অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
 
No edit summary
26 নং শাৰী:
| influences =
| influenced =
| awards =
| awards = [[সাহিত্য অকাডেমি বঁটা]] (১৯৯১) <br/>[[ভাৰতীয় ভাষা পৰিষদ বঁটা]] (১৯৮৮)
| signature =
| signature_alt =
| website =
}}
'''ড° অমলেন্দু গুহ''' (জন্ম ৩০ জানুৱাৰী ১৯২৪- ৮ মে' ২০১৫) অসমৰ এগৰাকী বাওপন্থী মতাদৰ্শৰ খ্যাতনাম ইতিহাসবিদ, সমাজবিদ আৰু সাহিত্যিক আছিল।<ref name="anandabazar">{{cite web | url=http://www.anandabazar.com/national/amalendu-guha-passes-away-1.143027 | title=Amalendu Guha Passed Away | publisher=Anandabazar Patrika | date=8 May 2015 | accessdate=12 মে' 2015}}</ref><ref name="assamkart">{{cite web | url=http://www.assamkart.com/new-releases/304/2/assamese/%E0%A6%A1%E0%A7%A6-%E0%A6%85%E0%A6%AE%E0%A6%B2%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%97%E0%A7%81%E0%A6%B9%E0%A7%B0-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A6%A6%E0%A7%8D%E0%A6%AF-%28Dr-Amalendu-Guhar-Kobita-Aaru-Gadya-%29-detail | title=ড০ অমলেন্দু গুহৰ কবিতা আৰু গদ্য | publisher=assamkart.com | accessdate=12 মে' 2015}}</ref>
 
===জন্ম আৰু শিক্ষা===
 
===জন্ম আৰু শিক্ষা===
অমলেন্দু গুহৰ দেউতাক যামিনীসুন্দৰ গুহ বৰ্তমান বাংলাদেশৰ ময়মনসিংহৰ পৰা মণিপুৰলৈ শিক্ষকতা কৰবিলৈ আহিছিল। ১৯২৪ চনৰ ৩০ জানুৱাৰীত তেখেতে ইম্ফলত জন্মগ্রহণ কৰে। দেউতাকৰ অৱৰৰ পাছত গুহ পৰিয়াল গুৱাহাটীলৈ গুছি আহে। তাত তেখেতে পল্টনবজাৰ বেঙ্গলী হাই স্কুলৰ পৰা ১৯৪১চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। আই.এ.পৰীক্ষাত তেখেতে ৪ৰ্থ স্থান পায় আৰু বৃত্তি লাভ কৰি কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত পঢ়া-শুনা কৰে। কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ হৈ তেখেতে বাংলাদেশৰ টাংগাইলত কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ গুৱাহাটীত কিছুদিন শিক্ষকতা কৰি দৰং মহাবিদ্যালয়ৰ অধ্যাপক হয়। তেখেতে দিল্লীৰ স্কুল অৱ ইন্টাৰনেচনেল ষ্টাডিজত বিংশ শতিকাৰ আফগানিস্তানৰ অৰ্থনৈতিক ইতিহাস বিষয়ত গৱেষণা কৰে।<ref name="anandabazar">
 
===সাহিত্যিক কৰ্মৰাজি===
অমলেন্দু গুহৰ কেইখনমান গ্ৰন্থ হ'ল-<ref name="anandabazar"><ref name="assamkart">{{cite web | url=http://www.assamkart.com/new-releases/304/2/assamese/%E0%A6%A1%E0%A7%A6-%E0%A6%85%E0%A6%AE%E0%A6%B2%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%97%E0%A7%81%E0%A6%B9%E0%A7%B0-%E0%A6%95%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%97%E0%A6%A6%E0%A7%8D%E0%A6%AF-%28Dr-Amalendu-Guhar-Kobita-Aaru-Gadya-%29-detail | title=ড০ অমলেন্দু গুহৰ কবিতা আৰু গদ্য | publisher=assamkart.com | accessdate=12 মে' 2015}}</ref>-
*প্লেণ্টাৰ্চ্ ৰাজ টু স্বৰাজ- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
*Medieval and Colonial- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ