ইণ্টেল ৮০৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

16 নং শাৰী:
==শিক্ষামূলক ব্যৱহাৰ==
==ছিমোলে'টৰ==
৮০৮৫ ছিমোলে'টৰ হৈছে এনে এবিধ ছফ্টৱে'ৰ যাক ৮০৮৫ৰ অনুৰূপক হিচাপে বিভিন্ন আধুনিক "অ'পাৰেটিং ছিষ্টেম"ত ব্যৱহাৰ কৰিব পাৰি । কিছুমান প্ৰচলিত ৮০৮৫ ছিমোলে'টৰৰ তথ্য তলত দাঙি ধৰা হ'ল -
* GNUSim8085 - "ৱিনড'জ" আৰু "লিনাক্স"ত ব্যৱহাৰৰ উপযোগী ।
* Win85 - "ৱিনড'জ"ৰ বাবে মুক্ত উৎসৰ "ছিমোলে'টৰ/দিবাগাৰ" ("এম. আই. টি"ৰ লাইচেন্স যুক্ত) ।
* "এন্ড্ৰইড" উপযোগী বিভিন্ন ছিমোলে'টৰ । <ref>[https://play.google.com/store/apps/details?id=mp.project.intel8085simulator]</ref>
* ENVI85 - প্ৰফেছৰদ্বয় ফেডিস্ক্যান আৰু এডৱিন কেইৰ দ্বাৰা বিকশিত । ৰমেশ গাওঁকাৰৰ "মাইক্ৰ'প্ৰচেছৰ আৰ্কিটেক্সাৰ, প্ৰ'গ্ৰামিং এন্ড এপ্লিকেচন ৱিথ 8085" নামৰ বহুল প্ৰচলিত কিতাপখনৰ লগত সম্বলিত "চি.ডি."ত উক্ত ছিমোলে'টৰ উপলব্ধ ।
 
==লগতে&nbsp;চাওক==
*[[কম্পিউটাৰ]]