পৰাশ্ৰয়ী উদ্ভিদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
[[Image:Kopou_PhoolRhynchostylis_gigantea_of_Assam_2.jpg|thumb|right|200px| [[কপৌ ফুল]], অসম তথা উত্তৰ পূৰ্বাঞ্চলত সঘনে পোৱা এবিধ পৰাশ্ৰয়ী উদ্ভিদ।]]
পৰাশ্ৰয়ী উদ্ভিদ হল এনেবোৰ উদ্ভিদ যিয়ে আন উদ্ভিদ(গছ আদি)ৰ ওপৰত গজে। পৰজিৱী উদ্ভিদৰ নিচিনাকৈ পৰাশ্ৰয়ী উদ্ভিদে আশ্ৰয়দাতা গছজোপাৰ ক্ষতিসাধন নকৰে। এনে উদ্ভিদে নিজৰ পুষ্টিৰ বাবে বতাহ, বৰষুন, জলীয় বাষ্প আৰু আশ্ৰয়দাতা গছজোপাৰ ওপৰত জমা হোৱা আৱৰ্জনাৰ ওপৰত নিৰ্ভৰ কৰে। পৰাশ্ৰয়ী উদ্ভিদউদ্ভিদসমূহ পৃথিবীৰ নাতিশীতোষ্ণ অঞ্চলতঅঞ্চলবোৰত সঘনেসততে দেখা পোৱা যায়।