বিজ্ঞানৰ দৰ্শন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

134 নং শাৰী:
 
=== ভৌতিক বিজ্ঞানৰ দৰ্শন ===
{{unsolved|physicsভৌতিক বিজ্ঞান|অৱস্থাৰ উপৰিপত্তি, আৰু ৱে'ভ ফাংচন পতনৰ দৰে বিষয় সামৰা বাস্তৱতাৰ ক্বাণ্টাম বিৱৰণে কেনেকৈ আমি বুজা বাস্তৱতাৰ উদয় কৰে?}}
 
ভৌতিক বিজ্ঞানৰ দৰ্শনত আধুনিক ভৌতিক বিজ্ঞানত অন্তৰ্নিহিত মৌলিক দাৰ্শনিক প্ৰশ্ন যেনে পদাৰ্থ আৰু ঊৰ্জা আৰু সিহঁতে কেনেকৈ পৰস্পৰক প্ৰভাৱিত কৰে। মুখ্য প্ৰশ্নসমূহৰ বিষয় স্থান আৰু সময়ৰ প্ৰকৃতি, পৰমাণু আৰু পৰমাণুবাদ। লগতে সৃষ্টিতত্ত্বৰ পূৰ্বানুমান, ক্নাণ্টাম বলবিদ্যাৰ ব্যাখ্যা, পৰিসংখ্যানবৈজ্ঞানিক বলবিদ্যাৰ প্ৰতিষ্ঠা, আকস্মিকতা, নিয়তিবাদ আৰু ভৌতিক বৈজ্ঞানিক নিয়মসমূহৰ প্ৰকৃতি।<ref>{{সাঁচ:Cite web|url=http://plato.stanford.edu/entries/qm/|title=Quantum Mechanics|accessdate=2015-10-29|last=Ismael|first=Jenann|year=2015|work=Stanford Encyclopedia of Philosophy|editor1-last=Zalta|editor1-first=Edward N.}}</ref> পূৰ্বতে ইয়াৰ বহুতো প্ৰশ্ন অধিবিদ্যাত অধ্যয়ন কৰা হৈছিল (যেনে নিয়তিবাদ, আকস্মিকতা, স্থান আৰু সময় আদি)