খনিজ পদাৰ্থ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
র-ৰ পেট কটা হ'ল
1 নং শাৰী:
'''খনিজ পদার্থপদাৰ্থ''' হৈছে প্রাকৃতিকভাৱেপ্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদার্থ।পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদার্থৰপদাৰ্থৰ সংজ্ঞা সম্পর্কেসম্পৰ্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট কেইটা হৈছে -
 
# ই প্রাকৃতিকপ্ৰাকৃতিক ভাৱে উপলব্ধ ।
# কক্ষ তাপমাত্রাততাপমাত্ৰাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ ।
# ই কঠিন ।
# শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস ।
# ইয়াক এক নির্দিষ্টনিৰ্দিষ্ট ৰাসায়নিক সূত্রেৰেসূত্ৰেৰে বুজাব পাৰি ।
# সাধাৰণতে অজৈৱ ।
 
== অৱস্থিতি ==
খনিজ পদার্থসমূহপদাৰ্থসমূহ [[পৃথিৱী]]ৰ [[মাটি]], পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত। সাধাৰণতে খনিজ পদার্থপদাৰ্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদার্থওঁপদাৰ্থওঁ আছে আৰু জৈৱিক খনিজ পদার্থসমূহপদাৰ্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদার্থপদাৰ্থ মিহলি হৈ থকাটো বাঞ্চনীয়।
 
== ভৌতিক আৰু ৰাসায়নিক গুণসমূহ ==
যিকেইটা প্রধানপ্ৰধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদার্থসমূহপদাৰ্থসমূহ বিভিন্ন শ্রেণীতশ্ৰেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি।
খনিজ পদার্থৰপদাৰ্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্রৱৰদ্ৰৱৰ সৈতে বিক্রিয়াবিক্ৰিয়া কৰিবলৈ দিয়া হয়। সেই বিক্রিয়াৰবিক্ৰিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্রেণীভুক্তকৰণশ্ৰেণীভুক্তকৰণ কৰা হয়।
 
== খনিজ পদার্থৰপদাৰ্থৰ প্রকাৰসমূহপ্ৰকাৰসমূহ ==
[[পৃথিৱী]]ৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু [[অক্সিজেন]](oxygen)ৰ দ্বাৰা প্রভাৱিতপ্ৰভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্রৰবৈচিত্ৰৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূর্ণগুৰুত্বপূৰ্ণ শ্রেণীৰশ্ৰেণীৰ খনিজ পদার্থপদাৰ্থ । অনা-চিলিকেট(non-silicate) খনিজ পদার্থসমূহোপদাৰ্থসমূহো অর্থনৈতিকঅৰ্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদার্থসমূহকপদাৰ্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধর্মৰধৰ্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্রেণীতশ্ৰেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্রেণীসমূহশ্ৰেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্র’ক্সাইডহাইদ্ৰ’ক্সাইড, কার্বনেটকাৰ্বনেট, নাইট্রেটনাইট্ৰেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদার্থইপদাৰ্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।
 
[[শ্ৰেণী:ৰসায়ন বিজ্ঞান]]