দেৰাডুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান আৰু বাক্য গাঁঠনি
1 নং শাৰী:
দেৰাডুন চহৰ খন উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ পৰা প্ৰায় ২৩৬ কিলোমিটাৰ উত্তৰে অবষ্ঠিত। এই চহৰখন গিৰিৰাজ হিমালয়ৰ পাদদেশত অবষ্ঠিত।অৱষ্ঠিত। দেৰাডুনচহৰখনৰ চহৰখনপশ্চিমে গংগানদীৰগংগানদী আৰু পূবে আৰু যমুনা নদীৰনদী পশ্চিমে অৱষ্ঠিত। জলবায়ু হিচাপে চাব গলেআছে। দেৰাডুন চহৰৰ জলবাযু প্ৰায়ে শিতলশীতল হৈ থাকে। চহৰখনৰ অন্যতম আকৰ্ষনীয় ঠাইবোৰ হল, মচুৰি, নাইনিতাল, হিন্দু ধৰ্মিয়ধৰ্মীয় স্হানস্থান হৰিদ্যাৰহৰিদ্বাৰ আৰু ঋৃষিকেশ।ঋষিকেশ। দেৰাডুন চহৰ খন প্ৰাকৃতিক সোন্দৰ্যৰসৌন্দৰ্যৰ লগতে প্ৰশাষনীকপ্ৰশাসনিক আৰু ৰাষ্টীয়ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ বাবে জনপ্ৰিয়।জনাজাত। ভাৰতীয় সন্যসৈন্য একাদেমী, বন গৱেষনাগৱেষণা প্ৰতিষ্ঠান, দেৰাডুন প্ৰাদ্যুগিকপ্ৰাদ্যোগিক বিশ্ববিদ্যালয়, ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান, তেল আৰু প্ৰাকৃতিক গেচগেছ প্ৰতিষ্ঠান, তেল আৰু শক্তি অধ্যয়ন বিশ্ববিদ্যালয়, দেৰাডুন আইন মহাবিদ্যালয়, ভাৰতীয় জৰিপজৰীপ প্ৰতিষ্ঠান, ৱাদিয়া হিমালয়ান ভূ ভূি- তত্ব প্ৰতিষ্ঠান, ভাৰতীয় ৰিমট চেনচিঙ্গচেনচিঙ প্ৰতিষ্ঠান, ভাৰতীয় বন্যপ্ৰানীবন্যপ্ৰাণী প্ৰতিষ্ঠানৰ দৰে এঘাৰ খনএঘাৰখন ৰাষ্টীয় শিক্ষ্যানুষ্ঠানৰশিক্ষানুষ্ঠানৰ বাবে জনপ্ৰিয়।
== বাণিজ্য ==
কম জনবহুল আৰু শিক্ষানুষ্ঠানেৰে ভৰপুৰ চহৰ খনৰ প্ৰতিজন নাগৰিকৰ মুঠ জনমূৰী আয় $২৪০০। দেৰাডুন চহৰ খনচহৰখন চ'ফ্টৱেৰ প্ৰাদ্যুগিকপ্ৰাদ্যোগিক পাৰ্ক স্হাপনৰস্থাপনৰ পিচৰ পৰা বাণিজ্যক আৰু তথ্য প্ৰযুক্তিৰ মুল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ৰাষ্টীয় ৰাজধানী আৰু চহৰখনৰ মাজৰ চাৰি লাইন যুক্ত ৰাষ্টীয় ঘাইপথ নিৰ্মানৰ পিছত চহৰখনৰ বাণিজ্য আৰু উন্নত হব বুলি আশা কৰা হৈছে।
 
== পৰ্যটন ==
পৰ্যটন ক্ষেত্ৰ হিচাপে টাপকেশ্বৰ মন্দিৰ, মালচি হৰিন পাৰ্ক, চেন্টেল ব্ৰেইল প্ৰেচ, ৱাদিয়া হিমালয়ান ভূ - তত্ব প্ৰতিষ্ঠান, মচুৰি আদি বিখ্যাত।
ক্ৰীয়াক্ৰীড়া প্ৰৰ্যটনপৰ্যটন হিচাপে মহাৰানা প্ৰতাপ ক্ৰীয়াক্ৰীড়া কমপ্লেক্সকমপ্লেক্সত ভাৰতৰ প্ৰথমটো বৰফত খেলা ষ্টেডিয়াম আছে।
 
== যাতায়ত ==
"https://as.wikipedia.org/wiki/দেৰাডুন"ৰ পৰা অনা হৈছে