অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''অক্ষয় তৃতীয়া''' (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু ভগৱান গনেশে মিলি [[মহাভাৰত]] ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে [[গঙ্গা]] নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে।