সিংহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
সৰু-সুৰা শুধৰণি |
||
36 নং শাৰী:
}}
'''সিংহ'''
অৰণ্যত, মতা সিংহ ক্তিয়াবা ১০ৰ পৰা ১৪ বছৰ পৰ্যন্ত জীৱাই থাকে, প্ৰভূত্ব বিস্তাৰৰ বাবে ইহঁতৰ নিজৰ মাজতে হোৱা দন্দবোৰত পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে।<ref>{{Cite book |last=Smuts |first=G. L. |year=1982 |title=Lion|publisher=Macmillan South Africa |location=Johannesburg |page=231|isbn= 0-86954-122-6}}</ref> অন্যথা ইহঁত ২০ বছৰ পৰ্যন্ত জীৱাই থাকিব পাৰে। সিংহবোৰ সাধাৰণতে ছাভানা আৰু তৃণভূমিত বাস কৰে, যদিও ইহঁতক জোপোহা আৰু অনণ্য অঞ্চলতো পোৱা যায়। অন্য মেকুৰীজাতীয় জন্তুৰ তুলনাত সিংহবোৰ যথেষ্ট সামাজিক। সিংহৰ এটা জুমত সম্বন্ধীয় মাইকী, সিহঁতৰ সন্তান আৰু কেইটামান মতা সিংহ থাকে। মাইকী সিংহবোৰে লগলাগি, ডাঙৰ আকাৰৰ খুৰাষুক্ত স্তন্যপায়ীৰ চিকাৰ কৰে। সিংহবোৰ শীৰ্খস্থানৰ উপভোক্তা, যদিও ইহঁতক অপমাৰ্জক বুলিবও পাৰি। সাধাৰণতে সিংহই মানুহৰ চিকাৰ নকৰে, কিন্তু কেতিয়াবা কিছুমানে কৰে। ইহঁতে প্ৰধানকৈ দিনৰ ভাগত শুৱে, প্ৰাথমিকভাৱে ৰাতি সক্ৰিয় হয় (নিশাচৰ) আৰু কেতিয়াবা সন্ধাও চিকাৰ কৰে।<ref name="earthtouch">[http://web.archive.org/web/20120420172909/http://www.earth-touch.com/result.php?i=Lions-nocturnal-chorus Lions' nocturnal chorus]. Earth-touch.com. Retrieved on 31 July 2013.</ref><ref name="phxzoo">[http://web.archive.org/web/20120415054339/http://www.phoenixzoo.org/learn/animals/animal_detail.aspx?FACT_SHEET_ID=100001 African Lion ''Panthera leo'']. Phoenix Zoo Fact Sheet.</ref>
|