প্ৰাচীন ইজিপ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
13 নং শাৰী:
 
==বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা==
চিকিৎসা বিজ্ঞান<ref>Filer (1995) p. 94</ref><ref>Filer (1995) p. 39</ref>, গণিত<ref>Clarke (1990) p. 222</ref> আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ইজিপ্টে এক নতুন মাত্ৰা লাভ কৰিছিল। তেওঁলোকে জলজ উদ্ভিদৰ পৰা পেপিৰাছ (কাগজ) নিৰ্মাণ কৰিছিল। তেওঁলোকে [[চিহ্ন লিপি]] আৰু নিজা দশমিক ব্যৱস্থাৰো ব্যৱহাৰ কৰিছিল। তেওঁলোকে উন্নতমানৰ চিৰামিক<ref>Nicholson (2000) p. 177</ref> আৰু কাঁচ<ref>Nicholson (2000) p. 195</ref><ref>Nicholson (2000) p. 215</ref> তৈয়াৰ কৰিব জানিছিল।
[[File:Egyptian glass jar.jpg|thumb|left|upright|প্ৰাচীন ইজিপ্টৰ কাঁচৰ পাত্ৰ]]
[[File:Ancient Egyptian medical instruments.jpg|thumb|upright|চিকিৎসাৰ সঁজুলি]]
[[File:Ancient Egyptian Seafaring Ship.jpg|thumb|প্ৰাচীন ইজিপ্টৰ জাহাজ]]
ইজিপ্টৰ লোকসকলে সমুদ্ৰ ক্ষেত্ৰত পৰিভ্ৰমণ কৰিবলৈ জাহাজ নিৰ্মাণ কৰিছিল।<ref name="AIA">Ward, Cheryl. "[http://www.archaeology.org/0105/abstracts/abydos3.html World's Oldest Planked Boats]", in''[[Archaeology (magazine)|Archaeology]]'' (Volume 54, Number 3, May/June 2001). Archaeological Institute of America.</ref><ref name="Egypt's Ancient Fleet: Lost for Thousands of Years, Discovered in a Desolate Cave">{{cite web|url=http://discovermagazine.com/2011/jun/02-egypts-lost-fleet-its-been-found|title=Egypt's Ancient Fleet: Lost for Thousands of Years, Discovered in a Desolate Cave|work=Discover Magazine}}</ref>
 
==শিল্পকলা==
[[File:Nefertiti 30-01-2006.jpg|thumb|upright|ভাস্কৰ থুটমছৰ দ্বাৰা নিৰ্মিত নেফাৰটিটিৰ আৱক্ষ মূৰ্তি]]