ্য্যৰ চাৰিওফালে প্ৰদক্ষিন কৰা দীৰ্ঘদূৰত্বৰ ধুমকেতূ আৰু বৃহস্পতি গোত্ৰ ধুমকেতূৰ এই অঞ্চলেই উৎপত্তিস্তল৷ওৰ্ট মেঘ অঞ্চলৰ শেষ সীমাকেই সৌৰজগতৰ শেষ সীমা বুলি ধৰা হয়৷
হলেণ্ড দেশৰ বিখ্যাত জ্যোৰ্তিবিজ্ঞানী জা হেন্দ্ৰিক ওৰ্টৰ ওপৰত নামাকৰণ কৰা এইঅঞ্চল সু্ৰ্য্যৰ পৰা 2000 ৰ পৰা 5000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) ৰ পৰা 50,000 জ্যোৰ্তিবিজ্ঞান একক (A.U.) লৈ বিস্তৃত, যতনেকি প্লটো বাওনা গ্ৰহৰ দুৰত্ব মাথো 30 ৰ পৰা 49 জ্যোৰ্তিবিজ্ঞান একক (A.U.)৷
"https://as.wikipedia.org/wiki/উৰ্ট_মেঘ"ৰ পৰা অনা হৈছে