গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
92 নং শাৰী:
==যাতায়ত==
* '''বিমান''': গোলাঘাটৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে যোৰহাটৰ [[ৰৰৈয়া বিমানবন্দৰ]]।
* '''ৰেল''': গোলাঘাট [[ভাৰতীয় ৰেলসেৱা]]ৰ [[উত্তৰ-পূব সীমান্ত ৰেলসেৱা]]ৰ অন্তৰ্গত। গোলাঘাট ৰেল ষ্টেচন নগৰৰ ভিতৰত আৰু ফৰকাটিং জংচন গোলাঘাট নগৰৰ পৰা কিছু আঁতৰত আছে। ফৰকাটিং জংছনৰ মাজেদি কেইবাখনো দীঘলীয়া পথৰ ৰেল চলাচল কৰে।
* '''পথ''': অসমৰ অান প্ৰধান নগৰ-চহৰসমূহৰ লগত পথেৰে গোলাঘাটৰ সু-সংযোগ আছে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৯ নুমলীগঢ়ৰ পৰা অাৰম্ভ হৈ গোলাঘাট নগৰৰ কাষেদি পাৰ হৈ গৈছে।
 
98 নং শাৰী:
* '''[[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]''': গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ [[এশিঙীয়া গঁড়]]ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্ৰ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ অন্যতম অাকৰ্ষণৰ কেনদ্ৰ।
* '''[[গৰমপানী অভয়াৰণ্য]]''': গৰমপানী হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য। ইয়াৰ মুঠ মাটিকালি হৈছে ৬.০৫-বৰ্গ-কিলোমিটাৰ (৬,৫১,০০,০০০ ফুট২)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি। এই অভয়াৰণ্য গৰমপানীৰ উঁহ আৰু জলপ্ৰপাতৰ বাবে বিখ্যাত।
* '''ৰবীন বেনাৰ্জী সংগ্ৰহালয়''': বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা স্বৰ্গীয় [[ৰবীন বেনাৰ্জী]]ৰ গোলাঘাটৰ মিছন ৰোড স্থিত বাসগৃহটো প্ৰকৃতিপ্ৰেমী সকলৰ বাবে এক উল্লেখযোগ্য স্থান ৰূপে পৰিগণিত হৈছে৷ ৰবীন বেনাৰ্জীয়ে অঁকা বিভিন্ন চিত্ৰ আৰু অন্যান্য মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ এই বাসগৃহ এটা সংগ্ৰহালয়লৈ ৰুপান্তৰিত কৰা হৈছে।
* '''যমুনা উদ্যান''': গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত যমুনা উদ্যানত নৌকা বিহাৰৰ ব্যৱস্থা অাছে।
* '''নামবৰ দৈগ্ৰুং অভয়াৰণ্য''': ৯৭.১৫ বৰ্গ-কিলোমিটাৰ অাগুৰি এই অভয়াৰণ্য বিৱৰি এই অভয়াৰণ্য অৱস্থিত। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় ২৫ কিমি।
"https://as.wikipedia.org/wiki/গোলাঘাট"ৰ পৰা অনা হৈছে