আল্লাহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

7 নং শাৰী:
 
==আল্লাহৰ 99 নাম==
*1. আল্লাহ আল্লাহ
*2. আৰ ৰহমান পৰম দয়ালু
*3. আৰ-ৰহী'ম অতিশয়-মেহেৰবান
*4. আল-মালিক সর্বকর্তৃত্বময়
*5. আল-কুদ্দুছ নিষ্কলুষ, অতি পবিত্ৰ
*6. আস-সালাম নিৰাপত্তা-দানকাৰী, শান্তি-দানকাৰী
*7. আল-মু'মিন নিৰাপত্তা ও ঈমান দানকাৰী
*8. আল-মুহাইমিন পৰিপূর্ন ৰক্ষণাবেক্ষণকাৰী
*9. আল-আ'জীজ পৰাক্ৰমশালী, অপৰাজেয়
*10. আল-জাব্বাৰ দুর্নিবাৰ
*11. আল-মুতাকাব্বিইৰ শ্রেষ্ঠত্বৰ অধিকাৰী
*12. আল-খালিক্ব সৃষ্টিকর্তা
*13. আল-বাৰী সঠিকভাবে সৃষ্টিকাৰী
*14. আল-মুছউইৰ আকৃতি-দানকাৰী
*15. আল-গফ্ফাৰ পৰম ক্ষমাশীল
*16. আল-ক্বাহাৰ কঠোৰ
*17. আল-ওয়াহ্হাব সবকিছু দানকাৰী
*18. আৰ-ৰজ্জাক্ব ৰিযিকদাতা
*19. আল ফাত্তাহ বিজয়দানকাৰী
*20. আল-আ'লীম সর্বজ্ঞ
*21. আল-ক্ববিদ্ব' সংকীর্ণকাৰী
*22 .আল-বাছিত প্ৰশস্থকাৰী
*23 আল-খাফিদ কষ্টত নিমজ্জিতকাৰী
*24 আৰ-ৰফীই' উন্নতকাৰী
"https://as.wikipedia.org/wiki/আল্লাহ"ৰ পৰা অনা হৈছে