বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
IKHazarika (আলোচনা | বৰঙণি) |
IKHazarika (আলোচনা | বৰঙণি) বানান আৰু ফৰ্মেটিং |
||
7 নং শাৰী:
যদিও বিজ্ঞান বিষয়ক দাৰ্শনিক চিন্তা অন্ততঃ এৰিষ্ট'টলৰ দিনৰপৰাই চলি আহিছে, বিজ্ঞানৰ দৰ্শনৰ এক পৃথক শৃংখলা ৰূপে বিকাশ বিংশ শতিকাৰ মাজ ভাগৰপৰাহে আৰম্ভ হৈছে। এনে হৈছিল যৌক্তিক দৃষ্টবাদৰ প্ৰাক্কালত। যৌক্তিক দৃষ্টিবাদৰ লক্ষ্য প্ৰতিটো দাৰ্শনিক বিবৃতিৰ অৰ্থপূৰ্ণতাৰ মাপ-কাঠি নিৰ্ণয় কৰা আৰু বস্তুবাদী ৰূপে সেই বিবৃতিসমূহক পৰিমাপ কৰা। [[থমাচ কুহ্ন]]ৰ ঐতিহাসিক গ্ৰন্থ ''<nowiki/>'দ্য ষ্ট্ৰাক্সাৰ অৱ চাইণ্টিফিক ৰিভ'লিউচন্সে' ''(১৯৬২) বৈজ্ঞানিক বিকাশ যে অবিচলিত, আৰু জ্ঞানৰ সঞ্চয়িত অধিগ্ৰহণ নিশ্চিত প্ৰণালীৰ ওপৰত আধাৰিত, সেই ধাৰণাক প্ৰত্যাহ্বান জনালে। তেওঁ তাৰ সলনি তৰ্ক কৰিলে যে যিকোনো বিকাশ এক বিশেষ ঐতিহাসিক সময়ৰ দৃষ্টান্তৰ-- প্ৰশ্ন, ধাৰণা, চৰ্চাৰ-- সৈতে আপেক্ষিক।
পৰৱৰ্তি কালত, [[ডাব্লিউ ভি কুৱাইন]] আৰু অন্যান্যৰ বাবে বিজ্ঞানৰ সুসংগত অভিগমন, যে শাস্ত্ৰ মান্য হয় যদি ই পৰ্যবেক্ষণক এক সুসংগত সমগ্ৰৰ অংশ হিচাপে দেখুৱাব পাৰে-- এই অভিগমন প্ৰধান হৈ পৰিল। [[ষ্টিফেন জে' গুড]]ৰ দৰে কোনো কোনো চিন্তাবিদে বিজ্ঞানক স্বয়ংসিদ্ধ ধাৰণাৰ সমষ্টিলৈ স্থলিত কৰিব বিচাৰে, যেনে [[প্ৰকৃতিৰ সামঞ্জস্য]]। [[পল ফেয়েৰাবেণ্ড]]কে ধৰি দাৰ্শনিকসকলৰ এক কণ্ঠ্য সংখ্যালঘু দলে তৰ্ক কৰে যে 'বৈজ্ঞানিক প্ৰণালী'ৰ দৰে প্ৰকৃততে কোনো বস্তুৱেই নাই, সেয়ে বিজ্ঞানৰ সকলো অভিগমনক মান্যতা প্ৰদান কৰিব লাগে, অলৌকিকসমূহকো। বিজ্ঞানৰ বিষয়ে চিন্তা কৰাৰ আন এক অভিগমন হ'ল সমাজবৈজ্ঞানিক দৃষ্টিকোণৰপৰা জ্ঞান কেনেকৈ সৃষ্টি হয় তাক অধ্যয়ন কৰা। এনে অভিগমনক [[ডেভিড ব্লুৰ]], [[বেৰী বাৰ্ণছ]]ৰ দৰে দাৰ্শনিকে সমৰ্থন কৰে। শেষত, [[মহাদেশীয় দৰ্শন|১৯-২০
বিজ্ঞানৰ বিশেষ ভাগ সম্বন্ধীয় দাৰ্শনিক প্ৰশ্নসমূহ [[এলবাৰ্ট আইনষ্টাইন|আইনষ্টাইন]]ৰ সাধাৰণ আপেক্ষিকতাবাদৰপৰা উদিত [[সময়]]ৰ প্ৰকৃতি বিষয়ক, ৰাজহুৱা নীতিত [[অৰ্থনীতি]]ৰ প্ৰভাৱ আদি। এক মুখ্য বিষয় হ'ল, কোনো এক বৈজ্ঞানিক শৃংখলাক আন এক শৃংখলালৈ অনুবাদ কৰিব পৰা যায় নে নাযায়। যেনে,
== পৰিচয় ==
22 নং শাৰী:
=== বৈজ্ঞানিক ব্যাখ্যা ===
আন এক প্ৰশ্ন হ'ল "ভাল বৈজ্ঞানিক ব্যাখ্যা কাক বোলা হয়?"। ভৱিষ্যতৰ ঘটনাৰ পূৰ্বানুমান কৰাৰ
এটি পূৰ্বৰ কালৰে পৰা চলি অহা প্ৰভাৱশালী বৈজ্ঞানিক ব্যাখ্যাৰ সূত্ৰ হ'ল ন্যায়িক-ন'মলজিকেল মডেল। এই মডেল অনুসৰি এক সফল বৈজ্ঞানিক ব্যাখ্যাই প্ৰশ্নোদ্ধৃত ঘটনাত কোনো এক বৈজ্ঞানিক সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব লাগিব।<ref name="Hempel1948">{{সাঁচ:Cite journal|last=Hempel|first=Carl G.|authorlink=Carl Hempel|author2=Paul Oppenheim|year=1948|title=Studies in the Logic of Explanation|journal=Philosophy of Science|volume=15|pages=135–175|doi=10.1086/286983|issue=2}}</ref> এই ধাৰণাক বাৰুকৈ সমালোচনা কৰা হৈছে আৰু অনেক অভ্যুদাহৰণ বহুলভাৱে স্বীকৃত।<ref name="Salmon1992">{{সাঁচ:Cite book|last=Salmon|first=Merrilee|author2=John Earman, Clark Glymour, James G. Lenno, Peter Machamer, J.E. McGuire, John D. Norton, Wesley C. Salmon, Kenneth F. Schaffner|title=Introduction to the Philosophy of Science|year=1992|publisher=Prentice-Hall|isbn=0-13-663345-5}}</ref> বিশেষকৈ, ব্যাখ্যা চিনাক্ত কৰা অতিকৈ কঠিন হৈ পৰে যেতিয়া ব্যাখ্যা কৰিবলগীয়া বস্তুত কোনো সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব পৰা নাযায়। কাৰণ এয়া কেৱল সুযোগৰ বস্তু, বা ইয়াক যি জনা যায় তাৰে সঠিকভাৱে পূৰ্বানুমান কৰিব পৰা নাযায়। ৱেস্লী চেল্মনৰ মতে এক ভাল বৈজ্ঞানিক ব্যাখ্যা
=== বিজ্ঞানৰ বৈধতা প্ৰতিপন্ন কৰা ===
[[চিত্ৰ:Chicken_farmer_in_Ghana_(5926941911).jpg|thumb|কুকুৰাবোৰে মালিকৰ বিষয়ে ৰাখিব পৰা ধাৰণাসমূহে "অধিষ্ঠাপনৰ সমস্যা"ৰ উদাহৰণ দাঙি ধৰে]]
যদিও এই কথাক বিনা প্ৰমাণে শুদ্ধ বুলি প্ৰায় ধৰি লোৱা হয়, এই কথা একেবাৰেই স্পষ্ট নহয় যে কেইবাৰমান পৰীক্ষা শুদ্ধ হ'লে বা কেইটামান উদাহৰণ চাই কোনো সূত্ৰক কেনেকৈ বৈধ বুলি ধৰিব পাৰি।<ref name="StanInduction">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/induction-problem/|title=The Problem of Induction|accessdate=2014-02-25|last1=Vickers|first1=John|year=2013|work=Stanford Encyclopedia of Philosophy}}</ref> উদাহৰণ স্বৰূপে, এটি কুকুৰাই
এক অভিগমন হ'ল এই কথা লক্ষ্য কৰা যে অধিষ্ঠাপনাই নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে, কিন্তু এটি সাধাৰণ বিবৃতিৰ উদাহৰণ বাৰে বাৰে পৰ্যবেক্ষণ কৰিলে অন্ততঃ বিবৃতিটো অধিক সাম্ভাব্য হ'ব। সেয়ে, প্ৰতি ৰাতিপুৱাৰ অভিজ্ঞতাৰপৰা কুকুৰাটোৱে ধাৰণা কৰিব পাৰে যে এই কথা অধিক সাম্ভাব্য যে পৰৱৰ্তী ৰাতিপুৱা মালিকে খাদ্য প্ৰদান কৰিব, যদিও এই কথা নিশ্চিত নহয়। পিচে, প্ৰতি প্ৰৰ্যবেক্ষণে সাধাৰণ বিবৃতিত কি যথাযথ সম্ভাৱনীয়তা ন্যায্য কৰে,
কোনো কোনোৱে তৰ্ক কৰে যে বিজ্ঞানীসকলে অধিষ্ঠাপনামূলক যুক্তি ব্যৱহাৰেই নকৰে। তাৰ সলনি এব্ডাক্টিভ যুক্তিৰহে (abductive reasoning) প্ৰয়োগ কৰে। এই হিচাপত বিজ্ঞান বিশেষ ঘটনাসমূহৰ সাধাৰণীকৰণ বিষয়ক নহয়, পিচে, পৰ্যবেক্ষণৰ ব্যাখ্যাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ বিষয়েহে। পূৰ্বতে আলোচনা কৰাৰ দৰে, এই কথা সদাই স্পষ্ট নহয় যে কোনটো ব্যাখ্যা "উৎকৃষ্টতম্"। অকহামৰ ৰেজৰে সবাটোকৈ সৰল ব্যাখ্যাক চয়ন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। সেয়ে এই
=== পৰ্যবেক্ষণ আৰু সূত্ৰ অবিচ্ছেদ্য ===
[[চিত্ৰ:Einstein_cross.jpg|left|thumb|225x225px|আইনষ্টাইনৰ ক্ৰচ নামেৰে জনাজাত এক মহাজাগতিক বস্তু।]]
পৰ্যবেক্ষণ কৰোতে, বিজ্ঞানীসকলে টেলিস্ক'পেৰে চাই, বৈদ্যুতিক পৰ্দাত ছবি চাই, মীটাৰ ৰিডিং ৰেকৰ্ড কৰে ইত্যাদি ইত্যাদি। প্ৰাৰম্ভিক স্তৰত, তেওঁলোকে যি দেখিছে তাক মানি ল'ব পাৰে, যেনে, থাৰ্ম'মিটাৰত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ দেখুৱাইছে। পিচে, যদি ভিন ভিন বিজ্ঞানীৰ সূত্ৰৰ বিষয়ে ভিন ভিন ধাৰণা থাকে, যিসূত্ৰক এই প্ৰাৰম্ভিক
প্ৰতি পৰ্যবেক্ষণতে
=== বিজ্ঞানৰ উদ্দেশ্য ===
বিজ্ঞানে প্ৰকৃত সত্য উজাগৰ কৰাৰ উদ্দেশ্যে কাম কৰিব লাগে, নে এনে প্ৰশ্ন আছে যাৰ উত্তৰ বিজ্ঞনে প্ৰদান কৰিব নোৱাৰে? বৈজ্ঞানিক বাস্তৱবাদীসকলৰ মতে বিজ্ঞানৰ উদ্দেশ্য সত্য উজাগৰ কৰা হোৱা
বাস্তৱবাদীসকলে প্ৰায় শেহতীয়া সূত্ৰসমূহৰ সফলতাৰ কথা দোহাৰে-- সত্যৰ (বা সত্যৰ ওচৰৰ) সাক্ষ্য ৰূপে।<ref name="Boyd2002" /><ref>Specific examples include:
47 নং শাৰী:
=== মূল্যবোধ আৰু বিজ্ঞান ===
মূল্যবোধ আৰু বিজ্ঞান ভিন্ন
যদি এয়া অস্পষ্ট যে কি বিজ্ঞান হয়, সূত্ৰসমূহৰ কাৰ্যক্ষমতা কেনেকৈ নিশ্চিত কৰিব পাৰি, আৰু বিজ্ঞানৰ উদ্দেশ্য বা কি, তেন্তে মূল্যবোধ আৰু আন আন সামাজিক প্ৰভাৱে বিজ্ঞানৰ আকাৰ নিৰ্ণয় কৰাৰ গণ্যমান্য সুযোগ আছে। নিশ্চয়, মূল্যবোধে ভূমিকা পালন কৰিব পাৰে, কোনটো গৱেষণাই অধিক পুঁজি লাভ কৰিছে, কোনবোৰ সূত্ৰই বিজ্ঞান জগতত অধিক আদৰ বা স্বীকৃতি লাভ কৰিছে আদি বিষয়ত।<ref name="StanSocial">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/scientific-knowledge-social/|title=The Social Dimensions of Scientific Knowledge|accessdate=2014-03-06|last1=Longino|first1=Helen|year=2013|work=Stanford Encyclopedia of Philosophy}}</ref> উদাহৰণ স্বৰূপে ১৯ শতিকাত বৰ্ণবাদী চিন্তাধাৰাই ক্ৰমবিকাশৰ অধ্যয়নত সহায় কৰিলে আৰু সামাজিক শ্ৰেণীৰ মূল্যবোধে কপাল-বিদ্যা বিষয়ক তৰ্কত অৰিহনা যোগালে (সেই সময়ত কপাল-বিদ্যাক বিজ্ঞান বুলি গণ্য কৰা হৈছিল)।<ref>Douglas Allchin, "Values in Science and in Science Education," in International Handbook of Science Education, B.J. Fraser and K.G. Tobin (eds.), 2:1083–1092, Kluwer Academic Publishers (1988).</ref> বিজ্ঞানৰ নাৰীবাদী দাৰ্শনিকসকল, বিজ্ঞানৰ সমাজবিজ্ঞানীসকল আৰু আন আন লোকে বিজ্ঞানৰ ওপৰত সামাজিক মূল্যাবোধৰ প্ৰভাৱ অধ্যয়ন কৰে।
55 নং শাৰী:
=== প্ৰাক-আধুনিক ===
বিজ্ঞানৰ দৰ্শনৰ গুৰি প্লেট' আৰু এৰিষ্ট'টল।<ref>[[এৰিষ্ট'টল|Aristotle]], "Prior Analytics", Hugh Tredennick (trans.), pp. 181–531 in ''Aristotle, Volume 1'', Loeb Classical Library, William Heinemann, London, UK, 1938.
</ref> তেওঁলোকে আনুমানিক আৰু
=== আধুনিক ===
[[চিত্ৰ:Francis_Bacon_statue,_Gray's_Inn.jpg|thumb|লণ্ডনৰ চাউথ স্কুৱেৰৰ গ্ৰেইজ ইনত ফ্ৰেঞ্চিছ বেকনৰ মূৰ্ত্তি।]]
ফ্ৰেঞ্চিছ বেকন (যি ৰজাৰতকৈ প্ৰায় ৩০০ বছৰ পাছৰ আৰু যাৰ ৰজাৰ বেকনৰ সৈতে কোনো পোণপটীয়া সম্বন্ধ নাই) বৈজ্ঞানিক বিপ্লৱৰ সময়ৰ বিজ্ঞানৰ দৰ্শনৰ প্ৰমুখ ছবি। তেওঁ নিজৰ ১৬২০ চনৰ ''ন'ভাম
=== যৌক্তিক দৃষ্টবাদ ===
বাদ্যবাদ ২০ শতিকাৰ ভৌতিক বিজ্ঞানীসমূহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। তাৰ পাছতেই যৌক্তিক দৃষ্টবাদে কেইবা দশকলৈকে মৈদানখন সংজ্ঞায়িত কৰিলে। যৌক্তিক দৃষ্টবাদে কেৱল পৰীক্ষণযোগ্য বিবৃতিসমূহকহে অৰ্থপূৰ্ণ বুলি গণ্য কৰে, আধিবিদ্যক ব্যাখ্যাসমূহক নাকচ কৰে, আৰু প্ৰতিপাদনবাদক সমৰ্থন কৰে (প্ৰতিপাদনবাদে যুক্তিবাদ, পৰীক্ষণবাদ, আৰু ভাষাবিদ্যাক এক কৰে দৰ্শনক পৰীক্ষণ সম্বন্ধীয় বিজ্ঞানসমূহৰপৰা লাভ কৰা ফলাফলৰ সৈতে সুসংগত
যৌক্তিক দৃষ্টবাদক প্ৰায় এক চৰম অৱস্থান হিচাপে দৰ্শোৱা হয়, যাৰ বিশ্বাস যে বিজ্ঞানে কেতিয়াও একো অপৰ্যবেক্ষণীয়ৰ উদ্ধৃতি দিব নালাগে-- আন কি সাময়িকতা, তন্ত্ৰ আৰু বিধিৰ দৰে মূল যেন লগা সংকেতনসমূহৰ বিষয়েও-- পিচে সেয়া অতিশয়োক্তি। তেনে অপৰ্যবেক্ষণীয়সমূহৰ কথাক উপমা হিচাপে-- পোণপটীয়া পৰ্যবেক্ষণ বিমূৰ্তত দৃষ্ট-- বা আটাইতকৈ বেয়াকৈ-- অধিবিদ্যা সম্বন্ধীয় বা ভাবাত্মক হিচাপে অনুমতি প্ৰদান কৰা হ'ব। শাস্ত্ৰীয় নিয়মসমূহক পৰীক্ষণমূলক নিয়মলৈ অনুবাদ কৰা হ'ব, আৰু শাস্ত্ৰীয় পদসমূহে পৰ্যবেক্ষণ সম্বন্ধীয় পদৰ পৰা অৰ্থ লাভ কৰিব সামঞ্জস্যৰ নিয়মেৰে। ভৌতিক বিজ্ঞানত গণিত যুক্তিবাদেৰে প্ৰতীকাত্মক যুক্তিলৈ অনূদিত হ'ব। তৰ্কসংগত পুনৰ্নিৰ্মাণে সাধাৰণ ভাষাক মান্য সমকক্ষলৈ অনুবাদ কৰিব, সকলো এক যৌক্তিক বাক্য বিন্যাসেৰে সংযোজিত আৰু
১৯৩০ৰ দশকৰ শেষৰ ফালে যৌক্তিক দৃষ্টবাদীসকলে জাৰ্মানী আৰু অষ্ট্ৰিয়া ত্যাগ কৰি ব্ৰিটেইন আৰু আমেৰিকাত প্ৰৱেশ কৰিলে। তেতিয়ালৈকে, অনেকে মেকৰ ঘটনাবাদক অট্ট' নিউৰেথৰ ভৌতিকতাবাদেৰে সলাইছিল, আৰু ৰুডল্ফ কাৰ্ণেপে প্ৰতিপাদনক সাধাৰণভাৱে নিশ্চিতকৰণেৰে সলাব বিচাৰিছিল। ১৯৪৫ত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত, যৌক্তিক দৃষ্টবাদৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰিল। যৌক্তিক পৰীক্ষণবাদ, প্ৰধানতঃ কাৰ্ল হেম্পেলৰ নেতৃত্বত, আমেৰিকাত, যোনে আবৃত নিয়ম মডেল ব্যাখ্যা কৰিছিল, ব্যাখ্যাৰ যৌক্তিক ৰূপ চিনাক্ত কৰিবলৈ, "কৰণ"ৰ কোনো উদ্ধৃতি প্ৰদান নকৰাকৈ। যৌক্তিক দৃষ্টবাদী আন্দোলন বিশ্লেষণাত্মক দৰ্শনৰ মুখ্য আধাৰ হ'ল।<ref name="autogenerated1">See [http://plato.stanford.edu/entries/vienna-circle "Vienna Circle"] in ''Stanford Encyclopedia of Philosophy''.</ref> যৌক্তিক দৃষ্টবাদে ১৯৬০ৰ দশলৈকে বিজ্ঞানৰ দৰ্শনকে ধৰি এংল'স্ফেয়াৰ দৰ্শনত দমনীয় ভূমিকা পালন কৰিলে। পিচে এই আন্দোলনে নিজৰ কিছু কেন্দ্ৰীয় সমস্যাকেই সমাধান কৰিব নোৱাৰিলে,<ref name="Smith1986">{{সাঁচ:Cite book|first=L.D.|last=Smith|year=1986|title=Behaviorism and Logical Positivism: A Reassessment of the Alliance|publisher=Stanford University Press|isbn=978-0-8047-1301-6|lccn=85030366|url=https://books.google.com/books?id=IZ6aAAAAIAAJ&pg=PA314|page=314|quote=The secondary and historical literature on logical positivism affords substantial grounds for concluding that logical positivism failed to solve many of the central problems it generated for itself. Prominent among the unsolved problems was the failure to find an acceptable statement of the verifiability (later confirmability) criterion of meaningfulness. Until a competing tradition emerged (about the late 1950's), the problems of logical positivism continued to be attacked from within that tradition. But as the new tradition in the philosophy of science began to demonstrate its effectiveness—by dissolving and rephrasing old problems as well as by generating new ones—philosophers began to shift allegiances to the new tradition, even though that tradition has yet to receive a canonical formulation.}}</ref><ref name="Bunge1996">{{সাঁচ:Cite book|first=M.A.|last=Bunge|year=1996|title=Finding Philosophy in Social Science|publisher=Yale University Press|isbn=978-0-300-06606-7|lccn=lc96004399|url=https://books.google.com/books?id=8YAV43gVMsIC&pg=PA317|page=317|quote=To conclude, logical positivism was progressive compared with the classical positivism of [[Ptolemy]], [[David Hume|Hume]], d'Alembert, [[August Compte|Compte]], [[John Stuart Mill]], and [[Ernst Mach]]. It was even more so by comparison with its contemporary rivals—[[neo-Thomisism]], [[neo-Kantianism]], [[intuitionism]], dialectical materialism, phenomenology, and [[existentialism]]. However, neo-positivism failed dismally to give a faithful account of science, whether natural or social. It failed because it remained anchored to sense-data and to a phenomenalist metaphysics, overrated the power of induction and underrated that of hypothesis, and denounced realism and materialism as metaphysical nonsense. Although it has never been practiced consistently in the advanced natural sciences and has been criticized by many philosophers, notably Popper (1959 [1935], 1963), logical positivism remains the tacit philosophy of many scientists. Regrettably, the anti-positivism fashionable in the metatheory of social science is often nothing but an excuse for sloppiness and wild speculation.}}</ref><ref>{{সাঁচ:Cite web|url=http://www.drury.edu/ess/philsci/popper.html|title=Popper, Falsifiability, and the Failure of Positivism|date=7 August 2000|accessdate=7 January 2014|quote=The upshot is that the positivists seem caught between insisting on the V.C. [Verifiability Criterion]—but for no defensible reason—or admitting that the V.C. requires a background language, etc., which opens the door to relativism, etc. In light of this dilemma, many folk—especially following Popper's "last-ditch" effort to "save" empiricism/positivism/realism with the falsifiability criterion—have agreed that positivism is a dead-end.|deadurl=yes|archiveurl=https://web.archive.org/web/20140107230818/http://www.drury.edu/ess/philsci/popper.html|archivedate=January 7, 2014}}</ref> আৰু ইয়াৰ সিদ্ধান্তসমূহ প্ৰায় আক্ৰমণৰ
=== থমাচ কুহ্ন ===
[[চিত্ৰ:Epicycle_and_deferent.svg|left|thumb|কুহ্নৰ বাবে টলেমিৰ জ্যোতিৰ্বিদ্যাত এপিচাইকেলৰ যোগ "সাধাৰণ বিজ্ঞান" এক দৃষ্টান্তৰ ভিতৰত, পিচে কপাৰ্ণিচিয়ান বিপ্লৱ দৃষ্টান্তৰৰ স্থানান্তৰণ।]]
১৯৬২ চনৰ নিজৰ ঐতিহাসিক গ্ৰন্থ ''দ্য ষ্ট্ৰাক্সাৰ অৱ চাইণ্টিফিক ৰিভ'লিউচন্স''ত থমাচ কুহ্নে যৌক্তিক দৃষ্টবাদ বিৰোধী প্ৰতিক্ৰিয়াসমূহক কেন্দ্ৰীভূত কৰিলে। তেওঁ তৰ্ক কৰিলে যে পৰ্যবেক্ষণ আৰু
কুহ্নে এই কথা অস্বীকাৰ কৰিলে যে পৰীক্ষা কৰিবলগীয়া পৰিকল্পনাক সেই সূত্ৰৰ প্ৰভাৱৰপৰা মুক্তকৈ পৰীক্ষা কৰিব পাৰি, যি সূত্ৰৰ ওপৰত ভিত্তি কৰি পৰ্যবেক্ষণ কৰা হৈছে। আৰু তেওঁ লগতে তৰ্ক কৰিলে যে দুই প্ৰতিদ্বন্দ্বী দৃষ্টান্তৰক স্বতন্ত্ৰকৈ
কুহ্নৰ মতে, দৃষ্টান্তৰৰ চয়নক তৰ্কসংগত প্ৰক্ৰিয়াই জীৱিত ৰাখিছিল, কিন্তু সিঁহতৰ দ্বাৰাই ই সম্পূৰ্ণ ৰূপে নিৰ্ণিত নহয়। দুই দৃষ্টান্তৰৰ মাজৰ পৰা চয়নত বিশ্বৰ দুই পৃথক ছবি দাঙি ধৰা হয়, তাৰ মাজৰ পৰা সেই ছবিক চয়ন কৰা হয় যি অধিক অশাজনক যেন লাগে। কুহ্নৰ মতে, কোনো দৃষ্টান্তৰৰ গ্ৰহণ বা বৰ্জন যিমান এক যৌক্তিক প্ৰক্ৰিয়া, সিমানেই এক সামাজিক প্ৰক্ৰিয়াও। পিচে, কুহ্নৰ অৱস্থান,
== বৰ্তমানৰ অভিগমনসমূহ ==
=== স্বয়ংসিদ্ধ ধাৰণা ===
অনেক চিন্তাবিদে স্বয়ংসিদ্ধ ধাৰণা কিছুমান স্পষ্ট কৰিব বিচাৰে, যাৰ ওপৰত বিজ্ঞান সম্ভৱতঃ আধাৰিত, ই মূলবাদৰ এক ৰূপ। কৰ্মৰত বিজ্ঞানীসকলৰ সাধাৰণতে ই এক অন্তৰ্নিহিত দৰ্শন যে বৈজ্ঞানিক প্ৰণালীক বৈধ ঘোষণা কৰিবলৈ উল্লিখিত কল্পনা বা ধাৰণাসমূহৰ প্ৰয়োজন: ১/ সকলো
=== সুসংগতিবাদ ===
87 নং শাৰী:
স্বয়ংসিদ্ধ ধাৰণাৰ ওপৰত বিজ্ঞান আধাৰিত হোৱাৰ ধাৰণাৰ বিপৰীতে, সুসংগতিবাদে কয় যে বিবৃতিসমূহৰ এক সুসংগত ব্যৱস্থাৰ অংগ হিচাপে বৈধতা প্ৰতিপন্ন কৰা যায়। বা, কোনো বিবৃতিক নিজতেই বৈধ বুলি ক'ব পৰা নাযায়, কেৱল সুসংগত ব্যৱস্থাৰহে বৈধতা প্ৰতিপন্ন কৰিব পৰা যায়।<ref>{{সাঁচ:Cite web|url=http://plato.stanford.edu/archives/spr2014/entries/justep-coherence/|title=Coherentist Theories of Epistemic Justification|accessdate=2015-10-26|last=Olsson|first=Erik|year=2014|work=Stanford Encyclopedia of Philosophy|editor1-last=Zalta|editor1-first=Edward N.}}</ref> শুক্ৰৰ পাৰগমনৰ পূৰ্বানুমানক আকাশী বস্তুসমূহ আৰু পূৰ্বৰ পৰ্যবেক্ষণৰ আন আন বিশ্বাসসমূহৰ দ্বাৰা বৈধ প্ৰতিপন্ন কৰিব পৰা যায়। পূৰ্বতে বুজোৱাৰ দৰেই, পৰ্যবেক্ষণ এক জ্ঞানীয় কৰ্ম। অৰ্থাৎ, ই পূৰ্বৰে পৰা অস্তিত্বত থকা এক সহায়ক বিশ্বাসৰ সংগ্ৰহৰ ওপৰত নিৰ্ভৰ্শীল। শুক্ৰৰ পাৰগমনৰ পৰ্যবেক্ষণক টেলিস্ক'পৰ পোহৰবিদ্যা বিষয়ক, টেলিস্ক'পৰ যান্ত্ৰিক বিষয় বিষয়ক, আকাশী বস্তুসমূহৰ যান্ত্ৰিক বিদ্যা বিষয়ক বিশ্বাস আদিৰ প্ৰয়োজন হৈছিল। যদি পূৰ্বানুমান ভুল হ'লহেতেন আৰু পাৰগমন লক্ষ্য কৰা নহ'লহেতেন, তেন্তে ই সম্ভৱতঃ প্ৰণালীৰ অভিযোজন ঘটালেহেতেন, কোনো কোনো সহায়ক ধাৰণাৰ সাল-সলনি হ'লহেতেন, পিচে সমগ্ৰ শাস্ত্ৰীয় প্ৰণালীটো বৰ্জন কৰা নহ'লহেতেন।
প্ৰকৃততে, ডুহেম-কুৱাইন গৱেষণামূলক প্ৰবন্ধানুযায়ী, পিয়েৰে ডুহেম আৰু ডাব্লিউ ভি কুৱাইনৰ পাছত, কোনো সূত্ৰক অকলশৰীয়াকৈ পৰীক্ষণ কৰা অসম্ভৱ।<ref name="Harding1976">{{সাঁচ:Cite book|author=Sandra Harding|title=Can theories be refuted?: essays on the Dunhem–Quine thesis|url=https://books.google.com/books?id=Uwit8JTcLfAC&pg=PR9|year=1976|publisher=Springer Science & Business Media|isbn=978-90-277-0630-0|pages=9–}}</ref> পৰীক্ষণযোগ্য পূৰ্বানুমান কৰিবলৈ সহায়ক অনুমান যোগ কৰা অপৰিহাৰ্য। যেনে, নিউটনৰ মধ্যাকৰ্ষণৰ নিয়মক পৰীক্ষা কৰিবলৈ, সূৰ্যৰ স্থান, ভৰ, গ্ৰহসমূহৰ ভৰ আদিৰ কথা জনা বা সিহঁতৰ বিষয়ে ধাৰণা থকা অনিবাৰ্য। এই কথা বিখ্যাত, যে ইউৰেনাছৰ গ্ৰহপথৰ পূৰ্বানুমান কৰাৰ অসমফলতাই নিউটনৰ নিয়মৰ বৰ্জন নঘটালে, পিচে এই পৰিকল্পনাৰহে বৰ্জন ঘটালে যে সৌৰজগতত কেৱল সাতটা গ্ৰহ আছে। তাৰ পাছত হোৱা অনুসন্ধানসমূহে এক অষ্টম গ্ৰহৰ আৱিষ্কাৰৰ পথ
ডুহেম-কুৱাইন গৱেষণামূলক প্ৰবন্ধৰ এটি ফল হ'ল যে কোনোৱে যিকোনো সূত্ৰক যিকোনো পৰীক্ষামূলক পৰ্যবেক্ষণেৰে সংগত কৰিব পাৰে, যথেষ্ট সংখ্যক ''তদৰ্থ ''পৰিকল্পনা যোগ কৰি। কাৰ্ল পপাৰে এই
=== সকলো চলে ===
[[চিত্ৰ:Paul_Feyerabend_Berkeley.jpg|right|thumb|পল কাৰ্ল ফেয়েৰাবেণ্ড]]
অষ্ট্ৰিয়াৰ বিজ্ঞানৰ দাৰ্শনিক পল ফেয়েৰাবেণ্ডে (১৯২৪-১৯৯৪) তৰ্ক কৰিছিল যে বৈজ্ঞানিক প্ৰণালীৰ কোনো এনে বিৱৰণ নাই যিয়ে বিজ্ঞানীসকলে ব্যৱহাৰ কৰা সকলো অভিগমন আৰু প্ৰণালী সামৰি ল'ব পৰাকৈ বাহুল্য ৰাখে। তেওঁ দাবী কৰিলে যে বিজ্ঞানৰ বিকাশক শাসন কৰা এনে কোনো ব্যৱহাৰ্য প্ৰণালীসম্বন্ধীয় নিয়ম নাই যাৰ কোনো ব্যতিক্ৰম নাই। ফেয়েৰবেণ্ডৰ মতে, কোনো পৰিপ্ৰেক্ষিত প্ৰণালীয়ে বিজ্ঞানৰ বিকাশক কণ্ঠৰোধ আৰু বাধিত কৰিব। তেওঁ দাবী কৰিছিল যে "এনে একমাত্ৰ নীতি যিয়ে বিকাশক বাধিত নকৰে হ'ল: "''সকলো চলে"
ফেয়েৰাবেণ্ডৰ মতে বিজ্ঞান আৰম্ভ হৈছিল এক মুক্তকাৰী আন্দোলনৰ ৰূপত, পিচে সময়ৰ সৈতে, ই বৰ্দ্ধিতভাৱে উদ্ধত আৰু কঠোৰ হৈ পৰিছে। সেয়ে ই এক ভাৱাদৰ্শলৈ পৰিণত হ'বলৈ ধৰিছে। বিজ্ঞানে দমনমূলক বৈশিষ্ট্য আহৰণ কৰিবলৈ লৈছে। তেওঁ তৰ্ক কৰিলে যে বিজ্ঞান আৰু ধৰ্ম, জাদু, বা মিথকবিদ্যাৰ মাজত ভেদ কৰাৰ স্পষ্ট পথ উলিওৱা অসম্ভৱ। তেওঁ বিজ্ঞানৰ অনন্য দমনক সমাজক সত্তাবাদী আৰু অস্থলিতভাৱে আগুৱাই লৈ যোৱাৰ এক সাধন হিচাপে চাইছিল।<ref name="contra" /> এই জ্ঞানতাত্ত্বিক নৈৰাজ্যবাদৰ প্ৰচাৰে তেওঁৰ আলোচকসমূহক তেওঁক "বিজ্ঞানৰ নিকৃষ্টতম্ শত্ৰু" উপাধি দিয়াত সহায় কৰিলে।
=== বৈজ্ঞানিক জ্ঞানৰ সমাজ-শাস্ত্ৰ ===
কুহ্নৰ মতে বিজ্ঞান এক অত্যন্ত সাম্প্ৰদায়িক কাৰ্য যাক কেৱল সম্প্ৰদায়ৰ অংগ হিচাপেহে কৰিব পৰা যায়।<ref name="KuhnPostParadigm">{{সাঁচ:Cite book|author=Kuhn, T. S.|chapter=[Postscript]|title=The Structure of Scientific Revolutions, 3rd. ed.|publisher=[Univ. of Chicago Pr]|year=1996|isbn=0-226-45808-3|authorlink=Thomas Samuel Kuhn|page=176|quote=A paradigm is what the members of a community of scientists share, ''and'', conversely, a scientific community consists of men who share a paradigm.}}</ref> তেওঁৰ বাবে, বিজ্ঞান আৰু আন ছাত্ৰ-শৃংখলাৰ মাজৰ পাৰ্থক্য হ'ল কেৱল সম্প্ৰদায়টোৱে কাৰ্য সম্পন্ন কৰাৰ ধৰণ। অন্যান্যই, বিশেষকৈ ফেয়েৰাবেণ্ড আৰু আন কোনো কোনো উত্তৰাধুনিকতাবাদী চিন্তাবিদে তৰ্ক কৰিছে যে এই পাৰ্থক্য ৰক্ষা কৰিবলৈ বিজ্ঞানৰ সামাজিক কৰ্মসমূহ আৰু আন শৃংখলাৰ মাজত পাৰ্থক্যৰ অভাৱ। তেওঁলোকৰ মতে, সামাজিক কাৰকসমূহৰ বৈজ্ঞানিক প্ৰণালীত এক গুৰুত্বপূৰ্ণ আৰু পোণপটীয়া ভূমিকা আছে। পিচে
পিচে, কুৱাইনৰ দৰে কোনো কোনোৱে বিশ্বাস কৰে যে বাস্তৱতা এক সামাজিক নিৰ্মাণ:<blockquote style="min-height: 290px;">
ভৌতিক বস্তুসমূহ ধাৰণাত্মকভাৱে পৰিস্থিতিটোলৈ অনা হয় সুবিধাজনক মধ্যস্থকাৰীৰ ৰূপত, অভিজ্ঞতাৰ চৰ্তৰ সংজ্ঞাৰ ৰূপত নহয়, পিচে সাধাৰণভাৱে অলঘুকৰণীয়
এনে ধৰণৰ চিন্তাধাৰাৰ বিৰুদ্ধে যি ৰাজহুৱা প্ৰতিক্ৰিয়া হৈছিল, বিশেষকৈ ১৯৯০ৰ দশকত, তাকেই বিজ্ঞান যুদ্ধ বোলা হয়।</blockquote><blockquote style="min-height: 290px;"> শেহতীয়া দশকসমূহৰ বৃহৎ বিকাশ হৈছে ডেভিড ব্লুৰ, হেৰী কলিন্স, ব্ৰুণ' লাটৌৰ আৰু আন্সেল্ম ষ্ট্ৰছৰ দৰে নৃবেজ্ঞানী আৰু সমাজবিদসকলে বৈজ্ঞানিক সম্প্ৰদায়সমূহৰ গঠন, সংৰচনা, আৰু ক্ৰমবিকাশৰ অধ্যয়ন। জ্ঞানৰ সৃষ্টিত বৈজ্ঞানিক সম্পৰদায়সমূহৰ দক্ষতা বুজিবলৈ অৰ্থনীতিৰ ধাৰণা আৰু প্ৰণালী, যেনে যুক্তিসংগত বিকল্প, সামাজিক বিকল্প বা খেল সূত্ৰ আদিকো ব্যৱহাৰ কৰা হৈছে। এই আন্তঃশৃংখলীয় ক্ষেত্ৰক বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন বোলা হয়।<ref>Woodhouse, Edward. </ref> ইয়াত বিজ্ঞানৰ দৰ্শনৰ অভিগমন হ'ল বৈজ্ঞানিক সম্প্ৰদায়সমূহ প্ৰকৃততে কেনেকৈ পৰিচালিত হয় তাৰ বিষয়ে অধ্যয়ন কৰা।</blockquote>▼
▲শেহতীয়া দশকসমূহৰ বৃহৎ বিকাশ হৈছে ডেভিড ব্লুৰ, হেৰী কলিন্স, ব্ৰুণ' লাটৌৰ আৰু আন্সেল্ম ষ্ট্ৰছৰ দৰে নৃবেজ্ঞানী আৰু সমাজবিদসকলে বৈজ্ঞানিক সম্প্ৰদায়সমূহৰ গঠন, সংৰচনা, আৰু ক্ৰমবিকাশৰ অধ্যয়ন। জ্ঞানৰ সৃষ্টিত বৈজ্ঞানিক সম্পৰদায়সমূহৰ দক্ষতা বুজিবলৈ অৰ্থনীতিৰ ধাৰণা আৰু প্ৰণালী, যেনে যুক্তিসংগত বিকল্প, সামাজিক বিকল্প বা খেল সূত্ৰ আদিকো ব্যৱহাৰ কৰা হৈছে। এই আন্তঃশৃংখলীয় ক্ষেত্ৰক বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন বোলা হয়।<ref>Woodhouse, Edward. </ref> ইয়াত বিজ্ঞানৰ দৰ্শনৰ অভিগমন হ'ল বৈজ্ঞানিক সম্প্ৰদায়সমূহ প্ৰকৃততে কেনেকৈ পৰিচালিত হয় তাৰ বিষয়ে অধ্যয়ন কৰা।
=== মহাদেশীয় দৰ্শন (১৯-২০ শতিকাৰ ইউৰোপীয়) ===
মহাদেশীয় দাৰ্শনিক পৰম্পৰাৰ
[[চিত্ৰ:Friedrich_Hegel_mit_Studenten_Lithographie_F_Kugler.jpg|left|thumb|ফ্ৰাঞ্জ কুগ্লাৰৰ দ্বাৰা অংকিত: হেগেল তেওঁৰ বাৰ্লিনৰ ছাত্ৰসমূহৰ লগত]]
সাধাৰণতে, মহাদেশীয় দৰ্শনত বিজ্ঞানক এক বিশ্ব-ঐতিহাসিক দৃষ্টিৰে চোৱা হয়। জৰ্জ ৱিল্হেল্ম ফ্ৰাইড্ৰিছ হেগেল তেনে প্ৰথম দাৰ্শনিকসকলৰ অন্যতম যিয়ে এই দৃষ্টিক সমৰ্থন জনাইছিল। কুহ্নতকৈ এক পীড়িতকৈ বা তাতোকৈ অধিক আগৰ পিয়েৰে ডুহেম আৰু গেষ্টন বেকেলাৰ্ডেও এই দৃষ্টিৰে বিজ্ঞানৰ বিষয়ে লিখিছিল। এই অভিগমনসমূহত ঐতিহাসিক আৰু সমাজ-শাস্ত্ৰীয় দিশ আছে, জীৱিত অভিজ্ঞতাক অধিক গুৰুত্ব প্ৰদান কৰা হয়, বিশ্লেষণাত্মক প্ৰম্পৰাৰ বিকাশ-ভিত্তিক বা ইতিহাস বিৰোধী অভিগমনৰ বিপৰীতে (হুচেৰ্লীয়ান "জীৱন-বিশ্ব"ৰ দৰে)। এই দৃষ্টি এডমাণ্ড হুছেৰ্লৰ ফেন'মেনলজী, মেৰলিউ-পণ্টিৰ শেষৰ কৰ্মসমূহ (''নেচাৰ: ক'ৰ্চ ন'টছ ফ্ৰম দ্য কলেজ দে ফ্ৰাঞ্চ'', ১৯৫৬-৬০) আৰু মাৰ্টিন হেইডেগাৰৰ হাৰ্মেনেউটিক্স।
বিজ্ঞান সম্বন্ধে মহাদেশীয় দৰ্শনত পৰা বৃহত্তম্ প্ৰভাবৰ অন্যতম মাৰ্টিন হেইডেগাৰৰ শাস্ত্ৰীয় মনোভাৱৰ সমালোচনা। ই বৈজ্ঞানিক মনোভাৱকো সামৰে।<ref name="Wheeler2015">{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/heidegger/|title=Martin Heidegger|accessdate=2015-10-29|last=Wheeler|first=Michael|year=2015|work=Stanford Encyclopedia of Philosophy}}</ref> সেই বাবেই মহাদেশীয় পৰম্পৰা মানৱ জীৱনত আৰু দাৰ্শনিক অনুসন্ধানত বিজ্ঞানৰ গুৰুত্বকলৈ
== অন্যান্য বিষয় ==
=== খণ্ডতাবাদ ===
বিশ্লেষণ হ'ল এক পৰ্যবেক্ষণ বা সূত্ৰক ভাঙি সৰলতৰ ধাৰণাৰে বুজাৰ চেষ্টা। এই অভিগমনৰ সৈতে সম্পৰ্কিত বিভিন্ন দাৰ্শনিক অৱস্থিতিক খণ্ডতাবাদ বুলিব পাৰি। তাৰে এক হ'ল এই বিশ্বাস যে অধ্যয়নৰ সকলো ক্ষেত্ৰকে বৈজ্ঞানিকভাৱে ব্যাখ্যা কৰিব পাৰি। সম্ভৱতঃ এক ঐতিহাসিক ঘটনাক সমাজ-শাস্ত্ৰীয় বা মনোবৈজ্ঞানিক সংজ্ঞাৰে বুজাব পৰা যায়, যাক আকৌ
=== সামাজিক দায়বদ্ধতা ===
বিজ্ঞানৰ নিৰপেক্ষতাৰ সৈতে জড়িত এক বহল সমস্যা হ'ল বিজ্ঞানে কি বিষয়, অন্বেষণ কৰিব বিচাৰে, অৰ্থাৎ, পৃথিৱীৰ কি অংশ, আৰু মানুহক বিজ্ঞানে
== বিশেষ বিজ্ঞানসমূহৰ দৰ্শন ==
বিজ্ঞান সম্বন্ধীয় সাধাৰণ প্ৰশ্নসমূহ অধ্যয়ন কৰাৰ উপৰীয়ো বিজ্ঞানৰ দৰ্শনে বিশেষ বিজ্ঞানৰ বিষয়েও প্ৰশ্ন কৰে। বহু দাৰ্শনিক এনে কৰ্মত নিয়োজিত। তেওঁলোকে বিশেষ বিজ্ঞানসমূহৰ প্ৰতিষ্ঠামূলক প্ৰশ্ন শোধাৰ উপৰীয়ো তেনে বিজ্ঞানৰ উদাহৰণসমূহক বহলতৰ দাৰ্শনিক প্ৰশ্নৰ সমাধানৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। একবিংশ শতিকাত বিশেষ বিজ্ঞান বিষয়ক দাৰ্শনিক অভ্যাসকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।▼
''দৰ্শন-মুক্ত বিজ্ঞানৰ দৰে কোনো বস্তুৱেই নাই; মাথো এনে বিজ্ঞান আছে যাৰ দাৰ্শনিক টোপোলাক পৰীক্ষা নকৰাকৈ ব'ৰ্ডত লোৱা হয়।''<ref>ডেনেট ডেনিয়েল (1995) ডাৰ্ৱিন্স ডেঞ্জাৰেচ আইডিয়া: ইভ'লিউচন এণ্ড দ্য মিনিং অৱ লাইফ, চাইমন এণ্ড চাষ্টাৰ পৃ ২১, <nowiki>ISBN 978-1-4931-2629-5</nowiki>।</ref> -- ডেনিয়েল ডেনট, ''ডাৰ্ৱিন্স ডেঞ্জাৰেচ আইডিয়া''
▲বিজ্ঞান সম্বন্ধীয় সাধাৰণ প্ৰশ্নসমূহ অধ্যয়ন কৰাৰ
=== পৰিসংখ্যানবিদ্যাৰ দৰ্শন ===
অধিষ্ঠাপনৰ
[[চিত্ৰ:Triangle_illustration.svg|left|thumb|এটি ত্ৰিভূজ]]
=== গণিতৰ দৰ্শন ===
গণিতৰ দৰ্শনৰ বিষয় গণিতৰ দাৰ্শনিক ভিত্তি আৰু সংশ্লেষ আদিৰ বিষয়ে।<ref>{{সাঁচ:Cite web|url=http://plato.stanford.edu/archives/spr2015/entries/philosophy-mathematics/|title=Philosophy of Mathematics|accessdate=2015-10-29|last=Horsten|first=Leon|year=2015|work=Stanford Encyclopedia of Philosophy|editor1-last=Zalta|editor1-first=Edward N.}}</ref> কেন্দ্ৰীয় প্ৰশ্নকেইটামান হ'ল-- সংখ্যা, ত্ৰিভূজ আৰু আন আন গাণিতিক সত্তাসমূহ মানৱ মনতহে অস্তিত্বত থাকে নে
=== ভৌতিক বিজ্ঞানৰ দৰ্শন ===
ভৌতিক বিজ্ঞানৰ দৰ্শনত আধুনিক ভৌতিক বিজ্ঞানত অন্তৰ্নিহিত মৌলিক দাৰ্শনিক প্ৰশ্ন যেনে পদাৰ্থ আৰু ঊৰ্জা আৰু
===
=== জীৱবিজ্ঞানৰ দৰ্শন ===
জীৱবিজ্ঞানৰ দৰ্শনত জীৱবিজ্ঞান আৰু জৈৱচিকিৎসা বিজ্ঞান সম্বন্ধীয় জ্ঞানতাত্ত্বিক, অধিবিদ্যা সম্বন্ধীয় আৰু নৈতিক সমস্যা অধ্যয়ন কৰা হয়। যদিও পূৰ্বৰেপৰা বিজ্ঞানৰ দাৰ্শনিকসকল আৰু সাধাৰণতে দাৰ্শনিকসকল (যেনে এৰিষ্ট'টল, ডেকাৰ্ট, লেইব্নিজ আৰু কাণ্ট পৰ্যন্ত) জীৱবিজ্ঞানত আগ্ৰহী, জীৱবিজ্ঞানৰ দৰ্শনৰ, দৰ্শনৰ এক পৃথক ক্ষেত্ৰ হিচাপে বিকাশ
[[চিত্ৰ:Papyrus_text;_fragment_of_Hippocratic_oath._Wellcome_L0034090.jpg
=== চিকিৎসা বিজ্ঞানৰ দৰ্শন ===
চিকিৎসাৰ নীতিশিক্ষা আৰু জৈৱ নীতি শিক্ষাৰ বাদে, চিকিৎসা বিজ্ঞানৰ দৰ্শনত চিকিৎসা বিজ্ঞানৰ জ্ঞানত্ত্ব আৰু
=== মনোবিজ্ঞানৰ দৰ্শন ===
[[চিত্ৰ:Wundt-research-group.jpg|left|thumb|ৱিল্হেল্ম ৱুণ্ড্ট (উপৱিসত) তেওঁৰ সহকৰ্মীসকলৰ সৈতে, নিজৰ প্ৰকাৰৰ প্ৰথম, মনোবৈজ্ঞানিক গৱেষণাগাৰত]]
মনোবিজ্ঞানৰ দৰ্শনে আধুনিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপনাৰ শাস্ত্ৰীয় গুৰি অধ্যয়ন কৰে। তাৰেই কিছু মনোবৈজ্ঞানিক অনুসন্ধানৰ প্ৰক্ৰিয়া সম্বন্ধীয় জ্ঞানতাত্ত্বিক প্ৰশ্ন। উদাহৰণ স্বৰূপে, মনোবিজ্ঞানীসকলে বাহিৰা জগতলৈ দিয়া প্ৰতিক্ৰিয়াতেই কেৱল গুৰুত্ব প্ৰদান কৰিব লাগে নে তেওঁলোকে মনৰ অনুভূতি আৰু চিন্তন প্ৰক্ৰিয়াও অধ্যয়ন কৰা উচিত?<ref name="Routpsych">{{সাঁচ:Cite book|last1=Mason|first1=Kelby|first2=Chandra Sekhar|last2=Sripada|first3=Stephen|last3=Stich|title=Routledge Companion to Twentieth-Century Philosophy|chapter=Philosophy of Psychology|chapterurl=http://www.rci.rutgers.edu/~stich/Publications/Papers/PHILOSOPHYofPSYCHOLOGY.pdf|editor-last=Moral|editor-first=Dermot|publisher=Routledge|location=London|year=2010}}</ref> যদি পাছৰটো শুদ্ধ, তেন্তে এক প্ৰশ্ন হ'ল-- মানুহৰ মনৰ ভিতৰৰ অভিজ্ঞতাক কেনেকৈ জোখিব পৰা যাব? নিজৰ অনুভৱ আৰু বিশ্বাসৰ বিষয়ে নিজেই দিয়া বিৱৰণ নিৰ্ভৰযোগ্য নহয়, কাৰণ কোনোৱে ইচ্ছাকৃতভাৱে বিভ্ৰান্ত কৰিবলৈ চেষ্টা নকৰিলেও, আত্ম-কপট আৰু চয়নাত্মক স্মৃতিয়ে তেনে প্ৰভাৱ পেলাব পাৰে। আৰু, যদি আত্ম-বিৱৰণ শুদ্ধও হয়, বেলেগ বেলেগ ব্যক্তিৰ প্ৰতিক্ৰিয়া কেনেকৈ তুলনা কৰিব পৰা যাব? যদি দুই ব্যক্তিয়ে লাইকাৰ্ট মাপত একে উত্তৰো দিছে, তেওঁলোকে
মনোবিজ্ঞানৰ দৰ্শন সম্বন্ধীয় আন প্ৰশ্ন হ'ল মন, মস্তিষ্ক আৰু জ্ঞান, অনুভূতি সম্বন্ধীয় সাধাৰণ দাৰ্শনিক প্ৰশ্নসমূহ। এই অধ্যয়নক সম্ভৱতঃ সাধাৰণতে অনুভূতি বিজ্ঞান,
মনোবিজ্ঞানৰ দৰ্শন এক তুলনামূলকভাৱে নতুন ক্ষেত্ৰ, কাৰণ মনোবিজ্ঞান নিজেই ১৮০০ৰ শতিকাতহে এক পৃথক শৃংখলা হিচাপে প্ৰতিষ্ঠিত হৈছিল। বিশেষকৈ, স্নায়ুসম্বন্ধীয় মনোবিজ্ঞান এতিয়াহে পল চাৰ্চলেণ্ড আৰু পেট্ৰিচিয়া চাৰ্চলেণ্ডৰ অৱদানেৰে এক পৃথক ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে।<ref name="StanPhilNeuro" /> আন হাতে, মনৰ দৰ্শন এক সু-প্ৰতিষ্ঠিত শৃংখলা কাৰণ এই শৃংখলা মনোবিজ্ঞানৰো পূৰ্বেই অধ্যয়নৰ ক্ষেত্ৰ আছিল। ই মনৰ প্ৰকৃতি, অভিজ্ঞতাৰ গুণ, আৰু বিশেষ সমস্যা কিছুমান যেনে দ্বৈতবাদ আৰু একবাদৰ তৰ্কৰ বিষয়ক। আন এক সম্বন্ধীয় ক্ষেত্ৰ হ'ল ভাষাৰ দৰ্শন।
Line 153 ⟶ 156:
=== অৰ্থনীতিৰ দৰ্শন ===
অৰ্থনীতিৰ দৰ্শনে অৰ্থনীতি সম্বন্ধীয় দাৰ্শনিক প্ৰশ্নসমূহ অধ্যয়ন কৰে। ইয়াক অৰ্থনীতিৰ সেই ভাগ ক'ব পাৰি যিয়ে নিজৰেই প্ৰতিষ্ঠা আৰু নীতিৰ বিষয়ে অধ্যয়ন কৰে। ইয়াক তিনি কেন্দ্ৰীয় বিষয়েৰে বিভক্ত কৰিব পাৰি।<ref>{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/economics/|title=Philosophy of Economics|last1=Hausman|first1=Daniel|last2=|first2=|date=Dec 18, 2012|website=Stanford Encyclopedia of Philosophy|publisher=Stanford University|accessdate=20 February 2014}}</ref> প্ৰথমটো বিষয়, অৰ্থনীতিৰ অৰ্থ আৰু অৰ্থনীতিৰ সুযোগ। লগতে, কি প্ৰণালীৰে অৰ্থনীতি
=== সমাজ বিজ্ঞানৰ দৰ্শন ===
সমাজ বিজ্ঞানৰ দৰ্শনে সমাজ বৈজ্ঞানিক বিষয়সমূহ যেনে নাগৰিক-শাস্ত্ৰ, নৃবিদ্যা আৰু ৰাজনীতি বিজ্ঞানত থকা যুক্তি আৰু প্ৰণালী অধ্যয়ন কৰে।<ref> {{সাঁচ:Cite book|first=Martin|last=Hollis|author-link=Martin Hollis (philosopher)|year=1994|title=The Philosophy of Social Science: An Introduction|chapter=|editor=|others=|pages=|publisher=Cambridge|isbn=0-521-44780-1|url=|authorlink=}}</ref> সমাজ বিজ্ঞানৰ দাৰ্শনিকসকলে সমাজ বিজ্ঞান আৰু প্ৰকৃতি বিজ্ঞানৰ পাৰ্থক্য আৰু সামঞ্জস্য, সামাজিক ঘটনাসমূহৰ কাৰণ, সামাজিক নিয়মসমূহৰ সাম্ভাৱ্য অস্তিত্ব আৰু সংৰচনা আৰু সংস্থাৰ তত্ত্ববিদ্যা সম্বন্ধীয় মহত্ব অধ্যয়ন কৰে।
ফৰাচী দাৰ্শনিক আগাষ্টে কম্টেই (১৭৯৮-১৮৫৭) দৃষ্টবাদৰ জ্ঞানতাত্ত্বিক স্বৰূপ বিকাশ কৰিলে, ''দ্য ক'ৰ্চ অৱ পজিটিৱিষ্ট ফিলচফি''ত, যি ১৮৩০ৰ পৰা ১৮৪২ৰ ভিতৰত প্ৰকাশিত হৈছিল। প্ৰথম তিনিখন গ্ৰন্থত পূৰ্বৰেপৰা অস্তিত্বত থকা নৈসৰ্গিক বিজ্ঞানসমূহৰ (যেনে গণিত, জ্যোতিৰ্বিজ্ঞান, ভৌতিক বিজ্ঞান,
কমটেৰ দৃষ্টবাদে সমাজ-শাস্ত্ৰ আৰু সামাজিক অনুসন্ধানৰ প্ৰাৰম্ভিক দৰ্শন প্ৰতিষ্ঠা কৰিলে। ডুৰ্খেইম, মাৰ্ক্স, আৰু ৱেবাৰক সাধাৰণতে আধুনিক সমাজ বিজ্ঞানৰ জনক বোলা হয়। মনোবিজ্ঞানত, ঐতিহাসিকভাৱে দৃষ্টবাদী ব্যৱহাৰক সমৰ্থন জনোৱা হৈছে। দৃষ্টবাদে "প্ৰযুক্তিতান্ত্ৰিক" সকলকো লগ দিছে, যিয়ে বিশ্বাস কৰে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ জড়িয়তে সামাজিক বিকাশ অনিবাৰ্য।<ref>Schunk, ''Learning Theories: An Educational Perspective, 5th'', 315</ref>
|