আলোক-বৰ্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
60 নং শাৰী:
|১০<sup>−৩</sup>
|২.০৪×১০<sup>−৩</sup>
|[[ভয়েজাৰ ১]] পৃথিৱীৰ পৰা প্ৰেৰণ কৰা আৰু বৰ্তমান পৃথিৱীৰ পৰা সকলোতকৈ দূৰত থকা মহাকাশযান, ই বৰ্তমান প্ৰায় ১৮ আলোক ঘণ্টা দূৰত আছে, {{As of|October 2014|lc=on}}.<ref>{{citation |title=WHERE ARE THE VOYAGERS? |url=http://voyager.jpl.nasa.gov/where/index.html |accessdate=14 October 2014}}</ref> এক আলোক-বৰ্ষ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক প্ৰায় ১৭,৫০০ বছৰ লাগিব, ইয়াৰ বৰ্তমান বেগ সূৰ্য্যৰ সাপেক্ষে প্ৰায় ১৭ কিমি/ছে। ২০১৩ চনৰ ১২ চেপ্টেম্বৰত, [[নাছা]]ই ঘোষণা কৰে যে ভয়েজাৰে ২০১২ৰ ২৫ আগষ্টত আন্তঃতাৰকীয় মাধ্যম (intersteller medium)ত প্ৰৱেশ কৰিছে। সৌৰজগতৰ সীমা অতিক্ৰম কৰি পাৰ হৈ যোৱা ভয়েজাৰ প্ৰথম মানৱনিৰ্মিত বস্তু।<ref>{{Citation |title=NASA Spacecraft Embarks on Historic Journey Into Interstellar Space |url=http://www.nasa.gov/mission_pages/voyager/voyager20130912.html#.VD37P410yCg |accessdate=14 October 2014}}</ref><!-- Speed relative to the Sun is used because speed relative to the Earth varies annually due to Earth's own orbital speed of about 30 km/s. -->
|-
|rowspan=7| ১০<sup>০</sup>
"https://as.wikipedia.org/wiki/আলোক-বৰ্ষ"ৰ পৰা অনা হৈছে