ছাংহাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
64 নং শাৰী:
}}</ref>
 
বহু শতিকাৰ পৰাই ব্যৱসায়-বাণিজ্য আৰু শাসনব্যৱস্থাৰ কেন্দ্ৰবিন্দু হৈ থকা ছাংহাইক উনৈশ শতিকাত ইউৰোপীয়ানসকলে অৰ্থনৈতিক আৰু ভৌগোলিকভাৱে গুৰুত্বপূৰ্ণ বুলি চিনাক্ত কৰাৰ পৰা সমৃদ্ধিৰ পথত আগুৱাবলৈ ধৰে৷ প্ৰথম কানি যুদ্ধ ([[First Opium War]]) ত ব্ৰিটিছে চীন জয় কৰাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে বৈদেশিক বাণিজ্যৰ বাবে মুকলি কৰি দিয়া পাঁচখন প্ৰদেশৰ ভিতৰত ছাংহাই অন্যতম৷ ইয়াৰ পিছত ১৮৪২ চনৰ নেনকিঙৰ সন্ধি ([[Treaty of Nanking]]) আৰু ১৮৪৪ চনৰ হুৱামপোআ সন্ধি ([[Treaty of Whampoa]])-য়ে ছাংহাই আন্তৰাষ্ট্ৰীয় অৱস্থান ([[Shanghai International Settlement]]) আৰু ফ্ৰেন্স কনছেছ’ন ([[Shanghai French Concession|French Concession]]) -ৰ প্ৰতিষ্ঠাৰ বাট মুকলি কৰে৷ ইয়াৰ লগে লগে এই মহানগৰী পূব আৰু পশ্চিমৰ মাজত বাণিজ্যৰ কেন্দ্ৰৰূপে ১৯৩০-ৰ সময়ত সমৃদ্ধ হ’বলৈ আৰম্ভ কৰে৷<ref name="1930hub">{{cite web
|title=Shanghai: Global financial center? Aspirations and reality, and implications for Hong Kong
|url=http://www.hkjournal.org/PDF/2009_winter/3.pdf
73 নং শাৰী:
</ref> অৱশ্যে ১৯৪৯ চনত কমিউনিষ্ট শাসনৰ আৰম্ভ হোৱাত এই বাণিজ্যক কেৱল কিছু দেশ (socialist countries)-ত কেন্দ্ৰীভূত কৰা হয় আৰু ইয়াৰ ফলত এই নগৰীৰ আন্তৰ্জাতিক প্ৰভাৱ হ্ৰাস পায়৷<ref>{{cite web|url=http://www.shanghai.gov.cn/shanghai/node17256/node17432/node17433/userobject22ai24.html |title=Historic Transformation |publisher=Shanghai.gov.cn |date=27 May 1949 |accessdate=11 December 2011}}</ref>
 
ছাংহাই মহানগৰী এক প্ৰখ্যাত পৰ্য্যটন কেন্দ্ৰ৷ এই মহানগৰীত অৱস্থিত বিভিন্ন ঐতিহাসিক কৃতীচিহ্ন যেনে [[The Bund (Shanghai)|The Bund]], [[City God Temple of Shanghai|City God Temple]] আৰু [[Yu Garden]] আদিৰ লগতে [[Lujiazui]] ৰ অপূৰ্ব স্কাইলাইন, প্ৰসিদ্ধ অট্টালিকা আদিৰ বাবে বিখ্যাত৷ এই মহানগৰীক চীনত অৰ্থনৈতিক সমৃদ্ধিৰ এক চানেকী ("showpiece" of the booming [[Economy of China|economy of mainland China]]) বুলি গণ্য কৰা হয়৷ <ref name="showpiece">{{cite news
|title=Shanghai: China's capitalist showpiece
|url=http://news.bbc.co.uk/2/hi/business/7373394.stm
"https://as.wikipedia.org/wiki/ছাংহাই"ৰ পৰা অনা হৈছে