সম্পাদনা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
2 নং শাৰী:
 
[[Image:Seattle Daily Times news editor quarters - 1900.jpg|thumb|"Quarters of the news editor," one of a group of four photos in the 1900 [[brochure]], ''Seattle and the Orient'', which was collectively captioned, "[[The Seattle Times|The Seattle Daily Times]]—Editorial Department."]]
 
সম্পাদনাৰ অৰ্থ হ'ল কোনো লেখা, গ্ৰন্থ, দৈনিক, সাপ্তাহিক, মাহেকীয়া বা পষেকীয়া কাকত বা আলোচনী অথবা কবিতাৰ পাঠ, ভাষা, ভাব বা শৃংখলক ব্যাৱস্থিত কৰিবলৈ তথা আৱশ্যকতা অনুসৰি তাত সংশোধন, পৰিৱৰ্তন বা পৰিবৰ্ধন ঘটাই তাক সাৰ্বজনীন প্ৰয়োগ অথবা প্ৰকাশযোগ্য কৰি তোলা।তোলাকে '''সম্পাদনা''' কৰা বোলে। লেখা বা কিতাপৰ সম্পাদনাৰ ক্ষেত্ৰত ভাষা, ভাব তথা শৃংখলৰ সৈতে তালৈ অহা তথ্য আৰু পাঠৰো সংশোধন আৰু পৰিস্কাৰ কৰি সম্পাদনা কৰা হয়। এই পৰিস্কৰণ প্ৰক্ৰিয়াত উচিত শীৰ্ষক বা উপশীৰ্ষক, অধ্যায় বা ক্ৰম ঠিক কৰি, ব্যাকৰণৰ দৃষ্টিৰে ভাষাৰ শুধৰণি কৰি, শৈলী আৰু প্ৰভাৱৰ সামঞ্জস্য সংস্থাপিত কৰি, নাম, ঘটনা, তিথি আৰু প্ৰসংগৰ উচিত ভাবে সংযোগ কৰি, আৱশ্যকতা অনুসৰি বিষয়, শব্দ, বাক্য বা উদাহৰণ বঢ়ায়, অৱতাৰণা সংযোগ কৰি, তলত টোকা লিখি বোধগম্য ব্যৱস্থাৰো সংযোগ কৰা হয়।
 
[[File:Editorial office of Bild newspaper, West Berlin, 1977.jpg|thumb|right|Editors work on producing an issue of ''[[:en:Bild|Bild]],'' [[:en:West Berlin|West Berlin]], 1977. Previous front pages are affixed to the wall behind them.]]
"https://as.wikipedia.org/wiki/সম্পাদনা"ৰ পৰা অনা হৈছে