ভল্গা নদী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
84 নং শাৰী:
'''ভল্গা (Volga)''' ({{lang-rus|Во́лга|a=Ru-Волга.ogg|p=ˈvolɡə}}) নদী ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী ৷ এই নদী [[ৰাছিয়া]]ৰ পৰা কেস্পিয়ান সাগৰলৈ বৈ গৈছে ৷ এই নদীক ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী (national river of Russia) বুলি গণ্য কৰা হয় ৷ এই নদীয়ে ৰাছিয়াৰ সংস্কৃতিতো এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে আৰু ৰাছিয়াৰ সাহিত্য তথা লোকপ্ৰবাদত এই নদীক ”Волга-матушка ''Volga-Matushka'' ” অৰ্থাৎ ভল্গা মাতৃ (Mother Volga) হিচাপে অভিহিত কৰা হয় ৷
 
ভল্গা নদী মস্কোৰ উত্তৰ-পশ্চিমে থকা ভালদাই পাহাৰ ([[Valdai Hills]]) ত সাগৰ পৃষ্ঠৰ পৰা {{convert|225|m|ft|sp=us}} উচ্চতাত উদ্ভৱ হৈছে ৷ তাৰ পৰা পূবলৈ Lake Sterzh, [[Tver]], [[Dubna]], [[Rybinsk]], [[Yaroslavl]], [[Nizhny Novgorod]], আৰু [[Kazan]] ৰে ভল্গা বৈ গৈছে ৷ তাৰপৰা আকৌ দক্ষিণলৈ [[Ulyanovsk]], [[Tolyatti]], [[Samara, Russia|Samara]], [[Saratov]] আৰু [[Volgograd]] হৈ বৈ গৈ [[Astrakhan]] তAstrakhanত সাগৰ পৃষ্ঠৰ পৰা {{convert|28|m|ft|sp=us}} তললৈ কেস্পিয়ান সাগৰত মিলিত হৈছে ৷
 
=== উপনৈ ===
[[File:Saratov-avto-most.jpg|thumb|350px|The [[Saratov Bridge]], [[Saratov Oblast]]]]
ভল্গা নদীৰ ভালেমান উপনৈ আছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে, কামা ([[Kama River|Kama]]), উকা ([[Oka River|Oka]]), ভেটলুগা ( [[Vetluga River|Vetluga]]) আৰু সুৰা ([[Sura River|Sura]]) নৈ ৷ ভল্গা আৰু ইয়াৰ উপনৈসমূহে ভল্গা নদী প্ৰণালী ( Volga river system) সৃষ্টি কৰিছে৷ এইসকলোবোৰে মুঠতে প্ৰায় ,{{convert|1350000|km2|0|abbr=off}} কালিৰে প্ৰবাহিত হৈ গৈছে ৷ ভল্গা ডেল্টা ([[Volga Delta]]) ৰ দৈৰ্ঘ্য প্ৰায় {{convert|160|km|0|abbr=off}} আৰু ইয়াত প্ৰায় ৫০০ টা নলী আৰু নৈ-নিজৰা অন্তৰ্ভুক্ত ৷
 
=== ভূমিকা ===
105 নং শাৰী:
*Ivankovo Reservoir
 
==আলোকচিত্ৰআলোকচিত্ৰৰ ভঁৰাল==
<gallery>
File:Volgograd 44.67670E 48.66724N.jpg|View of the river and [[Volgograd]] from space.
"https://as.wikipedia.org/wiki/ভল্গা_নদী"ৰ পৰা অনা হৈছে