আলোক-বৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
8 নং শাৰী:
| units2 = ইম্পেৰিয়েল একক
| inunits2 = {{val|5.8786|e=12|ul=mi}}
| units3 = [[জ্যোতিৰ্বিদ্যাৰজ্যোতিৰ্বৈজ্ঞানিক একক পদ্ধতি|জ্যোতিৰ্বিদ্যাৰজ্যোতিৰ্বৈজ্ঞানিক একক]]
| inunits3 = {{val|6.3241|e=4|ul=AU}}<br/>&nbsp;&nbsp;&nbsp;{{val|0.3066|ul=pc}}
}}
34 নং শাৰী:
|-
|≈ ০.৩০৬৬০১ পাৰছেক্‌
|}
 
==ব্যৱহাৰ==
 
আলোক-বৰ্ষত দূৰত্ব লিখা তৰাসমূহৰ ভিতৰত সেইবোৰ তৰা থাকে যিবোৰ একেখন সাধাৰণ ক্ষেত্ৰৰ যেনে, একোটা [[সৰ্পিল বাহু]] বা গ্ল’বুলাৰ ক্লাষ্টাৰত থাকে। একোখন [[তাৰকা-ৰাজ্য]]‍ ব্যাস কেইবাশৰ পৰা কেইবা হাজাৰ আলোক-বৰ্ষ হ’ব পাৰে, আৰু এখন তাৰকাৰাজ্যৰ পৰা কাষৰ আন এখনলৈ দূৰত্ব কেইবা নিযুত আলোক-বৰ্ষ হ’ব পাৰে। অতি বেছি দূৰত্বৰ মাহাজাগতিক ক্ষেত্ৰ যেনে, ক’ছাৰ (Quasar) বা চ’লান বৃহত্‍ প্ৰাচীৰ (Solan Great Wall)ৰ দূৰত্ব কেইবা শত-কোটি আলোক বৰ্ষ হ’ব পাৰে।
 
 
{| class="wikitable"
|+'''দূৰত্বৰ মাত্ৰাৰ তালিকা'''
!স্কেল (ly)
!মান
!বিৱৰণ
|-
|১০<sup>−৯</sup>
|৪০.৪×১০<sup>−৯</sup>
|[[চন্দ্ৰ]]ৰ পৃষ্ঠত প্ৰতিফলিত হোৱা [[সূৰ্য্য]]ৰ পোহৰ প্ৰায় ৩,৫০,০০০-৪,০০,০০০ কিল’মিটাৰ অতিক্ৰম কৰি আহি পৃথিৱী পাবলৈ প্ৰায় ১.২-১.৩ছে মান সময় লাগে।
|-
|rowspan=2|১০<sup>−৬</sup>
|১৫.৮×১০<sup>−৬</sup>
|এক [[জ্যোতিৰ্বৈজ্ঞানিক একক]] (পৃথিৱীৰ পৰা সূৰ্য্যলৈ দূৰত্ব), পোহৰক এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ৪৯৯ছে (৮.৩২ মিনিট) লাগে।<ref>{{Citation|url=http://www.iers.org/MainDisp.csl?pid=46-25776 |title=IERS Conventions (2003)| chapter=Chapter 1, Table 1-1}}</ref>
|-
|১২৭×১০<sup>−৬</sup>
|পৃথিৱীৰ পৰা ১২০ কোটি কিল’মিটাৰ দূৰত থকা শণিৰ উপগ্ৰহ টাইটানত ইউৰোপীয় মহাকাশ সংস্থাৰ হাইজেন প্ৰ’বে ২০০৫ চনত অৱতৰণ কৰে, ই টাইটানৰ ছবি পৃথিৱীলৈ প্ৰেৰণ কৰি আছে।
|-
|১০<sup>−৩</sup>
|২.০৪×১০<sup>−৩</sup>
|[[ভয়েজাৰ ১]] পৃথিৱীৰ পৰা প্ৰেৰণ কৰা আৰু বৰ্তমান পৃথিৱীৰ পৰা সকলোতকৈ দূৰত থকা মহাকাশযান, ই বৰ্তমান প্ৰায় ১৮ আলোক ঘণ্টা দূৰত আছে, {{As of|October 2014|lc=on}}.<ref>{{citation |title=WHERE ARE THE VOYAGERS? |url=http://voyager.jpl.nasa.gov/where/index.html |accessdate=14 October 2014}}</ref> এক আলোক-বৰ্ষ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক প্ৰায় ১৭,৫০০ বছৰ লাগিব, ইয়াৰ বৰ্তমান বেগ সূৰ্য্যৰ সাপেক্ষে প্ৰায় ১৭ কিমি/ছে। ২০১৩ চনৰ ১২ চেপ্টেম্বৰত, [[নাছা]]ই ঘোষণা কৰে যে ভয়েজাৰে ২০১২ৰ ২৫ আগষ্টত আন্তঃতাৰকীয় মাধ্যম (intersteller medium)ত প্ৰৱেশ কৰিছে। সৌৰজগতৰ সীমা অতিক্ৰম কৰি পাৰ হৈ যোৱা ভয়েজাৰ প্ৰথম মানৱনিৰ্মিত বস্তু।<ref>{{Citation |title=NASA Spacecraft Embarks on Historic Journey Into Interstellar Space |url=http://www.nasa.gov/mission_pages/voyager/voyager20130912.html#.VD37P410yCg |accessdate=14 October 2014}}</ref><!-- Speed relative to the Sun is used because speed relative to the Earth varies annually due to Earth's own orbital speed of about 30 km/s. -->
|-
|rowspan=7| ১০<sup>০</sup>
|১.৬×১০<sup>−০</sup>
|[[উৰ্ট মেঘ]]ৰ ব্যাস প্ৰায় ২ আলোক-বৰ্ষ, ইয়াৰ অন্তৰভাগৰ সীমা প্ৰায় {{val|50000|u=AU}}, আৰু বৰ্হিসীমা প্ৰায় {{val|100000|u=AU}}।
|-
|২.০×১০<sup>−০</sup>
|সূৰ্য্যৰ মহাকৰ্ষণ শক্তিৰ প্ৰভাৱৰ সৰ্বোচ্চ মাত্ৰা [[হিল গোলক]] {{val|125000|u=AU}})। এই দূৰত্ব পাৰ হৈ গ’লে বৰ্হি সৌৰজাগতিক আন্তঃতাৰকীৰ মহাকৰ্ষণ শক্তিৰ প্ৰভাৱ পোৱা যাব।
|-
|৪.২২×১০<sup>−০</sup>
|সূৰ্য্যক বাদ দি আমাৰ নিকটতম তৰা [[প্ৰক্সিমা চেন্টাউৰি]], আমাৰ পৰা প্ৰায় ৪.২২ আলোক-বৰ্ষ দূৰত্বত অৱস্থিত।<ref>{{Citation|author=[[NASA]] |url= http://heasarc.gsfc.nasa.gov/docs/cosmic/nearest_star_info.html |title=Cosmic Distance Scales - The Nearest Star}}</ref><ref>{{Citation|url=http://www.daviddarling.info/encyclopedia/P/ProximaCen.html|chapter=Proxima Centauri (Gliese 551)|title=Encyclopedia of Astrobiology, Astronomy, and Spaceflight}}</ref>
|-
|৮.৬০×১০<sup>−০</sup>
|এই দূৰত্বত থকা ''Sirius'' ৰাতিৰ আকাশৰ সকলোতকৈ উজ্জ্বল তৰা, ই সূৰ্য্যতকৈ দুগুণ অধিক ভৰযুক্ত আৰু ২৫ গুণ অধিক উজ্জ্বল তৰা।
|-
|১১.৯০×১০<sup>−০</sup>
|[[HD 10700 e]], সোৰজগতৰ বাহিৰৰ বাসপোযোগী গ্ৰহ, ই পৃথিৱীতকৈ প্ৰায় ৬.৬ গুণ ডাঙৰ।<ref>{{cite web|url=http://www.bbc.co.uk/news/science-environment-20770103|date=19 December 2012 |title=Tau Ceti's planets nearest around single, Sun-like star|work=BBC News|accessdate=1 November 2014}}</ref><ref>[http://star-www.herts.ac.uk/~hraj/tauceti/paper.pdf "Signals embedded in the radial velocity noise — Periodic variations in the τ Ceti velocities"] M. Tuomi, H. R. A. Jones, J. S. Jenkins, C. G. Tinney, R. P. Butler, S. S. Vogt, J. R. Barnes, R. A. Wittenmyer, S. O’Toole, J. Horner, J. Bailey, B. D. Carter, D. J. Wright, G. S. Salter, and D. Pinfield of various of [[University of Hertfordshire]], Centre for Astrophysics Research, Science and Technology Research Institute, College Lane, AL10 9AB, Hatfield, UK
[[University of Turku]], Tuorla Observatory, Department of Physics and Astronomy, V¨ais¨al¨antie 20, FI-21500, Piikki¨o, Finland
Departamento de Astronomıa, [[Universidad de Chile]], Camino del Observatorio 1515, Las Condes, Santiago, Chile; School of Physics, [[University of New South Wales]], 2052, Sydney, Australia, Australian Centre for Astrobiology (ibid) Department of Terrestrial Magnetism, [[Carnegie Institution of Washington]], Washington, DC 20015, USA; [[UCO Lick]] Observatory, Department of Astronomy and Astrophysics, University of California at Santa Cruz, Santa Cruz, CA 95064, December 14, 2012]</ref>
|-
|২০.৫×১০<sup>−০</sup>
|''Gliese 581'', কেইবাটাও দৈত্যকায় গ্ৰহৰ সৈতে থকা এটা ৰঙা বাউনা।
|-
|৩১০×১০<sup>−০</sup>
|''Canopus'', আকাশত দেখা দ্বিতীয় উজ্জ্বল তৰা, এটা টাইপ-এফ অতিকায় আৰু অতি উজ্জ্বল তৰা (চুপাৰ-জায়েন্ত)। ইয়াৰ উজ্জ্বলতা সূৰ্য্যতকৈ প্ৰায় ১৫,০০০ গুণ বেছি। <!--- the 15,000 figure is unsourced in the original article... someone ought to sort it out and make sure it's a post-Hipparcos figure --->
|-
|rowspan=3| ১০<sup>৩</sup>
|২৬×১০<sup>৩</sup>
|আমাৰ [[তাৰকাৰাজ্য]] [[হাটীপতি]]ৰ কেন্দ্ৰ প্ৰায় আমাৰ পৰা প্ৰায় ২৬,০০০ আলোক বৰ্ষ দূৰত।<ref>{{Citation|doi= 10.1086/380188|title= A Geometric Determination of the Distance to the Galactic Center|date= 2003|last1= Eisenhauer|first1= F.|last2= Schdel|first2= R.|last3= Genzel|first3= R.|last4= Ott|first4= T.|last5= Tecza|first5= M.|last6= Abuter|first6= R.|last7= Eckart|first7= A.|last8= Alexander|first8= T.|journal= The Astrophysical Journal|volume= 597|issue= 2|pages= L121|arxiv = astro-ph/0306220 |bibcode = 2003ApJ...597L.121E }}</ref><ref>{{citation|doi=10.1086/316512|url=http://www.journals.uchicago.edu/PASP/journal/issues/v112n768/200037/200037.web.pdf|title=The Distance to the Galactic Center|date=2000|last1=McNamara|first1=D. H.|authorlink1=D. Harold McNamara|last2=Madsen|first2=J. B.|last3=Barnes|first3=J.|last4=Ericksen|first4=B. F.|journal=Publications of the Astronomical Society of the Pacific|volume=112|issue=768|pages=202 |bibcode = 2000PASP..112..202M }}{{dead link|date=July 2014}}</ref>
|-
|১০০×১০<sup>৩</sup>
|[[হাটীপতি]]ৰ ব্যাস প্ৰায় ১,০০,০০০ আলোক-বৰ্ষ।
|-
|১৬৫×১০<sup>৩</sup>
|R136a1, Large Magellanic Cloudত থকা প্ৰায়বোৰ তৰাই সূৰ্য্যতকৈ ৮৭ লাখ গুণে অধিক উজ্জ্বল।
|-
|rowspan=4| ১০<sup>৬</sup>
|২.৫×১০<sup>৬</sup>
|চুবুৰীয়া তাৰকাৰাজ্য [[এণ্ড্ৰ’মেডা তাৰকাৰাজ্য|এণ্ড্ৰ’মেডা]]ৰ দূৰত্ব প্ৰায় ২৫ লাখ আলোক বৰ্ষ।
|-
|৩×১০<sup>৬</sup>
|[[ত্ৰায়েংগুলাম তাৰকাৰাজ্য]] প্ৰায় ৩০ লাখ আলোক-বৰ্ষ দূৰত, ই খালী চকুৰে দেখা পোৱা সৰ্বোচ্চ দূৰত্বত থকা বস্তু।
|-
|৫৯×১০<sup>৬</sup>
|নিকটম বহত্‍ তাৰকাৰাজ্যপুঞ্জ কন্যাৰাশি-পুঞ্জ (Virgo Cluster)ৰ দূৰত্ব প্ৰায় ৫.৯ কোটি আলোক বৰ্ষ।
|-
|১৫০×১০<sup>৬</sup> - ২৫০×১০<sup>৬</sup>
|দা গ্ৰেইট এট্ৰেক্টৰ প্ৰায় ১৫ৰ পৰা ২৫কোটি আলোক-বৰ্ষৰ মাজৰ কোনো দূৰত্বত অৱস্থিত।
|-
|rowspan=3| ১০<sup>৯</sup>
|১.২×১০<sup>৯</sup>
|চ’লান বৃহত্‍ প্ৰাচীৰ প্ৰায় এশ কোটি আলোক-বৰ্ষ দূৰত্বত অৱ্স্থিত।
|-
|২.৪×১০<sup>৯</sup>
|এই দূৰত্বত অৱস্থিত 3C 273, হৈছে সকলোতকৈ উজ্জ্বলতম [[ক’ছাৰ]]।
|-
|৪৫.৭×১০<sup>৯</sup>
|The [[comoving distance]] from the Earth to the edge of the visible universe is about 45.7 gigalight-years in any direction; this is the comoving [[radius]] of the [[observable universe]]. This is larger than the [[age of the universe]] dictated by the [[cosmic background radiation]]; see [[Observable universe#Misconceptions|size of the universe: misconceptions]] for why this is possible.
|}
 
"https://as.wikipedia.org/wiki/আলোক-বৰ্ষ"ৰ পৰা অনা হৈছে