গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
62 নং শাৰী:
}}
 
'''গোলাঘাট''' [[অসম]]ৰ এখন সৰু চহৰ। ১৯৮৭ চনৰ ১৫ আগষ্টত [[গোলাঘাট জিলা]] গঠন হোৱাৰ পিছত ই জিলাখনৰ সদৰ হয়।
==ইতিহাস==
গোলাঘাট নামৰ উ‍ৎপত্তিৰ এক মনোৰম কাহিনী আছে। ১৯শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে ধনশিৰী নৈৰ ঘাটৰ কাষতে কিছু 'গোলা' অৰ্থাৎ সৰু দোকান পাতিছিল। এই ঠাইতে পাছলৈ গোলাঘাট নামেৰে নগৰ গঢ়লৈ উঠে।
"https://as.wikipedia.org/wiki/গোলাঘাট"ৰ পৰা অনা হৈছে