বিশ্ব পৰিৱেশ দিৱস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
ত্রিদ্বীপ দাস (আলোচনা | বৰঙণি) নতুন পৃষ্ঠা: {{অসম্পূর্ণ}} {{Infobox Holiday |holiday_name = বিশ্ব পৰিৱেশ দিৱস<br />World Environment Day (WED) |type... |
ত্রিদ্বীপ দাস (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{অসম্পূর্ণ}}
{{Infobox
| holiday_name = বিশ্ব পৰিৱেশ দিৱস<br />World Environment Day (WED)
| type =
|
| official_name = UN World Environment Day
| nickname = Eco Day, পৰিৱেশ দিৱস, WED
| observedby = বিশ্বব্যাপী
| significance = This day is observed to create global awareness about environmental problems world or a specific country is facing.
|
| frequency = বার্ষিক
|date = [[জুন ৫|৫ জুন]]▼
| scheduling = প্রতি বছৰ এক দিনে
▲| date = [[জুন ৫|৫ জুন]]
| firsttime = June 5 1972
| relatedto = [[পৰিৱেশ]],[[প্রদূষণ]]
| mission = পৰিৱেশ সংৰক্ষণ
| website = [http://www.unep.org UNEP]}}
'''বিশ্ব পৰিৱেশ দিবস''' ({{lang-en|World Environment Day}}, সংক্ষেপে '''WED''') প্রতি বছৰ [[জুন ৫|৫ জুনৰ]] দিনা বিশ্বব্যাপী ৰাজনৈতিক কর্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিবস পালন কৰা হয়। এই দিনটিতেই ''ৰাষ্ট্ৰসংঘৰ মানবিক পৰিৱেশ কনফাৰেন্স'' (United Nations Conference on the Human Environment) আৰম্ভ হৈছিল। এই কনফাৰেন্স ১৯৭২ খ্রিষ্টাব্দৰ ৫ ৰ পৰা ১৬ জুনলৈ হৈছিল। তেতিয়াৰ পৰাই প্ৰ্তি [[বছৰ|বছৰেই]] এই [[দিবস]] পালন কৰা অহা হৈছে। <ref>http://www.unep.org/wed/about/</ref><ref name="UN_ARES2994XXVII_page1">{{UN document |docid=A-RES-2994(XXVII) |type=Resolution |body=General Assembly |session=-1 |resolution_number=2994 |highlight=rect_105,887_505,1020 |page=1 |accessdate=22 August 2008|date=15 December 1972|title=United Nations Conference on the Human Environment}}</ref> এই দিবসটি প্রথম পালন কৰা হয় ১৯৭৩ খ্রিষ্টাব্দত। প্রতি বছৰে এই দিবসটি বেলেগ বেলেগ চহৰত, বেলেগ বেলেগ [[প্রতিপাদ্য বিষয়]] লৈ পালন হয়। [[উত্তৰ গোলার্ধ|উত্তৰ গোলার্ধত]] দিবসটি [[বসন্ত|বসন্তত]], আৰু [[দক্ষিণ গোলার্ধ|দক্ষিণ গোলাৰ্ধত]] দিবসটি [[শৰৎ|শৰতত]] পালিত হয়।
|