ৰঙিয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

র-ৰ পেট কাটি ৰ কৰা হ'ল
21 নং শাৰী:
footnotes = |
}}
'''ৰঙিয়া''' ({{Lang-en|Rangia}}; {{Lang-bn|রঙ্গিয়াৰঙ্গিয়া}}; {{Lang-hi|रंगिया}}) [[ভাৰত]]ৰ [[অসম]] ৰাজ্যৰ [[কামৰূপ জিলা]]ৰ অন্তৰ্গত এখন নগৰ। ই ৰঙিয়া মহকুমাৰ সদৰ তথা [[উত্তৰ-পূব সীমান্ত ৰেলৱে]]ৰ ডিভিজনেল হেড কোৱাৰ্টাৰ। নগৰখনৰ মাত্ৰ তিনি কিলোমিটাৰ দূৰত আছে [[ভাৰতীয় স্থলসেনা]]ৰ ৰেডহৰ্ণ ডিভিজন। গুৱাহাটীৰ পৰা নগৰখনলৈ দূৰত্ব ৫২ কিঃমিঃ। ৰঙিয়া এটা গুৰুত্বপূৰ্ণ ৰেল জংচন। এই ৰেল জংচনক কেন্দ্ৰ কৰিয়ে নগৰখন গঢ়ি উঠিছে।
 
==ভৌগোলিক বিৱৰণ==
"https://as.wikipedia.org/wiki/ৰঙিয়া"ৰ পৰা অনা হৈছে